Class 4 Chapter 7 আমাৰ সামাজিক অনুষ্ঠান | আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 4
Class 4 Chapter 7 EVS – আমাৰ সামাজিক অনুষ্ঠান
📘 All Question Answer, Chapter Summary, Keywords & Notes | Book: আমি আৰু আমাৰ পৰিৱেশ (SEBA)
📘 Chapter Details:
Title | Details |
---|---|
Subject | Environmental Studies (EVS) |
Class | 4 |
Chapter No. | 7 |
Chapter Name | আমাৰ সামাজিক অনুষ্ঠান |
Textbook | আমি আৰু আমাৰ পৰিৱেশ |
Language | Assamese |
Board | SEBA, Assam |
🧭 Chapter Overview (পাঠ পৰিচয়)
এই পাঠটোৱে বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠানৰ বিষয়ে আলোচনা কৰে। এই অনুষ্ঠানসমূহে আমাৰ সমাজৰ ঐতিহ্য, সংস্কৃতি আৰু সম্প্ৰীতিৰ কথাছবি দাঙি ধৰে। জন্ম, বিয়া, পূজা-পাৰ্বণ, পৰম্পৰাগত উৎসৱ আদি সামাজিক অনুষ্ঠানৰ অংশ হিচাপে পাঠটোৱে শিশুসকলক সচেতন কৰে।
আমাৰ সামাজিক অনুষ্ঠান
Class 4 Chapter 7 আমাৰ সামাজিক অনুষ্ঠান | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium
আমাৰ সামাজিক অনুষ্ঠান
চতুৰ্থ শ্ৰেণী
আমি আৰু আমাৰ পৰিৱেশ
১। উত্তৰ দিয়া ।
(ক) তোমাৰ বিদ্য়ালয়খনৰ নাম কি ?
উত্তৰঃ সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয়খনৰ নাম নিজে লিখিবা।
(খ) ডাক-ঘৰৰ চিঠি-পত্ৰ বিলোৱা মানুহজনক কি বোলে ?
উত্তৰঃ ডাক-ঘৰৰ চিঠি-পত্ৰ বিলোৱা মানুহজনক ডাকোৱাল বা পিয়ন বোলে।
(গ) ৰোগীবিলাকক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয় ?
উত্তৰঃৰোগীবিলাকক চিকিৎসালয়ৰ প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়।
(ঘ) চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে ?
উত্তৰঃ চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰ, নাৰ্চ আদি থাকে।
২। তোমাৰ বিদ্য়ালয়ৰ ক্ষেত্ৰত তলত দিয়া বাক্য়বোৰৰ, যিটো হয় সেইটোত ‘✔’ চিন দিয়া ।
(ক) বিদ্য়ালয়ত জাবৰ-জোথৰ, ফটা কাগজ আদি পেলোৱা ঠাই নিদিষ্ট কৰি দিয়া আছে / নাই।
উত্তৰ আছে।
(খ) শৌচ-প্ৰস্ৰাব কৰাৰ বাবে শৌচাগাৰ শৌচাগাৰ আৰু প্ৰস্ৰাব ঘৰ আছে /নাই
উত্তৰ আছে।
(গ) খোৱা পানীৰ কাৰণে কুঁৱা / দমকল / পুখুৰী / নলী আছে / নাই ।
উত্তৰ দমকল আছে।
(ঘ) আমি চৌহদত গছ-গঠনি ৰোওঁ / নোৰোওঁ ।
উত্তৰ ৰোওঁ
(ঙ) বিদ্য়ালয় ঘৰটোৰ ভেটি ওখ / চাপৰ ।
উত্তৰ ভেটি ওখ
(চ) বিদ্য়ালয়ৰ ঘৰটো ৰ’দ পৰা / জোকা লগা ।
উত্তৰ ৰ’দ পৰা।
(ছ) পানী ওলাই যাবৰ বাবে নলা-নৰ্দমাৰ ব্য়ৱস্থা আছে / নাই ।
উত্তৰ আছে।
৩। তলৰ খালী ঠাইত উপযুক্ত শব্দ বহুওৱা ।
(ক) ডাক-ঘৰত চিঠি-পত্ৰৰ উপৰিও _________ ৰ আদান প্ৰদান কৰা হয় ।
উত্তৰঃ টকা-পইচা।
(খ) পশু-পক্ষীৰ চিকিৎসাৰ বাবে __________ চিকিৎসালয় থাকে ।
উত্তৰঃ পশু।
(গ) চিকিৎসালয়ত _____ আৰু _________ ৰোগীৰ চিকিৎসা কৰে ।
উত্তৰঃ ডাক্তৰ আৰু নাৰ্চে।
(ঘ) আৰক্ষীৰ লোকে দেশৰ ________ ৰক্ষাত সহায় কৰে।
উত্তৰঃ শান্তি-শৃংখলা।
✅ MCQs (বহুনিৰ্বাচনী প্ৰশ্ন)
Q1: তলৰ কোনটো সামাজিক অনুষ্ঠান?
A. পঢ়া-লিখা
B. নামকৰণ ✅
C. গাড়ী চলোৱা
D. ধান চপোৱা
Q2: ৰাসলীলা অনুষ্ঠান—
A. কেৱল পৰ্বতীয়া অঞ্চলত পালিত হয়
B. ভগৱান কৃষ্ণৰ জীৱনৰ ওপৰত আধাৰিত ✅
C. কেৱল হিন্দু ছাত্ৰসকলে পালন কৰে
D. মাত্ৰ বিয়াত পালন কৰা হয়
Chapter Summary (সাৰাংশ)
“আমাৰ সামাজিক অনুষ্ঠান” পাঠটোত পঢ়োৱা হৈছে যে মানুহ সমাজত বাস কৰে আৰু সমাজত বিভিন্ন অনুষ্ঠান পালন কৰে। এই অনুষ্ঠানসমূহে মানুহৰ মাজত একতাৰ বোধ গঢ়ি তোলে। বিয়া অনুষ্ঠান, naming ceremony (নামকৰণ), পূজা-পাৰ্বণ, ৰাসলীলা, বিহু, Eid, Christmas আদিৰ কথা এই পাঠত উল্লেখ আছে। এইবোৰ অনুষ্ঠানে সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰাৰ লগতে আনন্দ, সম্প্ৰীতি আৰু সৌভ্ৰাতৃত্বত উৎসাহ যোগায়।
Class 4 Environment All Question Answer- Click Here
Class 4 Chapter 7 আমাৰ সামাজিক অনুষ্ঠান | আমি আৰু আমাৰ পৰিৱেশ |We and Our Environment Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
📲 Join Our Class 4 Study Group
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now