Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় সমাজ বিজ্ঞানৰ কৰ্মপুথি Assamese medium question answer|| Class 6|| আমাৰ পৃথিৱী || Class 6 social science chapter 1 Assamese Medium
আমাৰ পৃথিৱী
Class 6 social science assamese medium question answer|| Class 6| আমাৰ পৃথিৱী || Class 6 social science chapter 1 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam
অনুশীলনী – ১
১. বাকচৰ ভিতৰত থকা সংখ্যা/ শব্দবোৰ উপযুক্ত স্থানত বহুওৱা-
নিজ মেৰুদণ্ডক কেন্দ্র কৰি ঘূৰা কার্য | ৯০০ | মেৰুদণ্ড | ইয়াত জীৱ আছে | সূর্যৰ চাৰিওফালে ঘূৰে |
(ক) পৃথিৱীৰ এনে কি বিশেষত্ব আছে যিটো আন গ্রহত নাই?
উত্তৰ:- ইয়াত জীৱ আছে
(খ) উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত অক্ষৰেখাৰ মান কিমান?
উত্তৰ:- ৯০০
(গ) পৃথিৱী আৰু অন্যান্য গ্রহবোৰে কি কৰে?
উত্তৰ:- সূর্যৰ চাৰিওফালে ঘূৰে
(ঘ) আৱর্তন মানে কি?
উত্তৰ:- নিজ মেৰুদণ্ডক কেন্দ্র কৰি ঘূৰা কার্য।
(ঙ) উত্তৰ-মেৰুৰপৰা দক্ষিণ-মেৰুলৈ পৃথিৱীৰ সোঁমাজেদি কল্পনা কৰা ৰেখাডালক কি বুলি কোৱা হয়?
উত্তৰ:- মেৰুদণ্ড
২. তলত দিয়া আভাস অনুসৰি শব্দ-শৃংখলটো পূৰ কৰা-
থিয়কৈ
(ক) পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা ৰেখা (৪)
(গ) সৌৰজগতৰ এটা গ্রহ (৪)
(ঙ) ২৩০°৩০′ উত্তৰ অক্ষাংশ (৫)
(ছ) উপগ্রহবোৰে নিজ নিজ গ্রহক প্রদক্ষিণ কৰা পথ (৪)
পথালিকৈ
(খ) ৬৬°৩০′ উত্তৰ অক্ষাংশ (৫)
(ঘ) পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰি কৰা গতি (৩)
(চ) ২৩°৩০′ দক্ষিণ অক্ষাংশ (৫)

৩. ‘আমাৰ পৃথিৱী’ পাঠটোৰ ২ নং পৃষ্ঠাত থকা চিত্র ১.২ চাই তলৰ প্রশ্নসমূহৰ উত্তৰ কৰা-
(ক) সূর্যৰ আটাইতকৈ ওচৰত থকা আৰু আটাইতকৈ দূৰত থকা গ্রহ দুটা কি কি?
উত্তৰ:- বুধ আৰু নেপচুন।
(খ) ছবিখনত কোনটো গ্রহ আটাইতকৈ ডাঙৰ দেখিছা?
উত্তৰ:- বৃহস্পতি
(গ) সূৰ্যৰ পৰা দূৰত্ব হিচাপত আমাৰ পৃথিৱীৰ স্থান কিমান?
উত্তৰ:- তৃতীয়
(ঘ) কোনটো গ্রহক আঙুঠিয়ে আগুৰি আছে?
উত্তৰ:- শনি
(ঙ) কোনটো গ্রহ দেখিবলৈ ৰঙা?
উত্তৰ:- মংগল
৪. তলত দিয়া পৃথিবীৰ মানচিত্ৰখনৰ লগতে অন্য মানচিত্র চাই নিম্নোক্ত প্রশ্নকেইটাৰ উত্তৰ দিয়া-

ক) কোন কোন মহাদেশৰ মাজেৰে বিষুৱৰেখা পাৰ হৈ গৈছে?
উত্তৰ:- দক্ষিণ আমেৰিকা,আফ্ৰিকা, এছিয়া
(খ) ভাৰত কিমান ডিগ্রী অক্ষাংশ আৰু দ্রাঘিমাংশৰ মাজত অৱস্থিত?
উত্তৰ:- ৮০ ৪/ উত্তৰ পৰা ৩৭০ ৬/ উত্তৰ
(গ) মুখ্য দ্রাঘিমাৰেখা পাৰ হৈ যোৱা দেশ এখনৰ নাম লিখা।
উত্তৰ:- ইংলেণ্ড
৫. তলৰ তালিকাখনলৈ মন কৰা। ইয়াত চাৰিটা স্থানৰ অক্ষাংশ আৰু দ্রাঘিমাংশৰ মান দিয়া আছে। স্থানসমূহৰ অক্ষাংশ, দ্রাঘিমাংশ আৰু দিশলৈ লক্ষ্য কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।
স্থান | অক্ষাংশ | দ্রাঘিমাংশ |
ক | ৬৫° উত্তৰ | ১০০° পশ্চিম |
খ | ১৫° উত্তৰ | ১৩০° পশ্চিম |
গ | ৬০° দক্ষিণ | ৩০° পূব |
ঘ | ২০° দক্ষিণ | ৯০°পূব |
১. কোনটো স্থান মুখ্য দ্রাঘিমাৰেখাৰ আটাইতকৈ ওচৰত অৱস্থিত?
উত্তৰ:- গ
২. কোনটো স্থান বিষুবৰেখাৰ আটাইতকৈ ওচৰত আছে?
উত্তৰ:- খ
৩. সুমেৰুৰ ওচৰত অৱস্থিত স্থান কোনটো?
উত্তৰ:- ক
৪. কুমেৰুৰ ওচৰত অৱস্থিত স্থান কোনটো?
উত্তৰ:- গ
৫. মকৰ ক্ৰান্তিৰ ওচৰত থকা স্থান কোনটো?
উত্তৰ:- ঘ
৬. তলৰ খালী ঠাইত গোলক এটা আঁকি নিম্নোক্ত স্থান আৰু ৰেখাসমূহ চিহ্নিত কৰা-
(ক) মেৰুদণ্ড
(খ) উত্তৰ- মেৰু
(গ) দক্ষিণ মেৰু
(ঘ) বিষুৱৰেখা
(ঙ) মুখ্য দ্রাঘিমাৰেখা

Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় সমাজ বিজ্ঞানৰ কৰ্মপুথি assamese medium question answer|| Class 6|| আমাৰ পৃথিৱী || Class 6 social science chapter 1 Assamese Medium
For More details check our Youtube Channel ExamPedia Assam
Class 6 Social Science All Chapter – Click Here