Assam Board Exam

Assam and Its People MCQ for APSC, Assam TET, ADRE, Assam Police

Introduction

Welcome to Assam Board Exam, your ultimate destination for preparing for competitive exams like APSC, Assam TET, ADRE, and Assam Police. This page is dedicated to providing Multiple Choice Questions (MCQs) on Assam and its People, a crucial topic for these exams. Our curated questions cover history, culture, geography, politics, and more, ensuring comprehensive preparation.

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Why Focus on Assam and Its People?

Understanding Assam’s history, culture, and current affairs is essential for scoring high in exams like APSC, Assam TET, and others. Topics often covered include:

  • Assam’s cultural heritage (Bihu, Sattriya, etc.)
  • Historical movements (Ahom Dynasty, Assam Accord)
  • Geography and natural resources of Assam
  • Key government schemes and political developments

MCQs on Assam and Its People

1) ৰংকাৰ বা ৰংকেৰ উৎসৱ অসমৰ কোন জনগোষ্ঠীয়ে উদযাপন কৰে?

(ক) বড়ো

(খ) কাৰ্বি

(গ) তিৱা

(ঘ) মিচিং

উত্তৰঃ (খ)

2) খেৰাই কোন জনগোষ্ঠীৰ জনপ্রিয় নৃত্য?

(ক) ৰাভা

(খ) কোচ ৰাজবংশী

(গ) বড়ো

(ঘ) বর্মন

উত্তৰঃ (গ)

3)  বড়োসকলৰ প্ৰধান ধর্মীয় উদ্ভিদবিধৰ নাম কি?

(ক) সিজু

খ) আঁহত

(গ) বকুল

(ঘ) আম

উত্তৰঃ (ক)

4) অসমত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম কি আছিল?

(ক) লখিমী গাঁৱলীয়া বেংক

(খ) আছাম কো-অপাৰেটিভ এপেক্স বেংক

(গ) গুৱাহাটী বেংক

(ঘ) অসম গ্রামীণ বিকাশ বেংক

5) অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হ’ল

(ক) মৰাপাটৰ উদ্যোগ

(খ) ৰবৰ উদ্যোগ

(গ) চাহ উদ্যোগ

(ঘ) এৰী-মুগা উদ্যোগ

উত্তৰঃ (গ)

6) অসম সচিবালয়ৰ নাম কি?

(ক) জনতা ভৱন

(খ) ৰাইজৰ ভবন

(গ) অসম ছেক্রেটেৰিয়েট

(ঘ) এটাও নহয়

উত্তৰঃ (ক)

7) অসম চৰকাৰে অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি’ ঘোষণা কৰা বছৰটো হ’ল

(ক) ২০১৪

(খ) ২০১৫

(গ) ২০১৮

(ঘ) ২০১৩

উত্তৰঃ (ক)

8) অসমৰ কোন ঠাইক ‘কয়লাৰ ৰাণী’ বুলি কোৱা হয়?

(ক) হাফলং

(খ) মাৰ্ঘেৰিটা

গ) লেখাপানী

(ঘ) হামৰেণ

উত্তৰঃখ

9)  অসমৰ প্ৰথম মহিলা বিত্ত মন্ত্রী কোন?

(ক) প্রমিলাবাণী ব্রহ্ম

(খ) আনোৱাৰা টাইমূৰ

(গ) অজন্তা নেওগ

(ঘ) বিস্মিতা গগৈ

উত্তৰঃ (গ)

10) সংগীত-নাটক একাডেমীৰ অধ্যক্ষৰ পদ লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন?

(ক) গিৰিশ চৌধুৰী

(খ) ৰুদ্র বৰুৱা

(গ) ভূপেন হাজৰিকা

ঘ) খগেন মহন্ত

উত্তৰঃ (গ)

11) ১৯৫২ চনত প্রথম লোকসভা নির্বাচনত অসমৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা একমাত্র

মহিলা কোন?

(ক) বনিলি খংমেন।

(খ) ৰাণী মঞ্জুলা দেবী

(গ) মফিদা আহমেদ

(ঘ) ৰেণুকা দেৱী বৰকটকী

উত্তৰঃ (ক)

12) ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল?

(ক) ভিভি গিৰি

(খ) ফখৰুদ্দিন আলি আহমেদ

(গ) ডঃ জাকিৰ হুছেইন

 (ঘ) গিয়ানী জেইল সিং

উত্তৰ: (খ)

13) কেন্দ্রীয় মন্ত্রীসভাত মন্ত্রিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

(ক) ৰেণুকা দেৱী বৰকটক

(খ) ৰাণী নৰহ

(গ) চৈয়দা আনোৱাৰা টাইমূৰ

(ঘ) এটাও নহয়

উত্তৰ (ক)

14) প্রথম অসমীয়া নির্বাচন আয়ুক্তজনৰ নাম কি?

(ক) বিষ্ণুৰাম মেধি

(খ) গোপীনাথ বৰদলৈ

(গ) ভোগেশ্বৰ বৰুৱা

(ঘ) হৰিশংকৰ ব্ৰহ্মা

উত্তৰঃ (ঘ)

15) ফখৰুদিন আলি আহমেদ ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি আছিল

(ক) দ্বিতীয়

(খ) পঞ্চম

(গ) ষষ্ঠ

(ঘ) সপ্তম

উত্তৰঃ (খ)

16) ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰথমবাৰৰ বাবে মনোনীত হোৱা অসমৰ প্ৰাৰ্থীগৰাকী কোন?

(ক) ৰঞ্জন গগৈ

(খ) আনোৱাৰা টাইমূৰ

(গ) মৃণাল মিৰি

(ঘ) সর্বানন্দ সোণোৱাল

উত্তৰঃ (খ)

17) শেহতীয়াকৈ অসমৰ সমষ্টি পুনর্নির্ধাৰণ কোন চনত কৰা হৈছে?

(ক) ২০২১

খ) ২০২৩

(গ) ২০২২

(ঘ) ২০২৪

উত্তৰঃ (খ)

18) শেহতীয়াকৈ অসমৰ সমষ্টি পুননির্ধাৰণত কেইটা লোকসভা সমষ্টি সাধাৰণ শ্ৰেণীৰ বাবে সংৰক্ষিত কৰা হৈছে?

(ক) ১১টা

(খ) ৬টা

(গ) ২টা

(ঘ) ৯টা

উত্তৰ (ক)

19) শেহতীয়াকৈ অসমৰ সমষ্টি পুনর্নির্ধাৰণত কেইটা বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে?

(ক) ১৬টা

(খ) ২২টা

(গ) ২৯টা

(ঘ) ১৯টা

উত্তৰঃ (ঘ)

20) শেহতীয়াকৈ অসমৰ সমষ্টি পুনর্নির্ধাৰণত কেইটা বিধানসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে?

(ক) ১২টা

(খ) ১১টা

(গ) ৯টা

(ঘ) ১৪টা

উত্তৰঃ (গ)

21) শেহতীয়াকৈ অসমৰ সমষ্টি পুনর্নির্ধাৰণত কেইটা বিধানসভা সমষ্টি সাধাৰণ শ্ৰেণীৰ বাবে সংৰক্ষিত কৰা হৈছে?

(ক) ৯৫ টা

(খ) ৯৮টা

(গ) ১০০টা

(ঘ) ৮৯টা

উত্তৰ (খ)

22) শেহতীয়াকৈ অসমৰ সমষ্টি পুনর্নির্ধাৰণত কেইটা লোকসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে?

(ক) ২টা

(খ) ৩টা

(গ) ৭টা

(ঘ) ১টা

উত্তৰঃ (ক)

23) অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষগৰাকীৰ নাম কি?

(ক) নোমল মমিন

(খ) হিতেন্দ্রনাথ গোস্বামী

(গ) বিশ্বজিত দৈমাৰী

(ঘ) ৰঞ্জিত কুমাৰ দাস

উত্তৰঃ (গ)

24) স্বাধীনতাৰ পাছত প্রথমবাৰৰ বাবে অসমত কেতিয়া ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হয়?

(ক) ১৯৪৯

(খ) ১৯৭৪

(গ) ১৯৭৯

(ঘ) ১৯৮৯

উত্তৰঃ (গ)

25) হিউৱেন-ছাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?

(ক)চুকাফা

(খ) ভাস্কৰ বৰ্মন

(গ) চন্দ্রকান্ত সিংহ

(ঘ) এটাও নহয়

উত্তৰঃ (খ)

26) হৰদত্ত-বীৰদত্তৰ বিদ্ৰোহ দমন কৰা কাৰণে কলীয়াভোমোৰা বৰফুকনক কোনে ‘প্রতাপ বল্লভ’ উপাধি প্রদান কৰিছিল?

(ক) গৌৰীনাথ সিংহ

(খ) কমলেশ্বৰ সিংহ

(গ) চন্দ্রকান্ত সিংহ

(ঘ) পুৰন্দৰ সিংহ

উত্তৰঃ (খ)

27) পচা ব্যৱস্থা কোনে আৰম্ভ কৰিছিল

ক) চুকাফা

(খ) চুহুংমুং

(গ) প্রতাপ সিংহ

(ঘ) ৰুদ্র সিংহ

উত্তৰঃ (গ)

28) ভাস্কৰ বৰ্মনে হর্ষবর্ধনৰ ওচৰলৈ প্ৰেৰণ কৰা দূতজনৰ নাম কি?

(ক) মেঘদূত

(খ) হংসবেগ

(গ) বৰুণ

(ঘ) বায়ু

উত্তৰঃ (খ)

29) কোনজন আহোম ৰজাৰ দিনত লতাকটা ৰণ হৈছিল?

(ক) ৰাজেশ্বৰ সিংহ

(খ) পুৰন্দৰ সিংহ

(গ) ৰুদ্র সিংহ

(ঘ) শিৱ সিংহ

উত্তৰঃ (ক)

30) হর্ষবর্ধনৰ লগত বন্ধুত্বৰ সম্পৰ্ক গঢ়া কামৰূপৰ ৰজাজনৰ নাম কি?

(ক) ৰামপাল

(খ) ভগদত্ত

(গ) পৃথ

(ঘ) ভাস্কৰ বৰ্মন

উত্তৰঃ (ঘ)

31) গুৱাহাটীৰ দীঘলী পুখুৰী তলৰ কোনজন ৰজাৰ লগত জড়িত?

(ক) হর্জৰ বৰ্মন

(খ) নৰক

(গ) ভগদত্ত

(ঘ) ভাস্কৰ বর্মন

উত্তৰঃ (গ)

32) মাইবং কাৰ ৰাজধানী আছিল?

(ক) কছাৰীৰ

(খ) আহোমৰ

গ) জয়ন্তীয়াৰ

(ঘ) খাছিৰ 

উত্তৰঃ (ক)

33) আলি-আই-লূগাং  উৎসৱত পৰিৱেশন কৰা নৃত্যবিধৰ নাম কি?

(ক) গুমৰাগ্ পাকচ চঃনাম্ বা চঃমান

(খ) বিহু

(গ) চমাংকান

(ঘ) বাগুৰুম্বা

উত্তৰঃ (ক)

34) কৃষিভিত্তিক বায়খো উৎসৱ অসমৰ কোন জনগোষ্ঠীয়ে উদ্যাপন কৰে?

(ক) বড়ো

(খ) কাৰ্বি

(গ) তিৱা

(ঘ) ৰাভা

উত্তৰঃ (ঘ)

35) ফাৰকান্তি কোন জনগোষ্ঠীৰ জনপ্রিয় নৃত্য?

(ক) ৰাভা

(খ) কাৰ্বি

(গ) বড়ো

(ঘ) তিৱা 

উত্তৰঃ (ক)

36) লেছেৰি নৃত্য অসমৰ কোন জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ?

(ক) হাজংসকলৰ

(খ) বড়োসকলৰ

(গ) সোণোৱাল কছাৰীসকলৰ

(ঘ) মিচিংসকলৰ

উত্তৰঃ (গ)

37) অৰিমাগা উৎসৱ ভাদ মাহৰ পূৰ্ণিমাত কোন জনগোষ্ঠীয়ে পালন কৰে?

(ক) বড়ো

(খ) কোচ ৰাজবংশী

(গ) সোণোৱাল কছাৰী

(ঘ) ডিমাছা

উত্তৰ (খ)

38) চগ্রা মিছাৱা উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে?

(ক) বড়ো

(খ) কাৰ্বি

(গ) তিৱা

(ঘ) ৰাভা

উত্তৰঃ (গ)

39) বড়োসকলে পালন কৰা মাঘ বিহুক কি নামেৰে জনা যায়?

(ক) মাগৌ দমাছী

(খ) বড়ো দমাছী

(গ) বায়খো

(ঘ) বৈছাগু

উত্তৰঃ (ক)

40) মৰিগাঁও জিলাৰ জাগীৰোডৰ ওচৰৰ প্ৰাচীন গোভা ৰাজ্যৰ ঐতিহ্য আৰু সাক্ষ্য বহন কৰি প্ৰতি বছৰে তাহানিৰ বিনিময় প্ৰথাৰে অনুষ্ঠিত মেলাখনৰ নাম কি?

(ক) জোনবিল মেলা

(খ) দৰঙা মেলা

(গ) জাগীৰোড মেলা

(ঘ) মৰিগাঁও মেলা

উত্তৰঃ (ক)

41) তলৰ কোনবিধ কাৰ্বিসকলৰ প্ৰধান উৎসৱ?

(ক) দেহাল পূজা

(খ) লখিমী সবাহ

(গ) হুদুমদেওৰ পূজা

(ঘ) বাথৌ পূজা

উত্তৰঃ (ক)

42) বাথৌ পূজা কোন জনগোষ্ঠীৰ প্ৰধান উৎসৱ?

(ক) দেউৰী

(খ) বড়ো

(গ) বর্মন

(ঘ) ডিমাছা

উত্তৰঃ (খ)

43) বাণ্ডৰুম্বা কোন জনগোষ্ঠীৰ জনপ্রিয় নৃত্য?

(ক) কাৰ্বি

(খ) মিচিং

(গ) বড়ো

(ঘ) ৰাভা

উত্তৰঃ (গ)

44) বড়োসকলৰ প্ৰধান উৎসৱ কি?

(ক) পঃৰাগ

(খ) বাইচাগু

(গ) চমাংকান

(ঘ) আলি-আই-লুগাং

উত্তৰঃ (খ)

45) স্বচিপূজা কোন জনগোষ্ঠীয়ে পালন কৰে?

(ক) ৰাভা

(খ) হাজং

(গ) বড়ো

(ঘ) কাৰ্বি

উত্তৰঃ (ক)

46)  আলি-আই-লুগাং কেতিয়া পালন কৰা হয়?

(ক) ব’হাগ মাহৰ প্ৰথম বুধবাৰ

(খ) ফাগুন মাহৰ প্ৰথম বুধবাৰ

গ) মাঘ মাহৰ বুধবাৰ এটাত

(ঘ) আহিন মাহৰ বুধবাৰ এটাত

উত্তৰ (খ)

47) জোনবিল মেলা কোন জনগোষ্ঠীৰ লগত সম্পর্কিত?

(ক) মাৰ

(খ) তিৱা

(গ) ৰাভা

(ঘ) হাজং

উত্তৰঃ (খ)

48) অসমৰ ভৈয়াম অঞ্চলত বসবাস কৰা জনজাতিসকলৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা কোনটো জনগোষ্ঠী সংখ্যাগৰিষ্ঠ?

(ক) কাৰ্বি

(খ) মিচিং

(গ) বড়ো

(ঘ) ৰাভা

উত্তৰঃ (গ)

49) মে-ডাম মে-ফি কোন জনগোষ্ঠীৰ প্ৰধান ধর্মীয় উৎসব?

(ক) দেউৰী

(খ) মিচিং

(গ) তিৱা

(ঘ) টাই-আহোম

উত্তৰঃ (ঘ)

50) মে-ডাম মে-ফি কেতিয়া পালন কৰা হয়?

(ক) ৩০ জানুৱাৰী

(খ) ১ মার্চ

গ) ৩১ জানুৱাৰী

(ঘ) ১ এপ্রিল

উত্তৰঃ (গ)


Features of Our MCQs

  • Exam-Specific Questions: Tailored for APSC, TET, ADRE, and Police exams.
  • Updated Content: Regularly updated with the latest syllabus and trends.
  • Difficulty Levels: Questions range from basic to advanced.

Benefits of Practicing Our MCQs

  1. Boost Confidence: Test your knowledge with real exam-style questions.
  2. Improve Speed and Accuracy: Timed practice sessions to enhance performance.
  3. Identify Weak Areas: Get insights into areas needing improvement.

Study Tips for Assam and Its People

  1. Refer to Standard Books: Focus on books like “Assam: History and Culture” by S.L. Baruah.
  2. Regular Revision: Revise MCQs daily for better retention.
  3. Current Affairs: Stay updated with news and government schemes in Assam.
  4. Mock Tests: Attempt full-length tests for time management.

Conclusion

Prepare effectively for your competitive exams with our Assam and Its People MCQs. Explore our website for more resources and ensure your success in upcoming exams. Stay connected with Assam Board Exam for the best study materials and updates.


Call to Action

Get Started Now!
👉 Attempt Online MCQ Tests
👉 Subscribe to ExamPedia Assam YouTube Channel

Stay ahead in your preparation and ace your exams with Assam Board Exam!

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment