Assam Board Exam

মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল | Class 4 Assamese Chapter 2

Class 4 Assamese Chapter 2 মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 4

📑 Chapter Details

  • 📖 Chapter Name: মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল
  • 📚 Class: 4
  • 📘 Subject: Assamese
  • 🏫 Board: SEBA (Assam Board)
  • 🌐 Medium: Assamese Medium
  • 📓 Book Type: SCERT Textbook

🔍 Chapter Overview (পাঠ পৰিচয়)

এই পাঠখনত কাপোৰৰ ইতিহাস আৰু ইয়াৰ বিকাশ সম্পৰ্কে সহজ ভাষাত বৰ্ণনা কৰা হৈছে। আদিম যুগৰ মানুহ কেনেকৈ নিজৰ শৰীৰ ঢাকিছিল, কেনেকৈ কাপোৰ তৈয়াৰ কৰাৰ কৌশল শিকিলে, আৰু কাপোৰ সমাজত কেনেকৈ এক গুৰুত্বপূর্ণ বস্তু হৈ পৰিল—এইবোৰ শিক্ষাৰ্থীসকলে এই পাঠৰ জৰিয়তে জানিব পাৰে।

Class 4 Assamese Chapter 2 মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল | Complete Question Answer in Assamese Medium


মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল

চতুৰ্থ শ্ৰেণী

অসমীয়া

উত্তৰ দিয়া।

১। কামলাং নৈখন কোন প্রদেশত আছে?

উত্তৰঃ কামলাং নৈখন অৰুণাচল প্ৰদেশত আছে।


২। কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কি?

উত্তৰঃ কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম হ’ল- কোৱান্ ছা।


৩। কোৱাছাই কামলাঙৰ পানীত কি পাতি থৈছিল?

উত্তৰঃ কোৱানছাই কামলাঙৰ পানীত এখন দলঙা পাতি থৈছিল।


৪। ডাঙৰ মাছটো কোৱানছাই ক’ত জীয়াই থৈছিল?

উত্তৰঃ ডাঙৰ মাছটো কোৱানছাই লাউৰ খোলা এটাত জীয়াই থৈছিল।


৫। কোৱান্‌ছাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিছিল?

উত্তৰঃ কোৱানছাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে।


৬। তাঁত-শালখন মেলি খট্‌খটাই কোনে কাপোৰ বৈছিল?

উত্তৰঃ তাঁত-শালখন মেলি খট্‌খটাই হামব্রুমাই কাপোৰ বৈছিল।


(৮) কোনে কাক কৈছিল লিখা।

(ক) ‘তই কোন? ক’ৰ পৰা আহিছ? কেনেকৈ কাপোৰ ববলৈ শিকিলি? ফুলবোৰৰ এই নমুনাবোৰ ক’ত পালি? 

উত্তৰঃ’ কোৱান্‌ছাই হামব্রুমাইক কৈছিল।


(খ) ‘পৃথিৱীৰ উপকাৰ হ’ল। আদি মানৱী নিক্কেৰ মনোবাঞ্ছাও পূর্ণ হ’ল।’

উত্তৰঃ হামব্রুমায়ে কোৱান্‌ছাক কৈছিল।


(৯) তলৰ প্রবচনফাকিৰ ভাব বহলাই লিখা।

(ক) ‘ৰাইজে নখ জোকাৰিলে নৈ বয়।’

উত্তৰ অসংখ্য পানীৰ টোপাল লগ হৈ বা মিলিত হৈ একোখন নদীৰ সৃষ্টি হয়। সেইদৰে একত্রিত হোৱা অজস্র মানুহৰ নখৰ আগত উঠা এটোপ এটোপ পানী মিলিত হৈও একোখন নদীৰ সৃষ্টি হ’ব পাবে। আৱশ্যক মাত্র একত্রিত হোৱাৰ। ঠিক সেইদৰে বহুতো মানুহ একেলগ হৈ প্রত্যেকেই অলপ অলপ প্রচেষ্টা আগবঢ়াই একোটা মহৎ কাম কৰিব পাৰে। এটকা দুটকাকৈ ৰাইজে আগবঢ়োৱা দান বৰঙণিৰ দ্বাৰা একো একোটা মহৎ অনুষ্ঠান গঢ়ি তোলা হয়। গতিকে ৰাইজৰ সন্মিলিত শক্তিয়ে জগতত বহুত মহৎ কার্য সম্পাদন কৰিব পাৰে। প্রবচনটিৰ দ্বাৰা ইয়াকে বুজা যায় যে-অকলে কৰিব নোৱাৰা’ কোনো কাম বহুজন মিলি কৰিলে সম্ভব হৈ পৰে।


(১০) বাক্য ৰচনা কৰা।

উত্তৰঃ (১) ঘাত-মাউৰা – বিকি এজন ঘাত-মাউৰা লৰা ।

(২) চুকে-কোণে – পৃথিৱীৰ চুকে-কোণে অনেক প্ৰজাতিৰ জীৱ বাস কৰে।

(৩) গছ-গছনি – গছ- গছনিৰ পৰা আমি অক্সিজেন পাঁও।

(৪) লুকা-ভাকু – ল’ৰা কেইজন মানে লুকাভাকু খেল-খেলি আছে।


(১২) তলত দিয়া বাক্যকেইটা পঢ়া আৰু সেই বাক্যবোৰক প্রশ্নবোধক বাক্যলৈ নিয়া।

(ক) মই হামব্রু ফৈদৰ জীয়াৰী।

উত্তৰঃ তুমি কোন, কাৰ জীয়াৰী?

(খ) মোৰ ঘৰ কামলাঙত।

উত্তৰঃ তোমাৰ ঘৰ কত?

(গ) মই বজাৰৰ পৰা আহিছোঁ।

উত্তৰ তুমি ক’ৰ পৰা আহিছাঁ।

(ঘ) মই সাধু শুনি ভাল পাওঁ।

উত্তৰঃ তুমি কি কৰি ভাল পোৱা?

ঙ) কোৱান্‌ছাই মাছ মাৰি ভাল পায়।

উত্তৰঃ কোৱান্‌ছাই কি কৰি ভাল পায়?


(১৩) তলৰ শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দ পাঠটোৰ পৰা বিচাৰি আনি লিখা।

উত্তৰঃ বুঢ়া — ডেকা।

নিৰানন্দ —আনন্দ।

শেষ — আৰম্ভ।

খালী — ভৰ্তি

জপাই — মেলি।


✍️ Chapter Summary (সাৰাংশ)

মানুহে আদিম যুগত গছৰ পাত, ছাল আৰু জন্তুৰ ছাল ব্যৱহাৰ কৰি শৰীৰ ঢাকিছিল। সময়ৰ পাৰ্শ্বে পাৰ্শ্বে তেওঁলোকে তন্তু উলিয়াই কাপোৰ বোনিবলৈ শিকিলে। কাপোৰৰ উদ্ভৱ, বস্ত্ৰ শিল্পৰ বিকাশ আৰু আজিৰ যুগলৈ কাপোৰৰ ব্যৱহাৰ কেনেকৈ পৰিৱৰ্তন ঘটিছে তাৰ এক চমু ইতিহাস এই পাঠখনত দিয়া হৈছে। শিশুসকলৰ বাবে সহজভাষাৰ এই পাঠে তেওঁলোকক কাপোৰৰ মূল্য আৰু উৎপত্তিৰ বিষয়ে বুজাব সহায় কৰে।

Class 4 Assamese All Question Answer- Click Here


Class 4 Assamese Chapter 2 মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

🔗 Important Links

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment