Class 3 Assamese Chapter 8 গাই গাই যাওঁ– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 3
গাই গাই যাওঁ
Class 3 Assamese Chapter 8 গাই গাই যাওঁ Complete Question Answer in Assamese Medium
গাই গাই যাওঁ
তৃতীয় শ্ৰেণী
অসমীয়া
ক্রিয়া-কলাপ
ক— পাঠভিত্তিক ক্ৰিয়া
১। উত্তৰ দিয়া—
(ক) ৰ’দালিক বহিবলৈ কি পীৰা পাৰি দিম বুলি কৈছে?
উত্তৰঃ ৰ’দালিক বহিবলৈ বৰ পীৰা পাৰি দিম বুলি কৈছে।
খ) ৰ’দালীৰ মাকৰ কেইডালি চুলি?
উত্তৰঃ ৰ’দালীৰ মাকৰ তিনিডালি চুলি।
(খ) বতা চৰায়ে ধান নাখালে কি খাব?
উত্তৰঃ বতা চৰায়ে ধান নাখালে গোটা কৰাই খাব।
ঘ) ৰতনপুৰত কি কি বাদ্য় বজায়।
উত্তৰঃ ৰতনপুৰত ঢোল, খোল বাদ্য় বজায়।
ঙ) খঁৰা শিয়ালৰ বিয়াত কোনে তামোল কাটে?
উত্তৰঃ খঁৰা শিয়ালৰ বিয়াত ঘনচিৰিকাই তামোল কাটে।
২। শেষৰ ধ্বনি মিলা শব্দ পাঠৰ পৰা বিচাৰি চোৱা উদাহৰণত দেখুওৱাৰ দৰে দুটাকৈ শব্দ লিখা।
উদাহৰণ— আলি→চুলি→জালি
উত্তৰঃ চৰাই→কৰাই→গোঁসাই
খাম→আম→যাম
৩) শব্দ গঠন কৰো আহা
ক) তৰা→ তৰালি বেজ→ বেজালি ল’ৰা→ ল’ৰালি খৰ→ খৰালি
খ) বিৰিণা বিৰিণাতলী।
মাহ + তলী মাহতলী।
কঠিয়া কঠিয়াতলী।
সৰিয়হ সৰিয়হতলী।
কলহৰ কলহৰতলী
চৰুৰ + তলী চৰুৰতলী
বাকচৰ বাকচৰতলী
কেৰাহী কেৰাহীতলী
৪) ভৱিষ্য়ত বুজোৱা শব্দ লিঁখো আহা
উদাহৰণ→ দে দিম দিবি দিবা দিব
খা খাম খাবি খাবা খাব
যা যাম যাবি যাবা যাব
কাট কাটিম, কাটিবা কাটিবি কাটিব
৫। উত্তৰ দিয়া—
(ক) ৰ’দালিক ৰ’দ দিবলৈ খাটনি ধৰিছে–ৰদ নিদিলে আমাৰ কি কি অসুবিধা হ’ব পাৰে?
উত্তৰঃ ৰ’দ নিদিলে আমাৰ বহুতো অসুবিধা হয়। যেনে–ৰ’দৰ
নিদিলে তিতা কাপোৰ নুশুকায়। ৰদৰ নিদিলে পানী বাষ্প হ’ব নোৱাৰিব আকাশত ডাৱৰৰ সৃষ্টি নহ’ব আৰু ডাৱৰ নহলে বৰষুণো নহ’ব। ৰ’দৰ তাপেহে গছ-গছনি আৰু জীৱ-জগতক সজীৱ কৰি ৰাখে। কাৰণ জীৱ সজীৱ হৈ থাকিবলৈ আৱশ্যক হোৱা উত্তাপ ৰ’দৰ পৰাই প্ৰাণী জগতে আহৰণ কৰে।
(খ) ধান নাখালে চৰাইক গোট কৰাই দিব, তোমালোকে চৰাইক আৰু কি কি খাবলৈ দিব পাৰিবা?
উত্তৰঃ চৰাইক খাবলৈ আমি ধান, চাউল, বিবিধ মাহ, সৰিয়হ আদি দিব পাৰিম।
(গ) ঢোল, খোল ৰতনপুৰত বায়; তোমালোকৰ অঞ্চলত কি কি বাদ্য বজায়?
উত্তৰঃ আমাৰ অঞ্চলত ঢোল, খোল, বৰঢোল, বিহুঢোল, দোতাৰা, বাঁহী, দগৰ, ভোৰতাল, পেঁপা, টকা, মৃদংগ, আদি বাদ্য বজায়।
(ঘ) খঁৰা শিয়ালৰ বিয়াত ঘনচিৰিকাই তামোল কাটে, আমাৰ বিয়াতো তামোল-পাণ কাটে। বিয়াত তামোল কটাৰ বাহিৰেও কি কি কটা, গোঁঠা আৰু সজোৱা দেখিছা?
উত্তৰঃ বিয়াত কল-কুঁহিয়াৰ, ফল-মূল কাটে। ফুলৰ মালা, আৰু ৰভা সজায় তোলা হয়, মানুহ বহিবলৈ চকী-মেজ-সজায়, খাদ্যগৃহত খাদ্য বনায়।
Class 3 Assamese All Question Answer- Click Here
Class 3 Assamese Chapter 8 গাই গাই যাওঁ Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam