Class 3 Chapter 9 আজৰি সময়ৰ সদব্য়ৱহাৰ | আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 3
আজৰি সময়ৰ সদব্য়ৱহাৰ
Class 3 Chapter 9 আজৰি সময়ৰ সদব্য়ৱহাৰ | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium
আজৰি সময়ৰ সদব্য়ৱহাৰ
তৃতীয় শ্ৰেণী
আমি আৰু আমাৰ পৰিৱেশ
১। উত্তৰ লিখা-
(ক) আজৰি সময়ত তোমালোকে পঢ়া এখন কিতাপৰ নাম-
উত্তৰঃ ‘বুঢ়ী আই সাধু’।
(খ) তুমি ভালপোৱা দুটা খেলৰ নাম-
উত্তৰঃ লুডু আৰু মাৰ্বল।
(গ) তুমি জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁ খেলা বিধৰ নাম-
উত্তৰঃ হিমা দাস আৰু তেওঁ খেলা খেলবিধৰ নাম হ’ল- দৌৰ।
(ঘ) তুমি জনা এখন শিশু আলোচনীৰ নাম-
উত্তৰঃ সফুৰা।
(ঙ) তুমি খেলা কিছুমান খেলৰ নাম-
উত্তৰঃ লুডু,মাৰ্বল, কেৰম, ভেকুলী জাঁপ দিয়া, দবা, ফুটবল আৰু ক্ৰিকেট।
(চ) দুবিধ যোগাযোগৰ মাধ্য়মৰ নাম-
উত্তৰঃ মবাইল আৰু ৰেডিঅ।
২। শুদ্ধ উত্তৰটোত ‘✔’ চিন দিয়া-
(ক) আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে।
উত্তৰঃ শুদ্ধ।
খ) আজৰি সময়ত কৰা ভ্ৰমণৰ যোগেদি বহুত কথা শিকিব পাৰি।
উত্তৰঃ শুদ্ধ।
(গ) পুথিভঁৰালৰপৰা কিতাপ আনি ঘৰত পঢ়িব নোৱাৰি।
উত্তৰঃ অশুদ্ধ ।
৩। খালী ঠাই পূৰ কৰা-
(ক) সময় _______ ধন।
উত্তৰঃ অমূল্য়।
(খ) সময়বোৰ অবাবত ________ কৰিব নালাগে।
উত্তৰঃ নষ্ট
(গ) বাতৰি কাকত পঢ়ি বহুত _______ জানিব পাৰি।
উত্তৰঃ দেশ – বিদেশৰ কথা।
(ঘ) নিজৰ ভাগৰ কামখিনি কৰি উঠাৰ পাছত যি সময় পোৱা যায় সেয়াই হ’ল ________ ।
উত্তৰঃ আজৰি সময়।
৪। বাতৰি কাকত, আলোচনী আদি পঢ়িলে কি কি লাভ হয় লিখা।
উত্তৰঃ বহুত নজনা কথা জানিব পাৰি। দেশ – বিদেশৰ খবৰ পাব পাৰোঁ।
৫। দলত আলোচনা কৰি তলত দিয়া বিষয়কেইটাক লৈ দুটাকৈ বাক্য় লিখা-
(ক) খেল-ধেমালি।
উত্তৰঃ (ক) খেল-ধেমালিয়ে আমাৰ মনত আনন্দ দিয়ে আৰু শৰীৰ সুস্থ সবল কৰি ৰাখে ।
(খ) খেল-ধেমালিয়ে আমাৰ মাজত মিলা প্ৰিতিও বঢ়ায়।
(খ) বাতৰি কাকত।
উত্তৰঃ (ক) বাতৰি কাকত পঢ়াটো এটা ভাল অভ্যাস।
(খ) বাতৰি কাকত পঢ়িলে বহুত নজনা কথা জানিব পাৰি।
(গ) ৰেডিঅ’।
উত্তৰঃ (ক)ৰেডিঅ হৈছে যোগাযোগৰ মাধ্যম
(খ) ৰেডিঅ যোগেদি দেশ – বিদেশৰ খা-খবৰ পাব পাৰোঁ
(ঘ) ম’বাইল ফোন।
উত্তৰঃ (ক) ম’বাইল ফোন হ’ল যোগাযোগৰ অতি খৰকটীয়া আৰু আধুনিক মাধ্যম।
(খ) ম’বাইল ফোনৰ সহায়ত পৃথিৱীৰ বিভিন্ন ঠাইত থকা আপোন মানুহবোৰৰ লগত সহজতে কথা পাতি যোগাযোগ ৰাখিব পাৰোঁ।
Class 3 Environment All Question Answer- Click Here
Class 3 Chapter 9 আজৰি সময়ৰ সদব্য়ৱহাৰ | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam