Class 4 Chapter 9 আমাৰ ৰাষ্ট্ৰীয় পতাকা | আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 4
📘 Chapter Details
বিষয় | পৰিৱেশ অধ্যয়ন (Environmental Studies) |
---|---|
শ্ৰেণী | 4ম (Class 4) |
পাঠ | 9ম পাঠ (Chapter 9) |
পাঠৰ নাম | আমাৰ ৰাষ্ট্ৰীয় পতাকা |
পাঠ্যপুথি | আমি আৰু আমাৰ পৰিৱেশ |
মাধ্যম | অসমীয়া (Assamese Medium) |
শিক্ষা মণ্ডলী | SEBA, Assam |
📖 Chapter Overview (পাঠ পৰিচয়)
এই পাঠটোৰ জৰিয়তে শিশুসকল ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে জানিব। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ ৰূপ, ৰং, প্ৰতিক, তাৰ অৰ্থ আৰু পতাকাৰ প্ৰতি আচৰণীয় আচৰণৰ বিষয়ে বুজাব। দেশৰ প্ৰতি গৰ্ব আৰু আদৰ বঢ়াবলৈ এই পাঠ সহায় কৰে।
আমাৰ ৰাষ্ট্ৰীয় পতাকা
Class 4 Chapter 9 আমাৰ ৰাষ্ট্ৰীয় পতাকা | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium
আমাৰ ৰাষ্ট্ৰীয় পতাকা
চতুৰ্থ শ্ৰেণী
আমি আৰু আমাৰ পৰিৱেশ
১) উত্তৰ লিখা-
(ক) ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনক কিয় ত্ৰিৰংগা পতাকা বুলি কোৱা হয়?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ তিনিটা ৰং থকাৰ বাবে ত্ৰিৰংগা পতাকা বুলি কোৱা হয়।
(খ) ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি ক’ত ক’ত ব্য়ৱহাৰ কৰোঁ?
উত্তৰঃ চৰকাৰী কাগজ-পত্ৰ,ডাক টিকট পোষ্টকাৰ্ড আদিত ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি ব্য়ৱহাৰ কৰো।
(গ) ভাৰতে কোন তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে?
উত্তৰঃ ভাৰতে ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱস পালন কৰে।
(ঘ) ৰাষ্ট্ৰীয় পতাকাখনৰ ব্য়ৱহাৰ তিনিটা নিয়ম লিখা?
উত্তৰঃ ৰাষ্ট্ৰীয় পতাকাখনৰ তিনিটা ব্য়ৱহাৰ হ’ল-
১) ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰঙটো সদায় ওপৰত থাকিব লাগে।
২) ৰাষ্ট্ৰীয় পতাকাখন ঘৰ বা আন কোনো ঠাইত যেনে-তেনে ওলোমাই থ’ব নালাগে।
৩) ৰাষ্ট্ৰীয় পতাকাখন ঘৰ বা আন কোনো ঠাইত যেনে তেনে ওলোমাই থ’ব নালাগে।
(ঙ) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম।
উত্তৰঃ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দুটা দিৱস হ’ল- স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস।
২। ৰাষ্ট্ৰীয় পতাকাৰ ৰং কেইটাই কি বুজায়? ‘ক’ অংশৰ লগত ‘খ’ অংশ লগত মিলোৱা-
সেউজীয়া শক্তি আৰু সাহসৰ প্ৰতীক।
বগা উৰ্বৰতা, সমূদ্ধি আৰু মংগলময়তাৰ প্ৰতীক।
গেৰুৱা আকাশ আৰু সমুদ্ৰক বুজায়।
গাঢ়নীলা সত্য় আৰু শান্তিৰ প্ৰতীক।
উত্তৰঃ
সেউজীয়া উৰ্বৰতা, সমূদ্ধি আৰু মংগলময়তাৰ প্ৰতীক।
বগা সত্য় আৰু শান্তিৰ প্ৰতীক।
গেৰুৱা শক্তি আৰু সাহসৰ প্ৰতীক।
গাঢ়নীলা আকাশ আৰু সমুদ্ৰক বুজায়।
৩) খালী ঠাই পূৰ কৰা-
(ক) মহাত্মা গান্ধীৰ জন্মদিনটো ……………..হিচাপে পালন কৰা হয়।
উত্তৰঃ গান্ধী জয়ন্তী।
(খ) জৱহৰলাল নেহৰু শিশুসকলৰ মাজত …………………….বুলি পৰিচিত।
উত্তৰঃ নেহৰু খুড়া।
(গ) ২৬ জানুৱাৰীত …………………….পালন কৰা হয়।
উত্তৰঃ গণতন্ত্ৰ দিৱস।
(ঘ) …………. জন্মদিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়।
উত্তৰঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ
(ঙ) আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হ’ল …………………..।
উত্তৰঃ অশোক স্তম্ভ।
📚 Chapter Summary (সাৰাংশ)
“আমাৰ ৰাষ্ট্ৰীয় পতাকা” পাঠটোত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে বৰ্ণনা দিয়া হৈছে। পতাকাটো আকা আকাৰৰ, ত্ৰিৰঙা – কেছাৰী, বগা আৰু সেউজীয়া ৰঙৰ। মাজত ২৪টা কাঁইট থকা নীলা ৰংৰ অশোক চক্র থাকে। এই ৰঙবোৰৰ স্ব-স্ব অৰ্থ আছে। পতাকাটো আমাৰ গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক। পতাকাৰ অপমান কৰা একেবাৰে অনুচিত। পতাকাৰ প্ৰতি সদায় সন্মান জনাব লাগে।
Class 4 Environment All Question Answer- Click Here
Class 4 Chapter 9 আমাৰ ৰাষ্ট্ৰীয় পতাকা | আমি আৰু আমাৰ পৰিৱেশ |We and Our Environment Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
📲 Join Our Class 4 Study Group
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now