Assam Board Exam

সংখ্যাৰ বিভিন্ন প্ৰকাৰ | Lesson 2 | Exercise 2(B) | Class 6 Maths Solution Assam

সংখ্যাৰ বিভিন্ন প্ৰকাৰ ( Types of Numbers) | Chapter 2 | Exercise 2(B)| Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

 1. তলৰ কোনবোৰ সংখ্যা (i) 2 ৰে (ii) 5 ৰে (iii) 10 ৰে বিভাজ্য?

(a) 3656

উত্তৰ (i)সংখ্যাটো 2 বিভাজ্য হয়।

(ii)সংখ্যাটো 5 ৰে  বিভাজ্য নহয়।

(iii)সংখ্যাটো 10 ৰে বিভাজ্য নহয়।


(b) 4,608

উত্তৰ (i)সংখ্যাটো 2 বিভাজ্য হয়।

(ii)সংখ্যাটো 5 ৰে  বিভাজ্য নহয়।

(iii)সংখ্যাটো 10 ৰে বিভাজ্য নহয়।


(c) 23,040

উত্তৰ (i)সংখ্যাটো 2 বিভাজ্য হয়।

(ii)সংখ্যাটো 5 ৰে  বিভাজ্য হয়।

(iii)সংখ্যাটো 10 ৰে বিভাজ্য হয়।


(d) 47215

উত্তৰ (i)সংখ্যাটো 2 বিভাজ্য নহয়।

(ii)সংখ্যাটো 5 ৰে  বিভাজ্য হয়।

(iii)সংখ্যাটো 10 ৰে বিভাজ্য নহয়।


2. তলৰ কোনবোৰ সংখ্যা 4 ৰে বিভাজ্য?

(a) 7004

উত্তৰ ⸫ 04, 4 ৰে বিভাজ্য হয় গতিকে 7004 সংখ্যাটো 4 ৰে বিভাজ্য ।

(b) 9208

উত্তৰ ⸫ 08, 4 ৰে বিভাজ্য হয় ,গতিকে 9208 সংখ্যাটো 4 ৰে বিভাজ্য ।

(c) 7218

উত্তৰ ⸫ 18, 4 ৰে বিভাজ্য নহয় ,গতিকে 7218 সংখ্যাটো 4 ৰে বিভাজ্য নহয়।

(d) 3,000

উত্তৰ ⸫ শেষৰ অংক দুটা 0 (শূণ্য) হয়,গতিকে 3000 সংখ্যাটো 4 ৰে বিভাজ্য হয়।


3. তলৰ কোনবোৰ সংখ্যা 8 ৰে বিভাজ্য ?

(a) 1238

উত্তৰ 238/8 = 29.75, 8 ৰে বিভাজ্য নহয়।

⸫ সংখ্যাটো 8 ৰে বিভাজ্য নহয়।


(b) 2,408

উত্তৰ 408/8 = 51, 8 ৰে বিভাজ্য হয়।

⸫ সংখ্যাটো 8 ৰে বিভাজ্য হয়।


(c) 4316

উত্তৰ 316/8 = 39.5, 8 ৰে বিভাজ্য নহয়।

⸫ সংখ্যাটো 8 ৰে বিভাজ্য নহয়।


(d) 4,000

উত্তৰ ইয়াত শেষৰ তিনিটা অংকত  0 (শূণ্য) আছে।

⸫ সংখ্যাটো 8 ৰে বিভাজ্য হয়।


4. তলৰ কোনবোৰ সংখ্যা 3 ৰে বিভাজ্য ?

(a)780

উত্তৰ 7+8+0=15

15, 3 ৰে  বিভাজ্য

⸫ সংখ্যাটো 3 ৰে বিভাজ্য হয়।


(b) 4,752

উত্তৰ 4+7+5+2=18

18, 3 ৰে  বিভাজ্য

⸫ সংখ্যাটো 3 ৰে বিভাজ্য হয়।


(c) 3576

উত্তৰ 3+5+7+6=21

21, 3 ৰে  বিভাজ্য

⸫ সংখ্যাটো 3 ৰে বিভাজ্য হয়।


(d) 86732

উত্তৰ 8+6+7+3+2=26

26, 3 ৰে  বিভাজ্য নহয়

⸫ সংখ্যাটো 3 ৰে বিভাজ্য নহয়।


5. তলৰ কোনবোৰ সংখ্যা 9 ৰে বিভাজ্য ?

(a) 2300

উত্তৰ 2+3+0+0=5

5, 9 ৰে  বিভাজ্য নহয়

⸫ সংখ্যাটো 9 ৰে বিভাজ্য নহয়।


(b) 9,126

উত্তৰ 9+1+2+6=18

18, 9 ৰে  বিভাজ্য হয়

⸫ সংখ্যাটো 9 ৰে বিভাজ্য হয়।


(c) 8001

উত্তৰ 8+0+0+1=9

9, 9 ৰে  বিভাজ্য হয়

⸫ সংখ্যাটো 9 ৰে বিভাজ্য হয়।


(d) 1234

উত্তৰ 1+2+3+4=10

10, 9 ৰে  বিভাজ্য নহয়

⸫ সংখ্যাটো 9 ৰে বিভাজ্য নহয়।


6. তলৰ কোনবোৰ সংখ্যা 11 ৰে বিভাজ্য ?

(a) 7,007

উত্তৰ :-  অযুগ্ম স্থানত থকা অংকৰ যোগফল = 7+0=7

যুগ্ম স্থানত থকা অংকৰ যোগফল = 0+7 =7

পাথৰ্ক্য = 7-7=0

⸫ সংখ্যাটো 11 ৰে বিভাজ্য হয়।


(b) 7,7987

উত্তৰ :-  অযুগ্ম স্থানত থকা অংকৰ যোগফল = 7+9+7=23

যুগ্ম স্থানত থকা অংকৰ যোগফল = 8+7 =15

পাথৰ্ক্য = 23-15=8,   11 ৰে বিভাজ্য নহয়।

⸫ সংখ্যাটো 11 ৰে বিভাজ্য নহয়।


(c) 94,325

উত্তৰ :-  অযুগ্ম স্থানত থকা অংকৰ যোগফল = 5+3+9=17

যুগ্ম স্থানত থকা অংকৰ যোগফল = 2+4 =6

পাথৰ্ক্য = 17-6=11 যি 11 ৰে বিভাজ্য হয়।

⸫ সংখ্যাটো 11 ৰে বিভাজ্য হয়।


(d) 8,09,391

উত্তৰ :-  অযুগ্ম স্থানত থকা অংকৰ যোগফল = 1+3+0=4

যুগ্ম স্থানত থকা অংকৰ যোগফল = 9+9+8 =26

পাথৰ্ক্য = 26-4=22 যি 11 ৰে বিভাজ্য হয়।

⸫ সংখ্যাটো 11 ৰে বিভাজ্য হয়।


7. তলৰ কোনবোৰ সংখ্যা 6 ৰে বিভাজ্য ?

(a) 3,484

উত্তৰ সংখ্যাটো 2 ৰে বিভাজ্য

3+4+8+4=19,  যি 3 ৰে বিভাজ্য নহয়

⸫ সংখ্যাটো 6 ৰে বিভাজ্য নহয়।


(b) 30,282

উত্তৰ সংখ্যাটো 2 ৰে বিভাজ্য

3+0+2+8+2=15,  যি 3 ৰে বিভাজ্য হয়

⸫ সংখ্যাটো 6 ৰে বিভাজ্য হয়।


(c) 72,006

উত্তৰ সংখ্যাটো 2 ৰে বিভাজ্য

7+2+0+0+6=15,  যি 3 ৰে বিভাজ্য হয়

যিহেতু সংখ্যাটো 2 আৰু 3 ৰে প্ৰতিটো বিভাজ্য গতিকে সংখ্যাটো 6 ৰে বিভাজ্য হয়।


(d) 34,560

উত্তৰ সংখ্যাটো 2 ৰে বিভাজ্য

3+4+5+6+0=18,  যি 3 ৰে বিভাজ্য হয়

যিহেতু সংখ্যাটো 2 আৰু 3 ৰে প্ৰতিটো বিভাজ্য গতিকে সংখ্যাটো 6 ৰে বিভাজ্য হয়।


Class 6 Mathematics Complete Solution- Click Here

সংখ্যাৰ বিভিন্ন প্ৰকাৰ ( Types of Numbers) | Lesson 2 | Exercise 2(B)


সংখ্যাৰ বিভিন্ন প্ৰকাৰ ( Types of Numbers) | Lesson 2 | Exercise 2(B) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6| ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 2(B) (Part -1) Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment