পূৰ্ণ সংখ্যা ( whole Number) | Chapter 4 | Exercise 4(B)| Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution
অনুশীলনী 4(B)
পাঠ 4
পূৰ্ণ সংখ্যা
1. সংখ্যা ৰেখাত যোগ কৰা
(i) 3+7

(ii) 4+8

(iii) 4+3

2. সংখ্যা ৰেখাত বিয়োগফল উলিওৱা
(i) 5-2

(ii) 8-7

(iii) 6-6

3. সংখ্যা ৰেখাৰ সহায়ত পূৰণফল নিৰ্ণয় কৰা-
(i) 3 × 2
উত্তৰঃ 3 × 2

(ii) 2 × 4
উত্তৰঃ 2 × 4

(iii) 5 × 1
উত্তৰঃ 5 × 1

4.শুদ্ধ উত্তৰটোত (√) আৰু অশুদ্ধটোত (×) চিন দিয়া।
পূৰ্ণ সংখ্যাৰ কাৰণে অংকণ কৰা সংখ্যা ৰেখাত যিকোনো দুটা পূৰ্ণ সংখ্যাৰ।
(i) যোগফল পাব পাৰি/নোৱাৰি।
উত্তৰঃ যোগফল পাব পাৰি ।
(ii) বিয়োগফল পাব পাৰি/নোৱাৰি।
উত্তৰঃ বিয়োগফল পাব নোৱাৰি ।
(iii) পূৰণফল পাব পাৰি/নোৱাৰি।
উত্তৰঃ পূৰণফল পাব পাৰি ।
(iv) হৰণফল পাব পাৰি/নোৱাৰি।
উত্তৰঃ হৰণফল পাব পাৰি।
5. 100 তকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে?
উত্তৰঃ 100 তকৈ সৰু 100 টা পূর্ণ সংখ্যা আছে।
6. তিনিটা অংকৰে গঠিত কোনটো পূৰ্ণসংখ্যাৰ পূর্ব পদ দুটা অংক বিশিষ্ট হয়?
উত্তৰঃ তিনিটা অংকৰে গঠিত 100 ৰ পূৰ্বপদ দুটা অংক বিশিষ্ট হয়।
7. তলৰ প্ৰতিযোৰ পূৰ্ণ সংখ্যাৰ সংখ্যা ৰেখাত কোনটো কাৰ সোঁফালে বহিব লিখা আৰু সংখ্যা দুটাৰ মাজত উপযুক্ত চিন (> , <) বহুৱাই তুলনা কৰা।
(a) 100, 99
উত্তৰঃ 100 > 99
100, 99 ৰ সোঁফালে বহিব
(b) 911, 899
উত্তৰঃ 911 > 899
911, 899 ৰ সোঁফালে বহিব
(c) 0, 1
উত্তৰঃ (c) 0 < 1
0, 1 ৰ সোঁফালে বহিব
(d) 9999, 10000
উত্তৰঃ 9999 < 10000
9999, 10000 ৰ সোঁফালে বহিব
(e) 2111, 1222
উত্তৰঃ 2111 > 1222
2111, 1222 ৰ সোঁফালে বহিব
Class 6 Mathematics Complete Solution- Click Here
Class 6 Mathematics Exercise 4(B) (Part -1) Assamese Medium
পূৰ্ণসংখ্যা ( whole Number) | Lesson 4 | Exercise 4.(B) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6| ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 4(B) (Part -1) Assamese Medium
For More details check our Youtube Channel Assam Board Exam