Class 3 Chapter 8 আমাৰ বিদ্য়ালয় | আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 3
আমাৰ বিদ্য়ালয়
Class 3 Chapter 8 আমাৰ বিদ্য়ালয় | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium
আমাৰ বিদ্য়ালয়
তৃতীয় শ্ৰেণী
আমি আৰু আমাৰ পৰিৱেশ
১। উত্তৰ লিখা-
(ক) অঞ্জলি, কাবেৰী, ধীৰেণ আৰু ৰফিকুলহঁতৰ শ্ৰেণীকোঠাটো কেনেধৰণৰ লিখা।
উত্তৰঃ অঞ্জলি, কাবেৰী, ধীৰেণ আৰু ৰফিকুলহঁতৰ শ্ৰেণীকোঠাটো আহল-বহল। বতাহ অহা-য়োৱা কৰিব পৰা দুৱাৰ-খিৰিকী আৰু ভেণ্টিলেটৰৰ সু-স্ব্য়ৱস্থা আছে।
(খ) দিশ কেইটা আৰু কি কি?
উত্তৰঃ দিশ কেইটা হ’ল- পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ।
(গ) তোমালোকৰ ঘৰৰ চাৰিসীমাটো লিখা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজৰ ঘৰ চাৰিসীমাটো লিখা ।
(ঘ) গাখীৰ জুখিবলৈ কি স্কেল ব্য়ৱহাৰ কৰা হয়?
উত্তৰঃ গাখীৰ জুখিবলৈ লিটাৰৰ স্কেল ব্য়ৱহাৰ কৰা হয়।
২। তোমালোকৰ বিদ্য়ালয়ৰ চাৰিসীমাটো উল্লেখ কৰি এখন নক্সা অংকন কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজৰ বিদ্য়ালয়ৰ চাৰিসীমাটো উল্লেখ কৰি এখন নক্সা অংকন কৰা।
৩। খালী ঠাই পূৰ কৰাঃ
(ক) জুলীয়া বস্তু জুখিবলৈ আমি _______ ব্য়ৱহাৰ কৰোঁ।
উত্তৰঃ লিটাৰ স্কেল।
(খ) গোটা বস্তু জুখিবলৈ আমি ________ ব্য়ৱহাৰ কৰোঁ।
উত্তৰঃ দগা স্কেল।
(গ) মানুহৰ জ্ৱৰ জোখা যন্ত্ৰটোৰ নাম ________ ।
উত্তৰঃ থাৰ্মমিটাৰ।
(ঘ) গোটা বস্তুৰ ওজনক ________ বুলি কোৱা হয়।
উত্তৰঃ কিলোগ্ৰাম।
(ঙ) বতৰ চাবলৈ ________ ব্য়ৱহাৰ কৰা হয়।
উত্তৰঃ বেৰ’মিটাৰ।
৪। স্কেল ব্য়ৱহাৰ কৰি কিতাপৰ এখন নক্সা অংকন কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে স্কেল ব্য়ৱহাৰ কৰি কিতাপৰ এখন নক্সা অংকন কৰা।
৫। এখন প্ৰাকৃতিক দৃশ্য়ৰ ছবি আঁকি শ্ৰেণীকোঠাৰ বেৰত আঁৰি থোৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে এখন প্ৰাকৃতিক দৃশ্য়ৰ ছবি আঁকি শ্ৰেণীকোঠাৰ বেৰত আঁৰি থোৱা।
Class 3 Environment All Question Answer- Click Here
Class 3 Chapter 8 আমাৰ বিদ্য়ালয় | আমি আৰু আমাৰ পৰিৱেশ |We and Our Environment Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam