Assam Board Exam

পানী | Class 4 Chapter 3 | আমি আৰু আমাৰ পৰিৱেশ

Class 4 Chapter 3 পানী| আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 4

💧 Class 4 EVS Chapter 3 – পানী | আমি আৰু আমাৰ পৰিৱেশ

📚 All Question Answers, Overview, Summary in Assamese


📘 Chapter Information

  • 📗 Subject: Environmental Studies (EVS)
  • 📘 Class: 4
  • 📕 Chapter Name: পানী
  • 📒 Textbook: আমি আৰু আমাৰ পৰিৱেশ
  • 🏫 Board: SEBA (Assamese Medium)
  • 🔍 Content Type: Chapter overview, summary, all question answers

Chapter Overview (পাঠ পৰিচয়)

এই পাঠটোৱে পানীৰ গুৰুত্ব, তাৰ উৎসসমূহ, আৰু পানীৰ সঠিক ব্যৱহাৰৰ ওপৰত আলোচন কৰে। শিশুসকলক পানীৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু পানী কেনেকৈ জীৱন চালনা কৰে, সেই বিষয়ে সচেতন কৰা হৈছে।

Class 4 Chapter 3 পানী | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium


পানী

চতুৰ্থ শ্ৰেণী

আমি আৰু আমাৰ পৰিৱেশ

১। উত্তৰ দিয়া 一

(ক) আমি কেনেকুৱা পানী খাব লাগে ?

উত্তৰঃ- আমি বিশুদ্ধ পানী খাব লাগে। 


(খ) বীজাণুযুক্ত পানী  খালে কি হয়?

উত্তৰঃ- বীজাণুযুক্ত পানী খালে বিভিন্ন ৰোগ  হ’ব পাৰে । যেনে- সন্নিপাত জ্বৰ, হাইজা, পেটৰ অসুখ আদি।


(গ) পানী কেনেকৈ বীজাণুমুক্ত কৰিব পাৰি?

উত্তৰঃ- পানী উতলাই বা ফিল্টাৰ কৰি বীজাণুমুক্ত কৰিব পাৰি। 


(ঘ) পানীত পমি যোৱা কিছুমান বস্তুৰ নাম লিখা?

উত্তৰঃ- পানীত পমি যোৱা কিছুমান বস্তুৰ নাম হ’ল- চেনি, নিমখ, চূণ,  আদি। 


(ঙ) নদ-নদী, সাগৰ, জান-জুৰিৰ পানীক কিহে ভাপলৈ পৰিৰ্বতন কৰে?

উত্তৰঃ- নদ-নদী, সাগৰ, জান-জুৰিৰ পানীক সূৰ্যৰ তাপে ভাপলৈ পৰিৰ্ৱতন কৰে।   


২। খালী ঠাই পূৰ কৰা 一

(ক) শীল বৰষুণত _______ থাকে।

উত্তৰঃ- বৰফ

(খ) সাগৰৰ পানী ________।

উত্তৰঃ- লুণীয়া।

(গ) পানী উতলালে বেমাৰৰ ___________ মৰে।

উত্তৰঃ- বীজাণু। 

(ঘ) তাপ পালে পানী __________ পৰিৰ্বতন হয়। 

উত্তৰঃ- জলীয় ভাপলৈ। 

(ঙ) পানীৰ ভাপ চেঁচা কৰিলে ________ সলনি হয়।

উত্তৰঃ- পুনৰ পানীলৈ


৩। ঘৰুৱা কামৰ বাহিৰেও আৰু কি কি কামৰ বাবে পানী ব্যৱহাৰ কৰা হয়।

উত্তৰ ঘৰুৱা কামৰ বাহিৰেও পানী উদ্যোগ, জলসিঞ্চন আদি বিভিন্ন কামত পানী ব্যৱহাৰ কৰা হয়।


৪।  বেছি বৰষুণ দিলে আমাৰ কি কি অসুবিধা  হয়।

উত্তৰ বেছি বৰষুণ দিলে আমাৰ বিভিন্ন ধৰণৰ অসুবিধা হয়-

(ক) বানপানী হোৱাৰ সম্ভাৱনা থাকে।

(খ) যাতায়ত ব্যৱস্থাত অসুবিধা হয়।

(গ) স্বাভাৱিক জীৱন যাত্ৰাত ব্যাঘাত জন্মে।

(ঘ) পথাৰত বেছি পানী জমা হ’লে খেতি – বাতি নষ্ট হয়।


৫। জলচক্ৰৰ ছবি এখন আঁকি ৰং কৰা।

উত্তৰ

জলচক্ৰ


🧠 Extra MCQs (Objective Questions)

Q1: কোনটো পানীৰ প্ৰাকৃতিক উৎস?
A. কল
B. গাড়ী
C. নৈ ✅
D. বটল

Q2: কোনটো পানী সংৰক্ষণৰ সঠিক উপায়?
A. টেপ খুলি থোৱা
B. বাটিত পানী উপচাই দিয়া
C. বৰষুণৰ পানী সংগ্ৰহ কৰা ✅
D. পানী পেলাই দিয়া


Chapter Summary (সাৰাংশ)

“পানী” পাঠটোৱে বিভিন্ন পানীৰ উৎস — নৈ, দীঘল, গড়, বৰষুণ আদিৰ কথা কয়। এই পাঠটোত শিশুসকলে শিকিব, পানী কেনেকৈ আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয়, আৰু তাৰ অপচয় কিয় কৰা উচিত নহয়। পৰিৱেশৰ সৈতে পানীৰ সম্পৰ্ক আৰু পানীৰ সংৰক্ষণৰ প্ৰয়াসৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।


Class 4 Environment All Question Answer- Click Here


Class 4 Chapter 3 পানী| আমি আৰু আমাৰ পৰিৱেশ |We and Our Environment Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

📲 Join Our Class 4 Study Group

📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment