অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Chapter 1 (Geography) – as per the New Exam Pattern Complete MCQs in Assamese Medium
📘 Chapter Overview (in Assamese):
এই অধ্যায়ত অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু আৰু সম্পদৰ প্ৰকাৰসমূহ আলোচনা কৰা হৈছে। এটি স্থানবিশেষৰ ভৌগোলিক অৱস্থা আৰু সম্পদে কিদৰে তাৰ অৰ্থনৈতিক গঠন প্ৰভাৱিত কৰে, সেয়া শিকিব পাৰি। সম্পদৰ প্ৰকাৰ – প্ৰাকৃতিক, মানবিক আৰু প্ৰযুক্তিগত দিশসমূহ এই অধ্যায়ৰ মুখ্য অংশ।
অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ
Class 10 Social Science Chapter 1 (Geography) অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ– Complete MCQs in Assamese Medium
দশম শ্ৰেণী
অর্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ
ভূগোল খণ্ড
1. মানুহৰ চাৰিপ্ৰকাৰৰ অর্থনৈতিক বৃত্তিৰ উদাহৰণৰ শুদ্ধ ক্রমটো হৈছে–
a) বেংক – পৰিবহন – শিল্পোৎপাদন- মাছধৰা কাৰ্য্য
b) মাছধৰা কাৰ্য্য – শিল্পোৎপাদন – পৰিবহন – বেংক
c) পৰিবহন -বেংক – মাছধৰা কাৰ্য – পৰিবহন
d) শিল্পোৎপাদন – বেংক – মাছ ধৰা কার্য – পৰিবহন
উত্তৰ: b) মাছধৰা কাৰ্য্য – শিল্পোৎপাদন – পৰিবহন – বেংক
2. তলৰ কোনটো প্রাকৃতিক সম্পদ হয়–
a) প্রযুক্তি
b) সৌৰ শক্তি
c) উদ্যোগ
d) কাৰ্য্যালয়
উত্তৰ: b) সৌৰ শক্তি
3. শুদ্ধ বিকল্পটো বাছি উলিওৱা
ⅰ) ব্যক্তিগত সম্পদ a) পৰিবহন
ii) জাতীয় সম্পদ (b) প্রাকৃতিক গেছ
iii) অনবীকৰণযোগ্য সম্পদ (c) বতাহ
iv) চিৰ বিৰাজমান সম্পদ (d) ভাল চৰিত্র
a) i-b, ii-d, iii-a, iv-c
b) i-d, ii-c. iii-a, iv-b
c) i-a, ii-c. iii-b, iv-d
d) i-d, ii-a, iii-b, iv-c
উত্তৰ: d) i-d, ii-a, iii-b, iv-c
4. দামোদৰ নদী আছে
(a) অসম
(b) বিহাৰ
(c) গুজৰাট
(d) পশ্চিম বংগ
উত্তৰ: (d) পশ্চিম বংগ
5. অসমৰ এবিধ মূল্যবান উদ্ভিদ যি বিলুপ্ত হৈ গৈ আছে সেয়া হৈছে
a) আম গছ
b) নাৰিকল গছ
c) কল গছ
d) সর্পগন্ধা
উত্তৰ: d)সর্পগন্ধা
6. তলৰ A আৰু B অংশত সম্পদৰ শ্ৰেণী বিভাজন কৰি দেখুৱা হৈছে। A অংশৰ কোনটোৰ লগত B অংশৰ যি কোনো এটা মিলিলে উপস্থাপন টো শুদ্ধ হ’ব-
a) সৃষ্টি প্রক্রিয়া অনুসৰি সম্পদৰ শ্রেণী বিভাজন i) জৈৱিক আৰু অজৈৱিক
b) মালিকীস্বতক ভিত্তি কৰি সম্পদৰ শ্ৰেণী বিভাজন (ii) নবীকৰণযোগ্য আৰু অনবীকৰনযোগ্য সম্পদ
c) গঠন অনুসৰি সম্পদৰ শ্রেণীবিভাজন। (iii) প্রাকৃতিক, মানৱসৃষ্ট আৰু মানৱ সম্পদ
(d) উপলব্ধ অনুসৰি সম্পদৰ শ্ৰেণীবিভাজন। (iv) ব্যক্তিগত, জাতীয় আৰু আন্তর্জাতিক
A) a – i, b – ii , c – iii , d – iv
B) a – iii , b -iv, c – i , d – ii
C) a – ii, b – iv, c – iii, d – i
D) a – ii , b -iv, c – i , d – iii
উত্তৰ: B) a – iii , b -iv, c – i , d – ii
7. তলৰ কোনটো অজৈৱিক সম্পদ
a) বায়ু
b) উদ্ভিদ
c) ভেঁকুৰ
d) জীৱ জন্তু
উত্তৰ: a) বায়ু
8. আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ
(a) George Chishholm (জর্জ চিজহ’ম)
(b) GG Darkenwald (জি. জি, ডার্কেনবালল্ড)
(c) C.F. Jones (চি, এফ জন্স)
(d) Zimmermann (জিম্মাৰমান)
উত্তৰ: (a) George Chishholm (জর্জ চিজহ’ম)
9. খনিৰ লগত জড়িত বৃত্তি হ’ল
a) প্ৰাথমিক
(b) দ্বিতীয়ক
c) তৃতীয়ক
(d)চতুর্থক
উত্তৰ: a) প্ৰাথমিক
10. IUCN সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত?
(A) UNESCO
(B) UNO
(C) WWF
(D) UNEP
উত্তৰ: (A) UNESCO
11. তলত দিয়া বিকল্পবোৰৰ পৰা আন্তর্জাতিক সম্পদৰ উদাহৰণ বাছি উলিওৱা।
(i) বায়ুমণ্ডল। (ii) শিক্ষানুষ্ঠান
a) (i) আৰু (ii) উভয়ে শুদ্ধ
b) কেৱল i শুদ্ধ
c) কেৱল ii শুদ্ধ
d) i আৰু ii অশুদ্ধ
উত্তৰ: b
12. তলৰ কোনটো সম্পদ সংৰক্ষণৰ পদ্ধতিৰ অন্তর্ভুক্ত নহয়?
(A) জ্ঞান আৰু শিক্ষা সম্প্রসারণ।
(B) সম্পদৰ ভঁৰাল সঠিক মূল্যয়ান
(C) বর্জিত দ্রব্য পৰিমাণ বৃদ্ধি।
(D) অভিযোজন
উত্তৰ: C) বর্জিত দ্রব্য পৰিমাণ বৃদ্ধি।
13. সম্পদ হ’বলৈ হ’লে বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা শুণ দুটা থাকিব লাগিব” উক্তিটো কোনে কৈছিল
A) চি. এফ, জল।
B) জি. জি. ডার্কেনবাল্ড।
C) জিম্মাৰমান
(D) জুলিয়ান হাঙ্গলে।
উত্তৰ: C) জিম্মাৰমান
14. তলত দিয়া ক’ড ব্যৱহাৰ কৰি মানুহৰ অথৈনৈতিক বৃত্তিৰ প্ৰকাৰৰ সৈতে সিহঁতৰ উপযুক্ত উদাহৰণসমূহ তলৰ তালিকা দুখনৰ পৰা মিলোৱা
(a) প্রাথমিক বৃত্তি। (1) যাতায়াত।
(b) দ্বিতীয়ক বৃত্তি। (2) নির্মাণ তথা পুনৰ নির্মাণ।
(c) তৃতীয়ক বৃত্তি। (3) কৃষি কার্য।
(d) চতুর্থক বৃত্তি। (4) প্রচাষ মাধ্যম
(A) a-2, b-1, c-4, d-3
(B) a-3, b-2, c-1, d -4
(C) a-4, b -3, c -2, d -1
(D) a-1, b-4, c-3 d-2
উত্তৰ: (B) a – 3, b – 2, c – 1, d – 4
15. তলৰ কোনটো আন্তঃৰাষ্ট্ৰীয় সম্পদৰ অর্ন্তগত?
(a) Education (শিক্ষা)
(b) Coal (কয়লা)
(c) Educational Instituation (শৈক্ষিক প্রতিষ্ঠান)
(d) Ocean ( মহাসাগৰ )
উত্তৰ: (d) মহাসাগৰ
16. মালিকীস্বত্বৰ ভিত্তিত সম্পদৰ এটা ভাগ হ’ল-
a) মানৱ সম্পদ
b) জীবিয় সম্পদ
c)জাতীয় সম্পদ
d) নবীকৰণ যোগ্য সম্পদ
উত্তৰ: (c) জাতীয় সম্পদ
17. তলত দিয়াবোৰৰ কোনটো অজৈৱিক সম্পদ?
a) জীব-জন্ত
b) সাগৰ মহাসাগৰ
c) উদ্ভিদ
d) শস্য
উত্তৰ: (b) সাগৰ মহাসাগৰ
18. তুমি অধ্যয়ন কৰা বিদ্যালয়খন কি সম্পদৰ শ্ৰেণীত পৰে?
a) ব্যক্তিগত
b) জাতীয়
c) আন্তর্জাতিক জাতীয়
d) স্থানিক
উত্তৰ: b) জাতীয়
19. তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ।
(a) Water (পানী)
(b) Crude Oil (খাৰুৱা তেল)
(c) Human being (মানুহ)
(d) Sun rays (সূর্যৰ ৰশ্মি
উত্তৰ: (b) Crude Oil (খাৰুৱা তেল)
20. তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ।
(a) Water (পানী)
(b) Crude Oil (খাৰুৱা তেল)
(c) Human being (মানুহ)
(d) Sun rays (সূর্যৰ ৰশ্মি)
উত্তৰ: (b) Crude Oil (খাৰুৱা তেল)
21. তলৰ কোনটো মানৱ–সৃষ্ট সম্পদ?
(a) নদ-নদী।
(b) খনিজ তেল।
(c) জলসিঞ্চন নলা।
(d) অৰণ্য।
উত্তৰঃ (c) জলসিঞ্চন নলা।
22. তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী।
(a) এশিঙীয়া গড়)
(b) গাহৰি
(c) বৰটোকোলা
(d) হাটী
উত্তৰ: (c)বৰটোকোলা
23. তলৰ কোনটো অজীৱীয় সম্পদ?
(a) বায়ু।
(b) উদ্ভিদ।
(c) জীৱ-জন্তু।
(d) শস্য।
উত্তৰঃ (a) বায়ু।
24. তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ?
(a) বায়ু।
(b) পানী।
(c) শস্য।
(d) কয়লা।
উত্তৰঃ (d) কয়লা
25. IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত?
(a) UNESCO.
(b) UNO.
(c) WWF.
(d) UNEP.
উত্তৰঃ (a) UNESCO
26. ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰা হয় সি হল—
(a) প্রাকৃতিক ভূগোল।
(b) মানৱ ভূগোল।
(c) অর্থনৈতিক ভূগোল।
(d) আঞ্চলিক ভূগোল।
উত্তৰঃ (c) অর্থনৈতিক ভূগোল।
27. অৰ্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ হল—
(a) কার্ল ৰিটাৰ।
(b) জর্জ ছিছ হম।
(c) ডার্কেনৱাল্ড।
(d) ফেইট্রিফ বাটজেল।
উত্তৰঃ (b) জর্জ ছিছ হম।
28. তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়?
(a) কৃষি কার্য।
(b) বেংক বা অন্য বিত্তীয় অনুষ্ঠান।
(c) মাছ ধৰা।
(d) বনজ সম্পদ আহৰণ।
উত্তৰঃ (b) বেংক বা অন্য বিত্তীয় অনুষ্ঠান।
29. তলৰ কোনটো দ্বিতীয়ক বৃত্তি হয়—
(a) শিল্পোৎপাদন প্রক্রিয়া।
(b) যাতায়াত আৰু পৰিবহণ কার্য।
(c) প্ৰচাৰ মাধ্যম।
(d) মাছ ধৰা কাৰ্য।
উত্তৰঃ (a) শিল্পোৎপাদন প্রক্রিয়া।
30. তলৰ কোনটো তৃতীয়ক বৃত্তি হয়—
(a) কৃষি কার্য।
(b) চিকাৰ।
(c) নিৰ্মাণ কার্য।
(d) বেপাৰ বাণিজ্য।
উত্তৰঃ (d) বেপাৰ বাণিজ্য।
🧠 Chapter Summary (Assamese):
অৰ্থনৈতিক ভূগোল হৈছে সেই শাখা যি এটা অঞ্চলত লোক, সম্পদ, আৰু উৎপাদনৰ সংযোগ অধ্যয়ন কৰে। সম্পদবোৰ প্ৰাকৃতিক (মাটি, জল, খনিজ), মানবিক (জনশক্তি, শিক্ষা), আৰু প্ৰযুক্তিগত (যন্ত্ৰপাতি, গৱেষণা) হিচাপে ভাগ কৰিব পাৰি। এই অধ্যায়ত এই সকলো দিশ বিশ্লেষণ কৰা হৈছে।
📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer
🔸 অসমীয়া ৰচনা – Click Here
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now