অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Chapter 1 (Geography) – as per the New Exam Pattern Complete MCQs in Assamese Medium Part 2
📘 Chapter Overview (in Assamese):
এই অধ্যায়ত অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু আৰু সম্পদৰ প্ৰকাৰসমূহ আলোচনা কৰা হৈছে। এটি স্থানবিশেষৰ ভৌগোলিক অৱস্থা আৰু সম্পদে কিদৰে তাৰ অৰ্থনৈতিক গঠন প্ৰভাৱিত কৰে, সেয়া শিকিব পাৰি। সম্পদৰ প্ৰকাৰ – প্ৰাকৃতিক, মানবিক আৰু প্ৰযুক্তিগত দিশসমূহ এই অধ্যায়ৰ মুখ্য অংশ।
অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ
Class 10 Social Science Chapter 1 (Geography) অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ– Complete MCQs in Assamese Medium
দশম শ্ৰেণী
অর্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ
ভূগোল খণ্ড
31. তলৰ কোনটো চতুর্থক বৃত্তি হয়—
(a) মিস্ত্রি।
(b) শিক্ষক।
(c) কৃষক।
(d) ব্যৱসায়ী।
উত্তৰঃ (b) শিক্ষক।
32. তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়—
(a) প্রযুক্তি।
(b) উদ্যোগ।
(c) সৌৰশক্তি।
(d) বিদ্যালয়।
উত্তৰঃ (c) সৌৰশক্তি।
33. তলৰ কোনটো এটা অজীবীয় সম্পদ?
(a) বায়ু।
(b) বেক্টেৰিয়া।
(c) ভেঁকুৰ।
(d) শস্য।
উত্তৰঃ (a) বায়ু।
34. সোণ এবিধ—
(a) কৃত্রিম সম্পদ।
(b) জৈৱিক সম্পদ।
(c) প্রাকৃতিক সম্পদ।
(d) মানৱ সম্পদ।
উত্তৰঃ (c) প্রাকৃতিক সম্পদ
35. তলৰ কোনটো ব্যক্তিগত সম্পদ নহয়—
(a) ভাল চৰিত্ৰ।
(b) কর্মদক্ষতা।
(c) শিক্ষা।
(d) চৰকাৰ।
উত্তৰঃ (d) চৰকাৰ।
36. যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক….. বোলা হয়।
(A) সম্পত্তি
(B) সম্পদ
(C) পণ্য
(D) এটাও নহয় ৷
উত্তৰ : (A) সম্পত্তি
37. বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়–
(A) ১ জানুৱাৰী তাৰিখে
(B) ১৫ আগষ্ট তাৰিখে
(C) ৫ জুন তাৰিখে
(D) এটাও নহয়।
উত্তৰ :(C) ৫ জুন তাৰিখে
38. সকলো প্ৰকাৰৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ কৰ্মীসকল কোনটো বৃত্তি অন্তৰ্ভুক্ত –
(A) প্রাথমিক খণ্ডৰ
(B) দ্বিতীয়ক খণ্ডৰ
(C) তৃতীয়ক খণ্ডৰ
(D) চতুৰ্থক খণ্ডৰ
উত্তৰ : (B) দ্বিতীয়ক খণ্ডৰ।
39. তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ ?
(a) বায়ু।
(b) পানী।
(c) শস্য।
(d) কয়লা।
উত্তৰ: কয়লা
40. ভাৰতীয় বন গবেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল
a)1986
b) 1987
c) 1988
d) 1982 চনত
উত্তৰ: a 1986
41 .বেংক ব্যৱস্থাটো……বৃত্তিৰ অন্তর্ভুক্ত।
(ক) প্রাথমিক
(খ) দ্বিতীয়ক
(গ) তৃতীয়ক
(ঘ) চতুর্থক
উঃ (গ) তৃতীয়ক
42. পেলনীয়া দ্রব্যসমূহৰ পুনৰাৱৰ্তনৰ বাবে অপৰিহাৰ্য প্রয়োজনটো হৈছে……..
(ক) উৎসতে বর্জিত পদার্থসমূহৰ পৃথকীকৰণ
(খ) কাৰ্যটোৰ পৰা হোৱা লাভ
(গ) প্রস্তুত সামগ্ৰীৰ বাবে বজাৰ
( ঘ) উপযুক্ত প্রযুক্তিৰ উপলব্ধতা
উত্তৰ: (ক) উৎসতে বর্জিত পদার্থসমূহৰ পৃথকীকৰণ
43. প্রাকৃতিক সম্পদসমূহ পোৱা যায়…..
(ক) গোটা বা কঠিন অবস্থাত
(খ) তৰল বা গেছীয় অবস্থাত
(গ) ধাতরীয় বা অধাতবীয় অৱস্থাত
(ঘ) ওপৰৰ আটাইকেইটা
উত্তৰ: (ঘ) ওপৰৰ আটাইকেইটা
44. লোৰ আকৰৰ পৰা তীখা উৎপাদন কৰা কাৰ্যটো হ‘ল……বৃত্তিৰ উদাহৰণ।
(ক) প্রাথমিক
(খ) দ্বিতীয়ক
(গ) তৃতীয়ক
(ঘ) চতুর্থক
(গ) তৃতীয়ক
উঃ (খ) দ্বিতীয়ক
45. সৌৰ শক্তি হৈছে এবিধ …..শক্তিৰ উৎস।
(ক) অনৱীকৰণযোগ্য
(খ) নৱীকৰণযোগ্য
(গ) জীৱীয়
(ঘ) অজীৱীয়
উঃ (খ) নৱীকৰণযোগ্য
46. উদ্ভিদ হৈছে ….সম্পদৰ উদাহৰণ।
(ক) প্রাকৃতিক
(খ) জীবীয়
(গ) নৱীকৰণযোগ্য
(ঘ) ইয়াৰ আটাইকেইটা
উঃ (ঘ) ইয়াৰ আটাইকেইটা
47. তলৰ কোনটো সম্পত্তিৰ অন্তৰ্ভূক্ত নহয়?
(ক) কোম্পানীৰ অংশ
(খ) যন্ত্রপাতি
(গ) জনস্বাস্থ্য
(ঘ) ভূমি আৰু বাসগৃহ
উঃ (গ) জনস্বাস্থ্য
48. ……..ৰ ভিত্তিত সম্পদসমূহক ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তর্জাতিক সম্পদ হিচাপে শ্রেণীবিভাজন কৰিব পাৰি।
(ক) উৎপত্তি
(খ) মালিকীস্বত্ব
(গ) উপলব্ধতা
(ঘ) গঠন
উঃ (খ) মালিকীস্বত্ব
49. ……. চনত IUCN গঠিত হৈছিল।
(ক) 1948
(খ) 1952
(গ) 1956
(ঘ) 1962
উঃ(ক) 1948
50. কোনবিধ বৃত্তিত খনিজ সম্পদ আহৰণ অন্তর্ভুক্ত?
(ক) প্রাথমিক বৃত্তি
(খ) দ্বিতীয়ক বৃত্তি
(গ) তৃতীয়ক বৃত্তি
(ঘ) ইয়াৰ এটাও নহয়
উঃ (ক) প্রাথমিক বৃত্তি
51. যিবিলাক মানৱ কাৰ্যকলাপৰ জৰিয়তে প্ৰাথমিক আৰু দ্বিতীয়ক কাৰ্যকলাপৰ দ্বাৰা উৎপাদিত সামগ্রীসমূহ উপভোক্তাৰ ওচৰ পায়, সেইবোৰক ….. জনা যায়।
(ক) প্রাথমিক বৃত্তি
(খ) দ্বিতীয়ক বৃত্তি
(গ) তৃতীয়ক বৃত্তি
(ঘ) চতুর্থক বৃত্তি
উঃ (গ) তৃতীয়ক বৃত্তি
52. যিবিলাক মানৰ কাৰ্যকলাপৰ জৰিয়তে মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে যায়। বুলি জনা
(ক) প্রাথমিক বৃত্তি
(খ) দ্বিতীয়ক বৃত্তি
(গ) তৃতীয়ক বৃত্তি
(ঘ) চতুর্থক বৃত্তি
উঃ (ক) প্রাথমিক বৃত্তি
53) ….হৈছে অর্থনৈতিক ভূগোলৰ এটা শাখা য‘ত কৃষিকার্য, শস্যৰ উৎপাদন আৰু ইয়াৰ আনুষংগিক তত্ত্বৰ বিষয়ে অধ্যয়ন কৰা হয়।
(ক) ঔদ্যোগিক ভূগোল
(খ) কৃষি ভূগোল
(গ) সম্পদ ভূগোল
(ঘ) বজাৰ ভূগোল
উত্তৰ: (খ) কৃষি ভুগোল
🧠 Chapter Summary (Assamese):
অৰ্থনৈতিক ভূগোল হৈছে সেই শাখা যি এটা অঞ্চলত লোক, সম্পদ, আৰু উৎপাদনৰ সংযোগ অধ্যয়ন কৰে। সম্পদবোৰ প্ৰাকৃতিক (মাটি, জল, খনিজ), মানবিক (জনশক্তি, শিক্ষা), আৰু প্ৰযুক্তিগত (যন্ত্ৰপাতি, গৱেষণা) হিচাপে ভাগ কৰিব পাৰি। এই অধ্যায়ত এই সকলো দিশ বিশ্লেষণ কৰা হৈছে।
📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer
🔸 অসমীয়া ৰচনা – Click Here
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel →