Assam Board Exam

সংখ্যাৰ গঠন | Lesson 1 | Exercise 1 (d) | Class 6 Maths Solution Assam

Class 6 Maths Exercise 1 (D)

সংখ্যাৰ গঠন ( Structure of Number) | Chapter 1 | Exercise 1 (d) | Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution

পাঠ 1

সংখ্যাৰ গঠন

অনুশীলনী 1 (d)

1. আখৰেৰে লিখাঃ ভাৰতীয় পদ্ধতিত আৰু আন্তর্জাতিক পদ্ধতিত

(a) 87595762

উত্তৰঃ

 ভাৰতীয় পদ্ধতিতঃ

আঠ কোটি পয়সত্তৰ লাখ পছান্নব্বৈ হাজাৰ সাতশ বাষষ্টি।

আন্তর্জাতিক পদ্ধতিতঃ

সাতাশী মিলিয়ন পাঁচশ পছান্নব্বৈ হাজাৰ সাতশ বাষষ্টি।

(b) 48049831

উত্তৰঃ 

ভাৰতীয় পদ্ধতিতঃ

চাৰি কোটি আশী লাখ ঊনপঞ্চাছ হাজাৰ আঠশ একত্রিশ।

আন্তর্জাতিক পদ্ধতিতঃ

 আঠচল্লিছ মিলিয়ন ঊনপঞ্চাছ হাজাৰ আঠশ একত্রিশ।


 2. উপযুক্ত স্থানত কমা ব্যৱহাৰ কৰি তলৰ সংখ্যাবোৰ ভাৰতীয় আৰু আন্তর্জাতিক প্রণালীত লিখা।

3018982, 82160000, 58042513

উত্তৰঃ ভাৰতীয় পদ্ধতিতঃ 

30,18,982;

8,21,60,000,

5,80,42,513

আন্তর্জাতিক পদ্ধতিতঃ 

3,018,982;

 82,160,000;

 58,042,513


3. সংখ্যাত প্ৰকাশ কৰা-

(a) তেসত্তৰ লাখ পয়সত্তৰ হাজাৰ তিনিশ সাত

উত্তৰঃ 73,75,307

(b) তেইছ লাখ ত্ৰিছ হাজাৰ দহ

উত্তৰঃ 23,30,010

(c) ছয় মিলিয়ন ছশ আঠাশী হাজাৰ সাত শ নব্বৈৰ

উত্তৰঃ 6,688,797

(d) এক মিলিয়ন নশ চৈধ্য হাজাৰ দুশ ন

উত্তৰঃ 1,914,209


4. 1991 চনত এখন চহৰৰ জনসংখ্যা আছিল 2,35,471 জন আৰু 2001 চনত ইয়াৰ জনসংখ্যা 72,958 জন বৃদ্ধি পালে। 2001 চনত চহৰখনৰ জনসংখ্যা কিমান হ’ব?

উত্তৰঃ

1991 চনত জনসংখ্যা আছিল = 2,35,471 জন

2001 চনত ইয়াৰ জনসংখ্যা =  72,958 জন

∴ 2001 চনত মুঠ জনসংখ্যা হ’ব = (2,35,471+72,958) = 3,08,429 জন


5. কোনো এখন ৰাজ্যত 2002-2003 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা আছিল 7,43,000 খন। 2003-2004 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা আছিল 8,00,100 খন। কোন বছৰত বেছি চাইকেল বিক্ৰী হৈছিল? আৰু কিমান বেছি বিক্ৰী হৈছিল?

উত্তৰঃ

2002-2003 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা আছিল =7,43,000 খন

2003-2004 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা আছিল = 8,00,100 খন

2003-2004 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা (8,00,100 – 7,43,000) = 57100 খন বেছি বিক্ৰী হৈছিল।


6. দৈনিক বাতৰি কাকত এখনৰ মুঠ পৃষ্ঠা 12 খন। প্রতিদিনে ছপা হয় 11,980 খন। প্রতিদিনে কিমান পৃষ্ঠা ছপা কৰা হয়, নিৰ্ণয় কৰা।

উত্তৰঃ

বাতৰি কাকত খনৰ মুঠ পৃষ্ঠা = 12 খন।

প্রতিদিনে ছপা হয় = 11,980 খন।

প্রতিদিনে ছপা হোৱা মুঠ পৃষ্ঠা = (11,980 x 12)= 143760 খন।


7. তলৰ আঁচটনা অংকবোৰৰ স্থানীয় মান লিখা-

(a) 45367

উত্তৰঃ 5 ৰ স্থানীয় মান 5 হাজাৰ = 5 × 1000 = 5000

(b) 708453

উত্তৰঃ ৪ ৰ স্থানীয় মান ৪ হাজাৰ = 8 × 1000 = 8000

(c) 27636708

উত্তৰঃ 0 ৰ স্থানীয় মান 0 দহ = 0 × 10 = 0

7 ৰ স্থানীয় মান 7 লাখ /7 নিযুত = 7 × 1000000 = 7000000

(d) 614001

উত্তৰঃ 1 ৰ স্থানীয় মান 1 একক = 1

1 ৰ স্থানীয় মান = 1 দহ হাজাৰ /1 অযুত


8. উপযুক্ত স্থানত ভাৰতীয় পদ্ধতিত কমা ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰাঃ (লগতে >, =, < ব্যৱহাৰ কৰিবা)

(a) 124051 ________________ 2140589

উত্তৰঃ 124054 < 2140589

(b) 24456122 ________________ 34547892

উত্তৰঃ 24456122 < 34547892

(c) 90000001 ________________ 90000001

উত্তৰঃ 90000001 > 90000001

(d) 111111 ________________ 111111

উত্তৰঃ 111111 = 111111


9. বিস্তৃত ৰূপত লিখা।

(a) 792456

উত্তৰঃ 792456 = 7 × 100000 + 9 × 10000 + 2 × 1000 + 4 × 100 + 5 × 10 + 6 × 1

(b) 8000670

উত্তৰঃ 8000670 = 8 × 1000000 + 0 × 100000 + 0 × 10000 + 0 × 1000 + 6 × 100 + 7 × 10 + 0 × 1

(c) 4279034

উত্তৰঃ 4279034 = 4 × 1000000 + 2× 100000 + 7 × 10000 + 9 × 1000 + 0 × 100 + 3 × 10 + 4 × 1


10. মনীষাই দোকানৰ পৰা 12 কিলোগ্রাম 250 গ্রাম চেনী, 25 কিলোগ্রাম 750 গ্রাম চাউল, 2 কিলোগ্রাম নিমখ আৰু 350 গ্রাম জিৰা কিনিলে। তেওঁ মুঠ কিমান ওজনৰ বস্তু কিনিলে?

উত্তৰঃ 

মনীষাই চেনী কিনিলে = 12.250 কিলোগ্রাম

                চাউল কিনিলে =25.750 কিলোগ্রাম

            নিমখ কিনিলে = 2.000 কিলোগ্রাম

        জিৰা কিনিলে = 0.350 কিলোগ্রাম

            মুঠ বস্তু ওজন = ( 12.250 + 25.750 + 2.000 + 0.350 ) = 40.350 কিলোগ্রাম


11. এটা টেংকীত 200 কিলোলিটাৰ পানী ধৰে। প্ৰথম দিনত 84 কিলোলিটাৰ 950 লিটাৰ পানী ওলাই গ’ল। টেংকীটোত কিমান পানী বাকী থাকিল? (লিটাৰত প্ৰকাশ কৰা)

উত্তৰঃ 

টেংকীত পানী ধৰে = 200 কিলোলিটাৰ = 2,00,000 লিটাৰ

পানী ওলাই গ’ল = 84 কিলোলিটাৰ 950 লিটাৰ = 84950 লিটাৰ

টেংকীত পানী বাকী থাকিল = ( 2,00,000 –   84950) =1,15,050 লিটাৰ


12. তলত দিয়াবোৰৰ নিকতম স্থানলৈ আসন্নমান নিৰ্ণয় কৰা।

(i) 59, 72, 64, 135, 4931, 51630 (নিকটতম দহলৈ)

উত্তৰ

59 → 60

72 →70

64 → 60

135 → 140

4931 → 4930

51630 → 51630


(ii) 555, 839, 281, 2457, 6666, 615320 (নিকটতম শতকলৈ)

উত্তৰ

555 → 600

839 → 800

281 → 300

2457 → 2500

6666 → 6700

615320 → 615300


(iii) 9300, 6630, 5295, 4444, 61620 (নিকটতম হাজাৰলৈ)

উত্তৰ

9300 → 9000

6630 → 7000

5295 → 5000

4444 → 4000

61620 → 62000


13. 640 আৰু 740 ৰ মাজৰ নিকটতম শতকলৈ 700 হোৱা যিকোনো 5 টা সংখ্যা লিখা।

উত্তৰ 651, 678, 712, 735 , 674


14. তলৰ সংখ্যাবোৰ ৰোমান সংখ্যাত লিখা।

(a) 225 = CCXXV

(b) 600 = DC

(c) 906 = CMVI

(d) 598 = DXCVIII

(e) 2100 = MMC

(f) 555 = DLV

(g) 99 = XCIX

(h) 1345 = MCCCXLV


15. তলৰ ৰোমান সংখ্যাবোৰ হিন্দু আৰবিক পদ্ধতিত লিখা।

(a) CMXCIV = 994

(b) CLXX = 170

(c) CDX =410

(d) DCXLIX = 649

(e) CCCXXV =325

(f) DCCCLXXXVIII = 888

(g) XLV =45

(h) XCVIII =98


16. যোগফল ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰা-

(a) (7296325 + 4173243) + 45639

উত্তৰঃ (7296325 + 4173243) + 45639

= 11,469,568 + 45639

= 11,515,207


(b) (7281639 + 568548) + 4251408

উত্তৰঃ (7281639 + 568548) + 4251408

= 7850187 + 421408

= 12101595


17. পূৰণফল ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰা-

(i) 6250 × 625

উত্তৰঃ 6250 × 625 = 39,06,250

ii) 39625 × 75

উত্তৰঃ 39625 × 75 = 29,71,875


18. মোটামুটি যোগ কৰা–

(a) 5672 + 536

উত্তৰঃ

5672 ৰ শতকৰ নিকটতম আসন্ন মান =5700

536 ৰ শতকৰ নিকটতম আসন্ন মান = 500

∴ 5700 + 500 = 6200


(b) 439+ 334 + 4317

উত্তৰঃ

439ৰ শতকৰ নিকটতম আসন্ন মান = 400

334 ৰ শতকৰ নিকটতম আসন্ন মান = 300

4317 ৰ শতকৰ নিকটতম আসন্ন মান = 4300

∴ 400+ 300+ 4300 =5000


(c) 7245506 + 1068297

উত্তৰ

7245506 ৰ দহ লাখৰ নিকটতম আসন্ন মান = 70,00,000

1068297 ৰ দহ লাখৰ নিকটতম আসন্ন মান = 10,00,000

∴ 70,00,000 + 10,00,000 = 80,00,000


18. মোটামুটি বিয়োগ কৰা–

(a) 798 – 232

উত্তৰঃ

798 ৰ শতকৰ নিকটতম আসন্ন মান = 800

232 ৰ শতকৰ নিকটতম আসন্ন মান = 200

∴ 800- 200 =600


(b) 489348 – 48365

 উত্তৰঃ

489348 ৰ দহ হাজাৰৰ নিকটতম আসন্ন মান = 4,90,000

48365  ৰ দহ হাজাৰৰ নিকটতম আসন্ন মান = 50,000

∴ 4,90,000 – 50,000 = 4,40,000


(c) 107634 – 67599

উত্তৰঃ

107634 ৰ দহ হাজাৰৰ নিকটতম আসন্ন মান = 1,10,000

67599 ৰ দহ হাজাৰৰ নিকটতম আসন্ন মান = 70,000

∴ 1,10,000 – 70,000 = 40,000


18. মোটামুটি পূৰণ  কৰা–

(a) 38 × 9

উত্তৰঃ

38 ৰ নিকটতম দহকৰ আসন্ন মান = 40

9 ৰ নিকটতম দহকৰ আসন্ন মান = 10

∴ 40 × 10 = 400


(b) 42 × 67

উত্তৰঃ

42 ৰ নিকটতম দহকৰ আসন্ন মান = 40

67 ৰ নিকটতম দহকৰ আসন্ন মান =70

∴ 40 × 70 = 2800


(c) 215 × 58

উত্তৰঃ

215 ৰ নিকটতম দহকৰ আসন্ন মান = 220

58  ৰ নিকটতম দহকৰ আসন্ন মান = 60

∴ 220 × 60 = 13200


21. এজন মানুহে ঘৰ সাজিবৰ কাৰণে 1263501 টকাৰে এটুকুৰা মাটি কিনিলে। ঘৰ সাজিবৰ কাৰণে কিছু টকা তেওঁ খৰচ কৰিলে। তেওঁৰ মুঠ খৰচ হ’ল 1860257 টকা। তেওঁ ঘৰ সাজিবৰ কাৰণে কিমান টকা খৰচ কৰিলে?

উত্তৰঃ 

তেঁও মুঠ খৰচ হ’ল = 18,60,257 টকা

মাটি কিনোতে খৰচ হ’ল = 12,63,501 টকা

 ঘৰ সাজিবলৈ খৰচ হ’ল =(18,60,257 + 12,63,501 ) = 5,96,756 টকা


22. এখন মটৰ চাইকেল ব্যৱসায়ীৰ 85 খন মটৰ চাইকেল আছে। প্ৰতিখন মটৰ চাইকেলৰ দাম 57690 টকা। 85 খন মটৰ চাইকেলৰ মুঠ দাম নিৰ্ণয় কৰা।

উত্তৰঃ 

মটৰ চাইকেলৰ দাম = 57690 টকা

85 খন মটৰ চাইকেলৰ দাম =( 57690 × 85) টকা = 4,903,650 টকা

                


23. এখন বাছৰ গুৱাহাটীৰ পৰা যোৰহাটলৈ প্ৰতিটো টকিটৰ দাম 403 টকা। বাছখনৰ মুঠ আসনৰ বিপৰীতে টিকটৰ দাম 24180 টকা বাছখনৰ মুঠ আসনৰ সংখ্যা উলিওৱ

উত্তৰঃ 

মুঠ টিকটৰ দাম = 24180 টকা

এটা টিকটৰ দাম = 403 টকা

∴ মুঠ আসনৰ সংখ্যা = ( 24180 ÷ 403) = 60 খন


24. এজন দোকানীয়ে প্রথম দিনা প্রতি কিলোত 35 টকাকৈ 25 কিলোগ্রাম, দ্বিতীয় দিনা প্রতি কিলোত 30 টকাকৈ 40 কিলোগ্ৰাম আৰু তৃতীয় দিনা 25 টকাকৈ 30 কিলোগ্রাম চাউল বেচিলে। তিনিও দিনৰ ভিতৰত দোকানীজনে মুঠ কিমান কিলোগ্রাম চাউল কিমান টকাত বেচিলে?

উত্তৰঃ 

প্ৰথম দিনা বেচা চাউলৰ মূল্য = 35 × 2000  = 70,000 টকা

দ্বিতীয় দিনা বেচা চাউলৰ মূল্য = 30 × 1325 = 39,750 টকা

তৃতীয় দিনা বেচা চাউলৰ মূল্য = 32 × 1550 =49600 টকা

চাউল বেচি তেঁও মুঠ টকা পালে = ( 70,000+   39,750 + 49600) =  1,59,350 টকা


25. এজন গুৱালে প্রতিদিনে 3 খন হোটেলত গাখীৰ দিয়ে। প্ৰথমখনত 13 লিটাৰ, দ্বিতীয়খনত 15 লিটাৰ 250 মিলিলিটাৰ, তৃতীয়খনত 17 লিটাৰ 750 মিলিলিটাৰ গাখীৰ দিয়ে। গুৱালজনে দৈনিক কিমান লিটাৰ গাখীৰ দিয়ে।

উত্তৰঃ 

 প্ৰথম হোটেলত গাখীৰ বিক্ৰী কৰে = 13.00 লিটাৰ

দ্বিতীয় হোটেলত গাখীৰ বিক্ৰী কৰে =15.250 লিটাৰ

তৃতীয় হোটেলত গাখীৰ বিক্ৰী কৰে = 17.750 লিটাৰ

তেঁও মুঠ গাখীৰ বিক্ৰী কৰে ( 13.00 + 15.250 + 17.750)    = 46.00 লিটাৰ


26. 35 খন কিতাপৰ ওজন 10 কেজি। জাহ্নক 42 খন কঢ়িয়াই নিব কোৱা হ’ল। যদি বন্ধুয়ে আধা কিতাপ কঢ়িওৱাত সহায় কৰে তেন্তে প্রতিজনে কিমান ওজন কঢ়িয়াব লাগিব?

উত্তৰ

35 খন কিতাপৰ ওজন = 10 কেজি

1 খন কিতাপৰ ওজন = 10/35 কেজি

42 খন কিতাপৰ ওজন = 10/35 × 42 = 12 কেজি

এজন বন্ধুয়ে আধা কিতাপ ললে প্ৰতিজন কঢ়িয়া লগা ওজন হ’ব = 12/2 = 6 কেজি


Class 6 Mathematics Complete Solution- Click Here


সংখ্যাৰ গঠন ( Structure of Number) | Lesson 1 | Exercise 1 (d) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 1 (d) (Part -1) Assamese Medium

For More details check our Youtube Channel Assam Board Exam

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

সংখ্যাৰ গঠন | Lesson 1 | Exercise 1 (C) | Class 6 Maths Solution Assam

Class 6 Maths Exercise 1 (C)

সংখ্যাৰ গঠন ( Structure of Number) | Chapter 1 | Exercise 1 (C) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution

পাঠ 1

সংখ্যাৰ গঠন

অনুশীলনী 1 (C)

1. খালী ঠাইত ‘>’ বা ‘=’   বা ‘>’ চিন বহুওৱা

উত্তৰ (i) 38640 < 48694

(ii) 20643  <  22000

(iii) 100200 < 300100

(iv) 2000200 < 200002000

(v) 27856145 >27840561

(vi) 87456210 < 91024562

2. ঊর্ধ্বক্রমত সজোৱা

5245678, 4365710, 2378671, 4638690, 3676532, 4276549

উত্তৰ: 2378671, 3676532, 4276549, 4365710, 4638690, 5245678

3. অধঃক্রমত সজোৱা

6478546, 4756435, 2186458, 3653870, 7416543, 4739841

উত্তৰ: 7416543, 6478546,


Class 6 Mathematics Complete Solution- Click Here


সংখ্যাৰ গঠন ( Structure of Number) | Lesson 1 | Exercise 1 (C) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 1 (C) Assamese Medium

For More details check our Youtube Channel Assam Board Exam

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

সংখ্যাৰ গঠন | Lesson 1 | Exercise 1 (B) | Class 6 Maths Solution Assam

Class 6 Maths Exercise 1 (B)

সংখ্যাৰ গঠন ( Structure of Number) | Chapter 1 | Exercise 1 (B) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution

পাঠ 1

সংখ্যাৰ গঠন

অনুশীলনী 1 (B)

1. (a) কমা (,) ব্যৱহাৰ কৰি তলত দিয়াবোৰ অংকৰে লিখা-

(i) পয়সত্তৰ লাখ উনসত্তৰ হাজাৰ তিনিশ সাত।

উত্তৰ 75,69,307

(ii) ন কোটি এঘাৰ লাখ একৈশ হাজাৰ দুশ দুই।

উত্তৰ 9,11,21,202

(iii) পঞ্চাশ মিলিয়ন আঠশ এক হাজাৰ পাঁচশ বিৰান্নবৈ।

উত্তৰ 500,801,592

(iv) আঠাৱন মিলিয়ন চাব্বিছ হাজাৰ দুশ দুই।

উত্তৰ 58,026,202


(b) ভাৰতীয় প্ৰণালীত তলৰ সংখ্যাবোৰত শুদ্ধকৈ কমা বহুওৱা-

(i) 97057201

উত্তৰ 9,70,57,201

(ii) 99990046

উত্তৰ 9,99,90,046

(iii) 98423107

উত্তৰ 9,84,23,107


(c) আন্তর্জাতিক প্রণালীত তলৰ সংখ্যাবোৰত শুদ্ধকৈ কমা বহুওৱা

(i) 79821902

উত্তৰ 79,821,902

(ii) 99958102

উত্তৰ  99,958,102

(iii) 48094381

উত্তৰ  48,094,381


d) তলৰ খালী ঠাইত উপযুক্ত সংখ্যা বহুওৱা।

(i) 1,00,000= …………..দহ হাজাৰ = ……………শ=…………… দহ

উত্তৰ 1,00,000= 10 দহ হাজাৰ = 1000 শ= 10000 দহ

(ii) 94,35,992=…………+ ………………+…………… + …………..+ ……………………+

উত্তৰ 94,35,992= 90,00,000+4,00,000+30,000+5000+900+90+2


(e) তলৰ আঁচ টনা অংককেইটাৰ ভাৰতীয় আৰু আন্তর্জাতিক পদ্ধতিত স্থানীয় মান লিখা।

(i) 8 7 4 5 6 2 1 0

উত্তৰ ভাৰতীয় পদ্ধতিত স্থানীয় মান

8 = কোটি

4= লাখ

2= শতক

আন্তর্জাতিক পদ্ধতিত স্থানীয় মান

8= দহ মিলিয়ন

4= এশ হাজাৰ

2= শতক


(ii) 7 8 9 9 9 9

উত্তৰ  ভাৰতীয় পদ্ধতিত স্থানীয় মান

8= দহ হাজাৰ/ এক অযুত

9= শতক

আন্তর্জাতিক পদ্ধতিত স্থানীয় মান

8= দহ হাজাৰ/ এক অযুত

9= শতক


f) 10 কোটিত কিমানটা অংক আছে?

উত্তৰ 9 টা


(g) আন্তর্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয়মান কি?

উত্তৰ 1 মিলিয়ন


Class 6 Mathematics Complete Solution- Click Here


সংখ্যাৰ গঠন ( Structure of Number) | Lesson 1 | Exercise 1 (B) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 1 (B) Assamese Medium

For More details check our Youtube Channel Assam Board Exam

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

📘 Class 6 Mathematics Chapter 1 – গাণিতিক আৰ্হি | নতুন গণিত (New Mathematics) | Assam Board SCERT

Class 6 Maths Exercise 1 (A)

📚 Class 6 Mathematics Chapter 1 – গাণিতিক আৰ্হি (Solutions)

🔹 Class: 6
🔹 Subject: Mathematics
🔹 Chapter 1: গাণিতিক আৰ্হি (Mathematical Patterns)
🔹 Book Name: নতুন গণিত (New Mathematics)
🔹 Board: Assam Board (SCERT Assam)

In this chapter, we study mathematical patterns in numbers, figures, and sequences. Recognizing these patterns is important for logical thinking and problem-solving skills.

Here, we are providing complete, easy-to-understand solutions to every question from Chapter 1.


নতুন গণিত

ষষ্ঠ শ্ৰেণী

গাণিতিক আর্হি


কৰি চাওঁ আহা 1.1

1. তোমাৰ শ্ৰেণীকোঠা আৰু চৌপাশে কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা?

উত্তৰ: আমাৰ শ্ৰেণীকোঠা আৰু চৌপাশে থকা বিভিন্ন ধৰণৰ আৰ্হিবোৰ হৈছে- চকী, বৰ্ড, ফুল, ৰামধেনু, বিদ্যালয়ৰ ঘণ্টা ইত্যাদি।

2. সেই আৰ্হিবোৰত থকা নিয়মবোৰ পৰ্যবেক্ষণ কৰি চিনাক্ত কৰিব পাৰিবানে?

উত্তৰ: আৰ্হিবোৰত থকা নিয়মবোৰ হৈছে-

            চকী- চাৰিটা খুটা আছে

            বৰ্ড- আয়তাকাৰ

            ফুল- পাহিবোৰ লগ লাগি আছে

            ৰামধেনু- বিভিন্ন ৰঙ আছে

            বিদ্যালয়ৰ ঘণ্টা- গোলাকাৰ


কৰি চাওঁ আহা 1.2

Class 6 Mathematics Chapter 1 table no 1

1. ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে?

উত্তৰ: হয়, প্রত্যেকটো সংখ্যাৰ আর্হিত পৰৱৰ্তী সংখ্যাটোক আমি পূর্ববর্তী সংখ্যাটোৰ পৰা উলিয়াব পাৰোঁ।

2. প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী পাঁচটা সংখ্যা লিখা।

উত্তৰ: প্রত্যেকটো সংখ্যাৰ আৰ্হিৰ পৰৱৰ্তী পাঁচটা সংখ্যা হৈছে-

(i) 1, 1, 1, 1, 1

(ii) 15, 17, 19, 21, 23

(iii) 16,18,20,22, 24

(iv) 36, 45, 55, 66, 78

(v) 49, 64, 81,100,121

(vi) 343, 512,729, 1000,1331

(vii) 34, 55, 89,144, 233

(viii) 64,128, 256, 512, 1024

(ix) 2187, 6561,19683, 59049, 177147

(x) 1000000, 10000000, 100000000, 1000000000, 10000000000

(xi) 21, 24, 27, 30, 33

3. সংখ্যাৰ আন কিছুমান আৰ্হি লিখিবলৈ চেষ্টা কৰা।

উত্তৰ: সংখ্যাৰ আন কিছুমান আৰ্হি হৈছে-

স্বাভাবিক সংখ্যা -1, 2, 3, 4, 5, 6, 7 …………………

মৌলিক সংখ্যা- 2, 3, 5, 7, 11, 13, 17, 19 ……………

1 ৰ গুণিতক- 1, 2, 3, 4, 5, 6, 7 …………………

11 ৰ গুণিতক- 11, 22, 33, 44, 55 ……………

4. আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি?

উত্তৰ: আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ’ল= 1


কৰি চাওঁ আহা 1.3

Class 6 Mathematics Chapter 1 Table no 2
Class 6 Mathematics Chapter 1 Table No 2.1

1. 2 নং তালিকাৰ পৰা সংখ্যাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্র অংকন কৰা।

উত্তৰ:

2 নং তালিকাৰ পৰা সংখ্যাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্র অংকন কৰা।
2 নং তালিকাৰ পৰা সংখ্যাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্র অংকন কৰা। 1

2. 1, 3, 6, 10, 15 …… আর্হিটোক কিয় ত্রিভুজীয় বোলা হয়?

উত্তৰ: 1, 3, 6, 10, 15 …… এই আৰ্হিৰ প্ৰত্যেকটো সংখ্যাই একো একোটা ত্ৰিভুজ আকৃতিৰ গঠন কৰিব পাৰে

3. এনেকুৱা এটা সংখ্যা লিখা, যিটো ত্রিভুজীয় আৰু বর্গ সংখ্যা।

উত্তৰ: 36

4. 1 ৰ বাহিৰে এনেকুৱা এটা সংখ্যা লিখা, যিটো বর্গ সংখ্যাও হয়, আৰু ঘন সংখ্যাও হয়?

উত্তৰ: 64 হৈছে 1 ৰ বাহিৰে এনেকুৱা এটা সংখ্যা, যিটো বর্গ সংখ্যাও হয়, আৰু ঘন সংখ্যাও হয়।

5. তলত দিয়া চিত্ৰৰ আৰ্হিটোৰ পৰা পৰৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰ বহীত চিত্ৰটো অংকন কৰা।

 তলত দিয়া চিত্ৰৰ আৰ্হিটোৰ পৰা পৰৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰ বহীত চিত্ৰটো অংকন কৰা।
 তলত দিয়া চিত্ৰৰ আৰ্হিটোৰ পৰা পৰৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰ বহীত চিত্ৰটো অংকন কৰা। ans

উত্তৰ:

 তলত দিয়া চিত্ৰৰ আৰ্হিটোৰ পৰা পৰৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰ বহীত চিত্ৰটো অংকন কৰা। ans 1
 তলত দিয়া চিত্ৰৰ আৰ্হিটোৰ পৰা পৰৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰ বহীত চিত্ৰটো অংকন কৰা। ans 2


কৰি চাওঁ আহা 1.4

1. ওপৰত দিয়া ধৰণে 1 + 2 + 3 + 4 + 5 + 6 + 7 + 6 + 5 + 4 + 3 + 2 + 1 =49 ক চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰা।

উত্তৰ:

কৰি চাওঁ আহা 1.4

2. একে ধৰণৰ চিত্ৰ 11 লৈ অংকন কৰিলে যোগফল কি পাবা?

উত্তৰ: 121

3. তলৰ আৰ্হিবোৰ চিনাক্ত কৰি পৰৱৰ্তী কেইটামান আৰ্হিৰ যোগফল উলিয়াবলৈ চেষ্টা কৰা।

1, 1+3, 1 + 3 + 5 1 + 3 + 5 + 7, 1+3+5+7+9, 1+3+5+7+9+11, ….

উত্তৰ:   1=1

            1+3= 4

            1+3+5= 9

            1+3+5+7= 16

            1+3+5+7+9= 25

            1+3+5+7+9+11= 36

            1+3+5+7+9+11+13= 49

            1+3+5+7+9+11+13+15= 64

            1+3+5+7+9+11+13+15+17= 81

4. ওপৰোক্ত আৰ্হি উপযুক্ত চিত্ৰৰ দ্বাৰা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা।

উত্তৰ:

কৰি চাওঁ আহা 1.4 q no 4
কৰি চাওঁ আহা 1.4 Q no 4.1


কৰি চাওঁ আহা 1.5

কৰি চাওঁ আহা 1.5 table 3
কৰি চাওঁ আহা 1.5 table 1.1

ওপৰৰ ১নং তালিকাত দেখুওৱা আর্হিবোৰ লক্ষ্য কৰা আৰু তলৰ কথাখিনি মন কৰা।

1. আকৃতিৰ আৰ্হিবোৰ চাই প্ৰতিটো আৰ্হিৰ লগত জড়িত আন কিছুমান আৰ্হি আঁকিবলৈ চেষ্টা কৰা।

উত্তৰ:

আকৃতিৰ আৰ্হিবোৰ চাই প্ৰতিটো আৰ্হিৰ লগত জড়িত আন কিছুমান আৰ্হি আঁকিবলৈ চেষ্টা কৰা।
আকৃতিৰ আৰ্হিবোৰ চাই প্ৰতিটো আৰ্হিৰ লগত জড়িত আন কিছুমান আৰ্হি আঁকিবলৈ চেষ্টা কৰা। ans


2. ওপৰত থকা আকৃতিৰ আৰ্হিবোৰত কিবা লক্ষ্য কৰিছানে? ইয়াৰ পৰৱৰ্তী কেইটামান আকৃতি অংকন কৰা।

উত্তৰ:

2. ওপৰত থকা আকৃতিৰ আৰ্হিবোৰত কিবা লক্ষ্য কৰিছানে? ইয়াৰ পৰৱৰ্তী কেইটামান আকৃতি অংকন কৰা।

    

3. 3নং তালিকাৰ আৰ্হিবোৰ চিনাক্ত কৰা।

উত্তৰ:

(i) প্ৰথমটো আকৃতিৰ আর্হিত ত্রিভুজৰ ঠাকৰ সংখ্যা হৈছে ক্রমান্বয়ে

1,         1+3,     1+3+5,                        1+3+5+7,                    1+3+5+7+9 …….

(ii) দ্বিতীয়টো আকৃতিৰ আৰ্হিত গছৰ শাখাৰ সংখ্যা হৈছে ক্রমান্বয়ে

1,         1+2,     1+2+4,                        1+2+4+8,                    1+2+4+8+16 …….

(iii) তৃতীয়টো আকৃতিৰ আর্হিত আকৃতিৰ সংখ্যা হৈছে ক্রমান্বয়ে

1+4,     1+4+4,                        1+4+4+4,        1+4+4+4+4    ……..

(iv) চতুৰ্থটো আকৃতিৰ আর্হিত বাহুৰ সংখ্যা হৈছে ক্রমান্বয়ে

8,         8+8,     8+8+8,                        8+8+8+8,        8+8+8+8+8 …….

(v) পঞ্চমটো আকৃতিৰ আৰ্হিত মৌচাকৰ সংখ্যা হৈছে ক্রমান্বয়ে

1,         1+6,     1+6+12,          1+6+12+18,    1+6+12+18+24 …….

4. প্রকৃতিৰ পৰা কিছুমান বিশেষ আর্হি উলিয়াবলৈ চেষ্টা কৰা।

উত্তৰ:

মৌচাক, জৱা ফুলৰ পাহি

            মৌচাক                                                             জৱা ফুলৰ পাহি


Class 6 Mathematics Complete Solution- Click Here


📘 Class 6 Mathematics Chapter 1 – গাণিতিক আৰ্হি | নতুন গণিত (New Mathematics) | Assam Board SCERT

🎯 Why Study Solutions from AssamBoardExam.com?

Clear and Simple Language – Easy for Class 6 students to understand.
Written by Experts – Following the SCERT Assam guidelines.
Helps in Exam Preparation – Save time and learn faster.
Free Access – No sign-up or payment required.

📢 Stay Updated with Assam Board Study Materials!

🔵 Join Our Telegram Channel: Click Here to Join
🔵 Follow Our WhatsApp Channel: Click Here to Follow

Get daily updates about latest notes, solutions, exam tips, and more! 🚀


💬 FAQs (Important for SEO)

📌 Where can I find Class 6 Mathematics Chapter 1 Solutions for Assam Board?

You can view or download complete solutions for Chapter 1 – গাণিতিক আৰ্হি at AssamBoardExam.com.

📌 Are these solutions based on the latest SCERT Assam syllabus?

Yes, all solutions are fully updated according to the latest SCERT Assam curriculum.

📌 Are these solutions available for free?

Yes! All solutions provided here are completely free for students.

For More details check our Youtube Channel Assam Board Exam