Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় সমাজ বিজ্ঞানৰ কৰ্মপুথি Assamese medium question answer|| Class 6|| সময় মণ্ডল আৰু মানচিত্র || Class 6 social science chapter 2 Assamese Medium
সময় মণ্ডল আৰু মানচিত্র
Class 6 social science assamese medium question answer|| Class 6| সময় মণ্ডল আৰু মানচিত্র || Class 6 social science chapter 2 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam
অনুশীলনী – ১
১. খালী ঠাই পূৰ কৰা-
(ক) আন্তর্জাতিক তাৰিখ ৰেখাৰ মান হৈছে……………….।
উত্তৰ:- আন্তর্জাতিক তাৰিখ ৰেখাৰ মান হৈছে ১৮০°।
(খ) মুখ্য দ্রাঘিমাৰেখাৰ পৰা ………….. গ’লে সময় পিছুৱাই যাব।
উত্তৰ:- মুখ্য দ্রাঘিমাৰেখাৰ পৰা পশ্চিমলৈ গ’লে সময় পিছুৱাই যাব।
(গ) ভাৰতৰ পূব সীমাৰ পৰা পশ্চিম সীমালৈ সময়ৰ ব্যৱধান হৈছে………. ঘণ্টা ……….মিনিট।
উত্তৰ:- ভাৰতৰ পূব সীমাৰ পৰা পশ্চিম সীমালৈ সময়ৰ ব্যৱধান হৈছে ১ ঘণ্টা ৪৫ মিনিট।
২. তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কাষত দিয়া খালী বাকচত লিখা-
(ক) পৃথিৱীয়ে পূবৰ পৰা পশ্চিমলৈ গতি কৰে।
উত্তৰ:- অশুদ্ধ
(খ) মুখ্য দ্রাঘিমাৰেখাৰ মান হৈছে ০০।
উত্তৰ:- শুদ্ধ
(গ) গ্রীনউইচতকৈ আগতে দুপৰীয়া হোৱা ঠাই এখন পূব দ্রাঘিমাংশত অৱস্থিত।
উত্তৰ:- শুদ্ধ
(ঘ) দ্রাঘিমাংশ অনুসৰি কোনো এখন ঠাইৰ সময়কেই সেই ঠাইখনৰ স্থানীয় সময় বোলে।
উত্তৰ:- শুদ্ধ
(ঙ) মুখ্য দ্রাঘিমাৰেখা আৰু আন্তর্জাতিক তাৰিখৰেখাৰ মাজত সময়ৰ ব্যৱধান হৈছে এক দিন।
উত্তৰ:- শুদ্ধ
৪. তলত মানুহ এজনৰ চাৰিওফালে কিছুমান চিত্র দিয়া হৈছে।

ক্রমিক নং | দিশ (মানুহজনৰ পৰা) | কি কি আছে লিখা |
১ | উত্তৰ | গছ |
২ | দক্ষিণ | নদী |
৩ | পূব | পাহাৰ |
৪ | পশ্চিম | কুঁৱা |
৫ | উত্তৰ- পূব | সূৰ্য্য |
৬ | দক্ষিণ- পূব | দলং |
৭ | দক্ষিণ- পশ্চিম | নামঘৰ |
৮ | উত্তৰ-পশ্চিম | কল – কাৰখানা |
Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় সমাজ বিজ্ঞানৰ কৰ্মপুথি assamese medium question answer|| Class 6|| সময় মণ্ডল আৰু মানচিত্র || Class 6 social science chapter 2 Assamese Medium
For More details check our Youtube Channel ExamPedia Assam
Class 6 Social Science All Chapter – Click Here