পূৰ্ণ সংখ্যা ( Whole Number) | Chapter 4 | Exercise 4(C)| Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution
অনুশীলনী 4(C)
পাঠ 4
পূৰ্ণ সংখ্যা
1. মুখে মুখে পূৰণফল উলিয়াবলৈ চেষ্টা কৰা। পূৰণফলটো শুদ্ধ পালানে? পূৰণ কৰি পৰীক্ষা কৰা।
(a) 99 x 25 x 4
উত্তৰ 99 x 25 x 4 = 99000
(b) 25 x 8 x 5
উত্তৰ 25 x 8 x 5 = 1000
(c) 4 x 45 x 50
উত্তৰ 4 x 45 x 50 = 9000
2. খালী ঠাইত উপযুক্ত সংখ্যা বহুওৱা
(a) 2 x (5 + 7) =2 x ….. +2 x …….
উত্তৰ 2 x (5 + 7) = 2 x 5 + 2 x 7
(b) 3 x (6 + 8) =…..x ….. +….x…….
উত্তৰ 3 x (6 + 8) = 3 x 6 + 3 x 8
(c) …. x (3 + 10) =2 x…..+…. x……..
উত্তৰ 2 x (3 + 10) = 2 x 3 + 2 x 10
3. 2, 3 আৰু 4 সংখ্যাকেইটা ব্যৱহাৰ কৰি যোগৰ সহযোগ বিধি খটুৱাই পৰীক্ষা কৰা।
উত্তৰঃ
LHS = 2+(3 + 4) RHS =(2+3)+4
=2+7 =5+4
=9 =9
LHS= RHS
প্ৰমাণিত হ’ল।
Class 6 Mathematics Complete Solution- Click Here
পূৰ্ণসংখ্যা ( Whole Number) | Lesson 4 | Exercise 4(C) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6| ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 4(C) (Part -1) Assamese Medium
For More details check our Youtube Channel Assam Board Exam