Class 3 Chapter 6 আমাৰ যান-বাহন | আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 3
আমাৰ যান-বাহন
Class 3 Chapter 6 আমাৰ যান-বাহন| আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium
আমাৰ যান-বাহন
তৃতীয় শ্ৰেণী
আমি আৰু আমাৰ পৰিৱেশ
১। উত্তৰ লিখা
(ক) তিনিখন যান-বাহনৰ নাম লিখা।
উত্তৰ বাছ, টেম্পু, উৰা জাহাজ।
(খ) তোমালোকৰ অঞ্চলত কি কি যান-বাহন চলাচলৰ সুবিধা আছে?
উত্তৰ বাছ, টেম্পু, ই – ৰিক্সা, বাইক, চাইকেল।
(গ) প্রাণীয়ে টনা দুবিধ যান-বাহনৰ নাম লিখা।
উত্তৰঃ ঘোঁৰা গাড়ী আৰু গৰু গাড়ী।
(ঘ) হাট-বজাৰলৈ বস্তু অনা-নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যান-বাহনৰ নাম লিখা।
উত্তৰঃ চাইকেল, বাইক, গৰু গাড়ী, ঠেলা গাড়ী আৰু ঘোঁৰা গাড়ী।
(ঙ) যান-বাহনৰ পৰা আমাৰ কি কি সুবিধা হয় ?
উত্তৰঃ যান-বাহনৰ পৰা আমাৰ বিভিন্ন ধৰণে সুবিধা হয় –
১) কম সময়তে এঠাইৰ পৰা আনঠাইলৈ যাব পাৰো।
২)বয়-বস্তু কঢ়িয়াব পাৰি।
২। ‘ক’অংশৰ লগত ‘খ’ অংশ মিলাই লিখা
উত্তৰঃ ‘ক’ ‘খ’
মটৰ-গাড়ী মাটিত চলে
উৰা-জাহাজ আকাশত উৰে
ফেৰী পানীত চলে
মালবাহী ৰে’ল বস্তু অনা-নিয়া কৰে
অগ্নিনির্বাপক গাড়ী জুই নুমোৱাত সহায় কৰে
৩। খালী ঠাই পূৰ কৰা—
(ক) ট্রাকেৰে ___________ দূৰলৈ কঢ়িওৱা হয়।
উত্তৰঃ বয়-বস্তু।
(খ) ঘোঁৰা-গাড়ীৰে ____________ অনা-নিয়া কৰা হয় ।
উত্তৰঃ বয়-বস্তু।
৪। তোমাৰ ঘৰৰপৰা তলত দিয়া ঠাইবোৰলৈ কোনবিলাক যান-বাহনেৰে যাবা লিখা।
(বিদ্যালয়লৈ, নৈৰ সিপাৰলৈ, দিল্লীলৈ)
উত্তৰঃ বিদ্য়ালয়লৈ চাইকেলেৰে, বাছে, ই- ৰিক্সা
নৈৰ সিপাৰলৈ নাওৰে আৰু
দিল্লীলৈ উৰা-জাহাজৰে।
Class 3 Environment All Question Answer- Click Here
Class 3 Chapter 6 আমাৰ যান-বাহন | আমি আৰু আমাৰ পৰিৱেশ |We and Our Environment Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam