Assam Board Exam

Assam and Its People Best MCQ for APSC, Assam TET, ADRE, Assam Police – Page 2

Introduction

Welcome to Assam Board Exam, your ultimate destination for preparing for competitive exams like APSC, Assam TET, ADRE, and Assam Police. This page is dedicated to providing Multiple Choice Questions (MCQs) on Assam and its People, a crucial topic for these exams. Our curated questions cover history, culture, geography, politics, and more, ensuring comprehensive preparation.

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Why Focus on Assam and Its People?

Understanding Assam’s history, culture, and current affairs is essential for scoring high in exams like APSC, Assam TET, and others. Topics often covered include:

  • Assam’s cultural heritage (Bihu, Sattriya, etc.)
  • Historical movements (Ahom Dynasty, Assam Accord)
  • Geography and natural resources of Assam
  • Key government schemes and political developments

MCQs on Assam and Its People

51) অসম চৰকাৰে অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি’ ঘোষণা কৰা বছৰটো হ’ল

(ক) ২০১৪

(খ) ২০১৫

(গ) ২০১৮

(ঘ) ২০১৩

উত্তৰঃ (ক)

52) অসমৰ বাঁহ প্রযুক্তি উদ্যান ক’ত আছে?

(ক) ছয়গাঁও, কামৰূপ।

খ) গেলাপুখুৰী, তিনিচুকীয়া

(গ) পাঠশালা, বৰপেটা

(ঘ) নাথকুছি, নলবাৰী

উত্তৰ: (ক)

53) ‘কুমাৰ ৰজা’ উপাধি জড়িত হৈ আছে

(ক) ভাস্কৰ বৰ্মন

(গ) পুষ্য বর্মন

(গ) হর্ষবর্ধন

(ঘ) সমুদ্র বর্মন

উত্তৰঃ (ক)

55) তলৰ কোনখন পাল ৰজা ৰত্নপালৰ ৰাজ্যৰ ৰাজধানী আছিল?

(ক) হাৰুপেশ্বৰ

(খ) দুর্জেয়

(গ) প্রাগজ্যোতিষপুৰ

(ঘ) কামৰূপ নগৰ

উত্তৰঃ (খ)

54) কোচ ৰজা নৰনাৰায়ণৰ প্ৰকৃত নাম কি?

(ক) নৰসিংহ

(খ) শুক্লধ্বজ

গ) মল্লদেৱ

(ঘ) পৰীক্ষিত

উত্তৰ (গ)

55) কুৰুক্ষেত্র যুদ্ধত অসমৰ কোনজন বীৰে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল?

(ক) বজ্রবাহন

(খ) ঘটোৎকছ

(গ) সাতবাহন

(ঘ) ভগদত্ত

উত্তৰঃ (খ)

56) ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

(ক) ১৯৮৫

(খ) ১৯৮৬

(গ) ১৯৮৮

(ঘ) ১৯৯০

উত্তৰ (ক)

57) স্বাধীনতা সংগ্ৰামৰ সময়ত অসমত কোনে ‘মৃত্যু বাহিনী’ গঠন কৰিছিল?

(ক) চন্দ্রপ্রভা শইকীয়ানী

(খ) পুষ্পলতা দাস

গ) মহেন্দ্রনাথ ডেকা ফুকন

(ঘ) কনকলতা বৰুবা

উত্তৰঃ (খ)

58) যোৰহাট সার্বজনিক সভা কেতিয়া গঠন কৰা হৈছিল?

(ক) ১৮৮৬ চনত

(খ) ১৮৮০ চনত

(গ) ১৮৯০ চনত

(ঘ) ১৮৮৫ চনত

উত্তৰঃ (ক)

59) আহোম সভা কেতিয়া গঠন কৰা হৈছিল?

(ক) ১৮৯০ চনত

(খ) ১৮৯৩ চনত

(গ) ১৮৮৩ চনত

(ঘ) ১৮৮০ চনত

উত্তৰঃ (খ)

60) অসমৰ প্ৰথম চাহবাগিচা ক’ত আৰু কেতিয়া স্থাপন হৈছিল।

(ক) ১৮৩৭ চনত চাবুৱাত

(খ) ১৮৫৫ চনত যোৰহাটত

গ) ১৮৬৫ চনত ডিব্রুগড়ত

 (ঘ) ১৮৪৫ চনত চিনামৰাত

উত্তৰঃ (ক)

61) নগাঁও জিলাৰ পুৰণি নাম কি আছিল?

(ক) নগঞা

(খ) খাগৰিজান

(গ) খাগৰি

(ঘ) নৈগঞা

উত্তৰঃ (খ)

62) গুপ্ত বংশৰ সম্পৰ্ক থকা স্থাপত্য কোনটো?

(ক) দ-পর্বতীয়া শিলৰ তোৰণ

(খ) বামুণী পাহাৰৰ স্থাপত্য

(গ) মদন কামদেৱ দেৱালয়

(ঘ) কামাখ্যা মন্দিৰ

উত্তৰঃ (ক)

63. শ্রী সূর্য পাহাৰ ক’অৱস্থিত?

(ক) কামৰূপ

(খ) শিৱসাগৰ

(গ) গোৱালপাৰা

(ঘ) বঙাইগাঁও

উত্তৰঃ (গ)

64) কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি?

(ক) দেবী কুণ্ড

(খ) জয়সাগৰ পুখুৰী

(গ) সৌভাগ্য কুণ্ড

(ঘ) এটাও নহয়

উত্তৰঃ (গ)

65. অসমৰ কোনখন চহৰ ‘মন্দিৰ নগৰী’ নামে জনাজাত?

(ক) যোৰহাট

(খ) উত্তৰ লখিমপুৰ

(গ) ডিব্রুগড়

(ঘ) গুৱাহাটী

উত্তৰঃ (ঘ)

66. কামাখ্যা মন্দিৰ অৱস্থিত পাহাৰটোৰ নাম কি?

(ক) নৰকাসুৰ

(খ) আজ্ঞাঠুৰি

(গ) নীলাচল

(ঘ) ভস্মাচল

উত্তৰঃ (গ)

67. শিঙৰি মন্দিৰ ক’অৱস্থিত?

(ক) শিৱসাগৰ

(খ) তেজপুৰ

(গ) হাফলং

(ঘ) দৰং

উত্তৰঃ (খ)

68. অসমৰ পিৰামিড’ বুলি কোন ঠাইক কোৱা হয়?

(ক) বামুণীমৈদাম

(খ) চৰাইদেউ মৈদাম

(গ) হোজাই

(ঘ) গড়গাঁও

উত্তৰঃ (খ)

69. যোৰহাট সার্বজনিক সভাৰ প্ৰতিষ্ঠাতা কোন?

ক) জগন্নাথ বৰুবা

(খ) নীলমণি ফুকন

(গ) মিত্রদেৱ মহন্ত

(ঘ) তুলসী নাৰায়ণ শর্মা

উত্তৰঃ (ক)

70. লাচিত বৰফুকনৰ মৈদাম ক’ত অৱস্থিত?

(ক) নকছাৰী

(খ) হোলোঙাপাৰ

(গ) চৰাইদেউ

(ঘ) শৰাইঘাট

উত্তৰঃ (খ)

71. অসমৰ কোনটো নদীদ্বীপ ময়ূৰ দ্বীপ নামে জনাজাত ?

(ক) মাজুলী

(খ) কবু চপৰি

গ) উমানন্দ

(ঘ) চিকম

উত্তৰঃ (গ)

72. ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হওতে অসমৰ মুখ্য্যমন্ত্রী কোন আছিল?

(ক) গোপীনাথ বৰদলৈ

(খ) বিষ্ণুৰাম মেধি

(গ) শৰ ৎ চন্দ্র সিংহ

(ঘ) বিমলাপ্রসাদ চলিহা

উত্তৰঃ (গ)

73. ব্ৰিটিছৰ পৰা কাইজাৰ-এ-হিন্দ সোণৰ পদক পোৱা একমাত্র অসমীয়া কোন?

(ক) ভোলানাথ বৰুৱা

(খ) ছৈয়দ মহম্মদ ছাদুল্লা

(গ) মণিৰাম দেৱান

(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰঃ (ক)

74. মহাত্মা গান্ধীয়ে অসমৰ কোনগৰাকী মুক্তি যুঁজাৰুক অসমৰ সৰোজিনী বুলি অভিহিত কৰিছিল?

(ক) ভানুমতী তালুকদাৰ

(খ) কনকলতা বৰৱা

(গ) পুষ্পলতা দাস

(ঘ) চন্দ্রপ্রভা শইকীয়ানী

উত্তৰঃ (ক)

75. ১৬৭১ চনৰ শৰাইঘাটৰ ৰণৰ সময়ত আহোমৰ ৰজা কোন আছিল?

(ক) উদয়াদিত্য সিংহ

(খ) চক্রধ্বজ সিংহ

(গ) জয়ধ্বজ সিংহ

(ঘ) পুৰন্দৰ সিংহ

উত্তৰঃ (ক)

76. প্রাচীন অসমৰ প্ৰথম ৰজাৰূপে কাক জনা যায়?

(ক) মহীৰংগ দানৱ

(খ) হটকাসুৰ

(গ) ৰত্নাসুৰ

(ঘ) নৰকাসুৰ

উত্তৰঃ (ক)

77. মণিপুৰৰ ৰজা জয় সিংহৰ জীয়াৰী কুৰংগনয়নীক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল?

(ক) ৰুদ্র সিংহ

(খ) ৰাজেশ্বৰ সিংহ

(গ) প্রমত্ত সিংহ

(ঘ) শিৱ সিংহ

উত্তৰঃ (খ)

78. মৰঙিখোৱা গোহাঁই ৰ শাসনকর্তা আছিল।

(ক) শদিয়া

খ) মৰঙি

(গ) শ’লাল

(ঘ) কামৰূপ

উত্তৰঃ (খ)

79. আহোমৰ প্ৰথম বৰপাত্ৰগোহাঁই কোন?

(ক) ফ্রাচেংমুং বৰপাত্ৰগোহাঁই

(খ) লাকু বৰপাত্ৰগোহাঁই

(গ) কনচেং বৰপাত্ৰগোহাঁই

(ঘ) লাই বৰপাত্ৰগোহাঁই

উত্তৰঃ (গ)

80. ডুবি তামৰ ফলি কোন ৰজাৰ দিনত খোদিত হৈছিল?

(ক) ভূতি বর্মনৰ দিনত

(খ) পুষ্য বর্মনৰ দিনত

(গ) ভাস্কৰ বৰ্মনৰ দিনত

(ঘ) বল বৰ্মনৰ দিনত

উত্তৰঃ (গ)          

81. কোঁচ মুদ্ৰাবোৰক নামেৰে জনা গৈছিল।

(ক) মোহৰ

(খ) টাকা

(গ) নাৰায়ণী

(ঘ) টংকা

উত্তৰঃ (গ)

82. কোঁচ বংশৰ প্রতিষ্ঠাতা কোন আছিল?

(ক) নৰনাৰায়ণ

(খ) বন্ধু নাৰায়ণ

(গ) বিশ্ব সিংহ

(ঘ) মহেন্দ্র নাৰায়ণ

উত্তৰ (গ)

83.  মোৱামৰীয়া বিদ্রোহৰ সময়ত যেতিয়া মোৱামৰীয়াসকলে ৰংপুৰ অধিগ্রহণ কৰিছিল, তেতিয়া কোনে আহোমৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল?

(ক) পূর্ণানন্দ বুঢ়াগোহাঁই

(খ) লক্ষ্মী সিংহ

(গ) গৌৰীনাথ সিংহ

(ঘ) লালুকসোলা বৰফুকন

উত্তৰঃ (ক)

84. পাল বংশৰ প্রতিষ্ঠাতা কোন?

(ক) ব্রহ্মপাল

(খ) ধর্মপাল

(গ) ইন্দ্রপাল

(ঘ) বীৰদত্ত

উত্তৰঃ (ক)

85. প্রাগজ্যোতিষত নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?

(ক) দানৱ বংশ

(খ) বর্মন বংশ

(গ) পাল বংশ

(ঘ) ভৌম বংশ 

উত্তৰঃ (ঘ)

86) তলৰ কোনখন নগৰ এসময়ত মটক ৰাজ্যৰ ৰাজধানী আছিল

ক) ডিগবৈ

খ) যোৰহাট

(গ) ডিব্রুগড়

(ঘ) তিনিচুকীয়া

উত্তৰঃ(ঘ)

87) ‘অসমৰ খাজুৰাহো’ বুলি কাক কোৱা হয়

(ক) অশ্বক্রান্ত

(খ) হয়গ্রীৱ-মাধৱ

(গ) মদন-কামদেৱ

(ঘ) উমানন্দ

উত্তৰঃ (গ)

88) পূৰণি বেংমৰা নগৰীক বৰ্তমান কি নামেৰে জনা যায়

(ক) ডিব্রুগড়

(খ) ডিফু

(গ) তিনিচুকীয়া

(ঘ) শদিয়া

উত্তৰঃ (গ)

89) হাজোৰ পোৱামক্কাৰ নাম কাৰ লগত জড়িত হৈ আছে

(ক) মিৰজুমলা

(খ) গিয়াজুদ্দিন আউলিয়া

(গ) ঔৰংগজেৱ

(ঘ) মির্জা নাথান

উত্তৰঃ (খ)

90) কোনখন থানাত ত্ৰিৰংগা উত্তোলন কৰিবলৈ যাওতে কনকলতা বৰুৱাক হত্যা কৰা হৈছিল?

(ক) গহপুৰ

(খ) ৰঙিয়া

(গ) সৰুপথাৰ

(ঘ) তেজপুৰ

উত্তৰঃ (ক)

91) কামৰূপৰ পূৰ্বৰ নাম কি আছিল?

(ক) প্রাগজুথিছ

(খ) কামকট

(গ) ধর্মাৰণ্য

(ঘ) দণ্ডকাৰণ্য

উত্তৰঃ (গ)

92) অসমৰ কোনখন চহৰৰ প্ৰাচীন নাম হাৰুপেশ্বৰ?

(ক) গুৱাহাটী

খ) তেজপুৰ

(গ) যোৰহাট

(ঘ) ধুবুৰী

উত্তৰঃ (খ)

94) ‘কামৰূপৰ বিক্রমাদিত্য’ বুলি কাক জনা গৈছিল?

(ক) চিলাৰায়

(খ) নৰনাৰায়ণ

(গ) ৰুদ্ৰ সিংহ

(ঘ) লাচিত বৰফুকন

উত্তৰঃ (খ)

95) সাতভনী নামে জনাজাত ৰাজ্যকেইখনৰ ভিতৰত মাটিকালিৰ ক্ষেত্ৰত কোনখন ৰাজ্য বৃহত্তম ?

(ক) অসম

খ) নাগালেণ্ড

(গ) মেঘালয়

(ঘ) অৰুণাচল প্রদেশ

উত্তৰঃ (ঘ)

96) অসমৰ চাৰিসীমা কিহৰ ভিত্তিত নিৰূপণ কৰা হৈছে?

(ক) ভৌগোলিকভাবে

(খ) জনসংখ্যাৰ ভিত্তিত

(গ) ৰাজনৈতিকভাবে

(ঘ) অর্থনীতিৰ ভিত্তিত

উত্তৰঃ (গ)

97)  তলৰ কোনটো শোধনাগাৰক ‘অসম চুক্তিৰ শোধনাগাৰ’ হিচাপে জনা যায়?

(ক) নুমলীগড় শোধনাগাৰ

(খ) বঙাইগাঁও শোধনাগাৰ

(গ) ডিগবৈ শোধনাগাৰ

(ঘ) নুনমাটি শোধনাগাৰ

উত্তৰ (ক)

98) তলত উল্লেখ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ কম পৰিসৰৰ সীমা ভগাই লৈছে?

(ক) অৰুণাচল প্রদেশ

(খ) ত্রিপুৰা

(গ) নাগালেণ্ড

(ঘ) মিজোৰাম

 উত্তৰঃ (খ)

99) তলৰ কোনকেইখন দেশৰ লগত অসমে আন্তর্জাতিক সীমা ভগাই লৈছে?

(ক) ম্যানমাৰ আৰু বাংলাদেশ

খ) চীন, ম্যানমাৰ, ভুটান আৰু বাংলাদেশ

(গ) ম্যানমাৰ, ভুটান আৰু বাংলাদেশ

(ঘ) ভূটান আৰু বাংলাদেশ

উত্তৰ: (ঘ)

100) অসমে…… সৈতে নিজ সীমা ভগাই লৈছে।

(১) মণিপুৰ

(২) ত্রিপুৰা

(৩) ছিকিম

(৪) পশ্চিম বংগ

তলত দিয়া ক’ডসমূহ ব্যৱহাৰ কৰি সঠিক উত্তৰটো বাছি উলিয়াওক:

(ক) ১ আৰু ২

(খ) ১ আৰু ৩

(গ) ১, ২ আৰু ৪

(ঘ) ১, ২, ৩ আৰু ৪

উত্তৰঃ (গ)


Features of Our MCQs

  • Exam-Specific Questions: Tailored for APSC, TET, ADRE, and Police exams.
  • Updated Content: Regularly updated with the latest syllabus and trends.
  • Difficulty Levels: Questions range from basic to advanced.

Benefits of Practicing Our MCQs

  1. Boost Confidence: Test your knowledge with real exam-style questions.
  2. Improve Speed and Accuracy: Timed practice sessions to enhance performance.
  3. Identify Weak Areas: Get insights into areas needing improvement.

Study Tips for Assam and Its People

  1. Refer to Standard Books: Focus on books like “Assam: History and Culture” by S.L. Baruah.
  2. Regular Revision: Revise MCQs daily for better retention.
  3. Current Affairs: Stay updated with news and government schemes in Assam.
  4. Mock Tests: Attempt full-length tests for time management.

Conclusion

Prepare effectively for your competitive exams with our Assam and Its People MCQs. Explore our website for more resources and ensure your success in upcoming exams. Stay connected with Assam Board Exam for the best study materials and updates.


Call to Action

Get Started Now!
👉 Attempt Online MCQ Tests
👉 Subscribe to ExamPedia Assam YouTube Channel

Stay ahead in your preparation and ace your exams with Assam Board Exam!

 

 

 

 

 

 

 

 

 

 

 

 

 

 

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment