পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 Social Science Chapter 2 (Geography) – as per the New Exam Pattern Complete MCQs in Assamese Medium
Chapter Overview (in Assamese):
এই অধ্যায়ত পৰিৱেশৰ অৰ্থ, গঠন আৰু উপাদানসমূহৰ ওপৰত আলোচনা কৰা হৈছে। লগতে, মনুষ্যসৃষ্ট আৰু প্ৰাকৃতিক পৰিৱেশৰ সমস্যা, পৰিবেশ দূষণ, বন উজাৰ, জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱসমূহ বুজাব পৰা যায়। এই অধ্যায়টো পাঠকৰ পৰিৱেশ প্ৰতি দায়িত্বশীলতা বঢ়াবলৈ সহায়ক
পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
Class 10 Social Science Chapter 2 (Geography) পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা– Complete MCQs in Assamese Medium
দশম শ্ৰেণী
পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
ভূগোল খণ্ড
১) শুদ্ধ বিকল্পটো বাছি উলিওৱা
a) নাইট্ৰজেন। i) ২০.৯৪%
b) অক্সিজেন। ii) ০.৯৩৪%
c) কাৰ্বন ডাই অক্সাইড। iii) ০.০৩৫%
d) আৰ্গন। iv) ৭৮.০৮%
A) a – iv, b – i, c – iii, d – ii
B) a – iv , b – iii , c – ii , d – i
C) a – iv , b – iii, c – i , d – iii
D) a – iv, b – ii, c – iii, d- i
Ans A) a – iv, b – i, c – iii, d – ii
২) মৰুকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা কোনখন মহাদেশ অধিক মাত্রাত প্রভাৱিত?
(ক) উত্তৰ আমেৰিকা
(খ) দক্ষিণ আমেৰিকা
(গ) ইউৰোপ
(ঘ) আফ্রিকা
উঃ(ক) উত্তৰ আমেৰিকা
৩) মাউন্ট পিনাটুব’ ত অৱস্থিত।
(ক) চিলি
(খ) ফ্রান্স
(গ) ব্রাজিল
(ঘ) ফিলিপাইন
উঃ(ঘ) ফিলিপাইন
৪) গোলকীয় উষ্ণতা ফলত বৃদ্ধি পাইছে
(a) সমুদ্রৰ জলপৃষ্ঠ হ্রাস
b) শস্য উৎপাদন বৃদ্ধি
(c) মানুহৰ মৃত্যুৰ হাৰ কমি যোৱা
(d)সমুদ্রৰ জলপৃষ্ঠ বৃদ্ধি
উত্তৰ d)সমুদ্রৰ জলপৃষ্ঠ বৃদ্ধি
৫) ভূপৃষ্ঠৰ পৰা প্ৰায় উচ্চতা পর্যন্ত বায়ুমণ্ডল বিস্তৃত হৈ আছে।
(ক) ৫,০০০ কিঃমিঃ
(খ) ১০,০০০ কিঃমিঃ
(গ) ১৫,০০০ কিঃমিঃ
(ঘ) ২০,০০০ কিঃমিঃ
উঃ (খ) ১০,০০০ কিঃমিঃ
৬) জলমণ্ডল আৰু ইয়াৰ অৱস্থাৰ পৰিবর্তন নির্ভৰ কৰে।
(a) স্থলমণ্ডল
(c) জীৱমণ্ডল
(b) বায়ুমণ্ডল
(d) ওপৰৰ আটাইকেইটা
উত্তৰ (d) ওপৰৰ আটাইকেইটা
৭) পিটাৰ হেগেট আছিল
(a) ভূতত্ববিদ
(b) ভূগোলবিদ
(c) পৰিৱেশ বিজ্ঞানী
(d) মনোবিজ্ঞানী
উত্তৰ (b) ভূগোলবিদ
৮) জীৱমণ্ডলত বৰ্তমানলৈ চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা হৈছে
(ক) ২.৭ নিযুত
(খ) ২.৩৫ নিযুত
(গ) ১.২৫ নিযুত
(ঘ) ১.৭৫ নিযুত
উঃ(ঘ) ১.৭৫ নিযুত
৯) বায়ুমণ্ডলত থকা সর্বাধিক পৰিমাণৰ গেছ দুবিধ কি কি?
(i) হিলিয়াম।
(ii) নাইট্রজেন।
(iii) অক্সিজেন।
(iv) কার্বন ডাই-অক্সাইড।
(A) i আৰু ii (B) ii আৰু iii (C) iii আৰু iv (D) i আৰু iv
উত্তৰ (B) ii আৰু iii
১০) তলৰ কোনটো প্রদূষকৰ উদাহৰণ নহয়
A) ছালফাৰ ডাই-অক্সাইড।
(B) জিংক।
(C) পানী
(D) কাৰ্বন মন অক্সাইড
উত্তৰ (C) পানী
১১) এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়
(A) মেৰু অঞ্চলত।
B) অৰণ্য অঞ্চলত।
(C ) ঘাঁহনি অঞ্চলত।
(D) উদ্যোগিক অঞ্চলত
উত্তৰ (D) উদ্যোগিক অঞ্চলত
১২) কোন চনত মাউন্ট পিনাটু’ব’ৰ বিস্ফোৰণ হৈছিল?
a)১৯৯০
b) ১৯৯১
c) ১৯৯৩
d)১৯৯৪
উত্তৰ b) ১৯৯১
১৩) তলৰ বাক্য দুটা বিবেচনা কৰা।
উক্তি ‘A’ অনিষ্টকাৰী দ্রব্যই পৰিৱেশ বিনষ্ট কৰা প্রক্রিয়াকে সহজ কথাত প্রদূষণ বোলে।
যুক্তি ‘R’ ছালফাৰ ডাই-অক্সাইড, কার্বন ডাই-অক্সাইড আদি পৰিবেশ প্রদূষক।
(A) উক্তি ‘A’ আৰু যুক্তি ‘R’ দুয়োটা শুদ্ধ আৰু যুক্তি ‘R’ উক্তি ‘A’ ৰ শুদ্ধ বাখ্যা।
(B) উক্তি ‘A’ আৰু যুক্তি ‘R’ দুয়োটাই শুদ্ধ, কিন্তু R, A ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) ‘A’ উক্তি শুদ্ধ, ‘R’ অশুদ্ধ।
(D) ‘A’ উক্তি অশুদ্ধ, ‘R’ যুক্তি শুদ্ধ।
উত্তৰ (A) উক্তি ‘A’ আৰু যুক্তি ‘R’ দুয়োটা শুদ্ধ আৰু যুক্তি ‘R’ উক্তি ‘A’ ৰ শুদ্ধ বাখ্যা।
১৪) তলত উল্লেখ কৰা কোনটো প্রক্রিয়াৰ জৰিয়তে আমি গোলকীয় উত্তাপ নিয়ন্ত্রণ কৰিব পাৰো।
a)বননি ধ্বংস কৰণ
(b)গছ ৰোপন
(c) নগৰীকৰণ
(d) উদ্যোগীকৰণ
উত্তৰ (b)গছ ৰোপন
১৫) তলত উল্লেখ কৰা কোনবোৰ কাৰক দ্রুত গতিত পৃথিৱীৰ পৰিৱেশ পৰিবৰ্তনৰ ক্ষেত্রত দায়বদ্ধ
(i)জনসংখ্যা বৃদ্ধি
(ii) উদ্যোগীকৰণ
(iii) বনানীকৰণ
(iv) নগৰীকৰণ
(a) (i), (ii) আৰু (iii) শুদ্ধ
(b) (i), (ii) আৰু (iv) শুদ্ধ
(c) (ii) আৰু (iv) শুদ্ধ)
(d) (i) আৰু (ii) শুদ্ধ
উত্তৰ b (i), (ii) আৰু (iv) শুদ্ধ
১৬) তলৰ কোনটো গেছৰ বৃদ্ধিয়ে এচিড বৰষুণৰ সৃষ্টি কৰে?
a) অক্সিজেন
b) কার্বন-ডাই-অক্সাইড
c)নাইট্র’জেন-ডাই-অক্সাইড
d) কার্বন-মন-অক্সাইড
উত্তৰ c)নাইট্র’জেন-ডাই-অক্সাইড
১৭) সম্প্রতি পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ মৰুকৰণৰ কবলত আছে।
(a) 20 শতাংশ
(b) 30 শতাংশ
(c)35 শতাংশ
(d) 40 শতাংশ
উত্তৰ (a) 20 শতাংশ
১৮) তলৰ কোনটো গোলকীয় উষ্ণতাৰ প্রতক্ষ্য পৰিণতি?
(a ) খনিজ পদার্থৰ অভাৱ
(b) মৰুভূমিৰ গঠন
(c) ভূমিস্খলন
(d) সাগৰৰ জলপৃষ্ঠ বৃদ্ধি
উত্তৰ (d) সাগৰৰ জলপৃষ্ঠ বৃদ্ধি
১৯) ফিলিপিন্ৰ মাউন্ট পিনাটু’ব’ৰ আগ্নেয়গিৰিটোৰ উদ্গিৰণ ঘটিছিল
(a) ১৯৯০
(b) ১৯৯৩
(c) ১৯৯১
(d) ১৯৯২
উত্তৰ (c) ১৯৯১
20. শিল্প বিপ্লৱ আৰম্ভ হৈছিল-
(a) এচিয়াত।
(b) আফ্রিকাত।
(c) উত্তৰ আমেৰিকাত।
(d) ইউৰোপত।
উত্তৰ (d) ইউৰোপত।
২১) ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সম্মিলনখন হৈছিল-
(a) ব্রাজিলত।
(b) নাইৰ’বিত।
(c) মেক্সিকোত।
(d) ৰোমত।
উত্তৰ (b) নাইৰ’বিত।
২২) উত্তৰ আমেৰিকা মহাদেশৰ কিমান শতাংশ মাটি মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে
(a) ২১%
(b) ২৪%
(c) ২৩%
(d) ২৭%
উত্তৰ (d) ২৭%
২৩) তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়?
(a) কার্বন ডাইঅক্সাইড।
(b) অয’ন
(c) মিথেন।
(d) নাইট্রাছ অক্সাইড।
উত্তৰ (b) অয’ন
২৪) বায়ুমণ্ডলত থকা নাইট্ৰ ‘জেন গেছৰ পৰিমাণ-
(a) ৭৪.০৮%
(b) ৭৬.০৬%
(c) ৭৮.০৮%
(d) ৭৭.০৫%
উত্তৰ (c) ৭৮.০৮%
২৫) বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ-
(a) ০৩.২৫%
(b) ১৯.৩৫%
(c) ২১.৯০%
(d) ২০.৯৮%
উত্তৰ (d) ২০.৯৮%
২৬) বায়ুমণ্ডলত থকা আৰ্গন গেছৰ পৰিমাণ-
(a) ০.০১%
(b) ০.৮১%
(c) ০.৯৩%
(d) ০.০৮%
উত্তৰ (c) ০.৯৩%
২৭) বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ-
(a) ০.০৩৫%
(b) ০.০৩১%
(c) ০.০৩৪%
(d) ০.০৩২%
উত্তৰ (a) ০.০৩৫%
২৮) গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ’ল-
(a) মিথেন।
(b) নাইট্রাছ অক্সাইড।
(c) ক্ল’ৰফ্ল’ৰ কাৰ্বন।
(d) কার্বন-ডাই-অক্সাইড।
উত্তৰ (d) কার্বন-ডাই-অক্সাইড।
২৯) বৰ্তমান পৃথিৱীৰ বয়স-
(a) ৪৭০০ নিযুত বছৰ।
(b) ৪৬০০ নিযুত বছৰ।
(c) ৩৪০০ নিযুত বছৰ।
(d) ৫০০০ নিযুত বছৰ।
উত্তৰ b) ৪৬০০ নিযুত বছৰ।
৩০) জলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে-
(a) ৮৩%
(b) ৭১%
(c) ৫১%
(d) ৬১%
উত্তৰ (b) ৭১%
Summary (Assamese):
পৰিৱেশ হৈছে জীৱ আৰু অজীৱ বস্তুৰ পৰস্পৰৰ সংযোগ। আধুনিক সভ্যতাৰ প্ৰভাৱত পৰিৱেশত বহু সমস্যা সৃষ্টি হৈছে, যেনে – বায়ু আৰু জল দূষণ, বন উজাৰ, প্লাষ্টিক প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন। এইবোৰৰ প্ৰতিকাৰ হিচাপে পরিবেশ সংৰক্ষণ প্ৰয়োজন।
📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer
🔸 অসমীয়া ৰচনা – Click Here
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now