Assam Board Exam

অসমৰ কুটীৰ শিল্প | Class 4 Chapter 12 | আমি আৰু আমাৰ পৰিৱেশ

Class 4 Chapter 12 অসমৰ কুটীৰ শিল্প| আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 4

📘 Chapter Details

শ্ৰেণী (Class)চতুৰ্থ (Class 4)
বিষয় (Subject)পৰিৱেশ অধ্যয়ন (Environmental Studies)
পাঠ (Chapter)১২তম পাঠ (Chapter 12)
পাঠৰ নাম (Title)অসমৰ কুটীৰ শিল্প
পাঠ্যপুথি (Book)আমি আৰু আমাৰ পৰিৱেশ
শিক্ষা মণ্ডলী (Board)SEBA, Assam
মাধ্যম (Medium)অসমীয়া (Assamese Medium)

📖 Chapter Overview (পাঠ পৰিচয়)

এই পাঠটোৱে অসমৰ কুটীৰ শিল্পৰ ধাৰণাটোক সহজ ভাষাত বুজাইছে। কুটীৰ শিল্প হৈছে এনে শিল্প, যি সাধাৰণভাৱে গৃহভিত্তিক আৰু স্থানীয়ভাবে উৎপাদিত হয়। অসমৰ বস্ত্ৰ, বাঁহ-কেইথ, মাটিৰ সামগ্রী আদি উল্লেখযোগ্য কুটীৰ শিল্পৰ উদাহৰণ।

Class 4 Chapter 12 অসমৰ কুটীৰ শিল্প | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium


অসমৰ কুটীৰ শিল্প

চতুৰ্থ শ্ৰেণী

আমি আৰু আমাৰ পৰিৱেশ

(ক) কাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম। 

উত্তৰঃ কাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হ’ল- কাঁহি আৰু বটা। 


(খ) বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম।

উত্তৰঃ বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হ’ল- ডলা, চালনী।


(গ) অসমৰ চাৰিটা কুটীৰ শিল্পৰ নাম।

উত্তৰঃ অসমৰ চাৰিটা কুটীৰ শিল্পৰ নাম হ’ল- আশাৰীকান্দিৰ টেৰাকোটা, হাজোৰ পিতলৰ উদ্য়োগ, সৰ্থেবাৰীৰ কাঁহশিল্প, মাজুলীৰ মুখাশিল্প আৰু শুৱালকুছিৰ পাট-মূগা। 


(ঘ) তিনিবিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম।

উত্তৰঃ তিনিবিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম হ’ল- কাঠ, বাঁহ-বেত আৰু পাট-মুগা। 


২। তলত উল্লেখ কৰা সামগ্ৰীসমূহ কোন কোন কুটীৰ শিল্পৰ লগত জড়িত তাৰ এখন তালিকা প্ৰস্তুত কৰা

মৃশিল্পকাঁহ শিল্পবয়ন শিল্পপিতল শিল্পমুখা শিল্প
টেকেলি, চাকি, গছা                          বটা,কাঁহী বাটি, বান বাটী,ঘটিমেখেলা চাদৰ, ৰিহা, গামোচা, চেলেং চাদৰলোটা, শৰাইমুখা

৩। কাঁড় চিনৰ সহায়ত সোঁফালৰ অংশৰ লগত বাওঁফালৰ অংশ মিলোৱা:

উত্তৰঃ 

সৰ্থেবাৰীকাঁহৰ শিল্প
ঢকুৱাখনাবয়ন শিল্প
কাছাৰবেতৰ শিল্প
আশাৰীকান্দিমৃৎশিল্প
হাজোপিতলৰ শিল্প
শুৱালকুছিবয়ন শিল্প

Class 4 Environment All Question Answer- Click Here

📚 Chapter Summary (সাৰাংশ)

অসমৰ বহু লোকেই কুটীৰ শিল্পৰ লগত জড়িত। এই শিল্পবোৰে গাঁও-ঘৰৰ লোকৰ বাবে আয়ৰ উৎস হৈ উঠে। মাটিৰ সামগ্ৰী, কাঠ আৰু বাঁহৰ সামগ্ৰী, ৰেচম , গামোচা বনোৱা আদি অসমৰ ঐতিহ্যবাহী কুটীৰ শিল্পৰ অংশ। এই পাঠটোৱে কুটীৰ শিল্পৰ মাহাত্ম্য আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা বুজাইছে।


Class 4 Chapter 12 অসমৰ কুটীৰ শিল্প | আমি আৰু আমাৰ পৰিৱেশ |We and Our Environment Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam


📲 Join Our Class 4 Study Group

📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now


  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment