Assam Board Exam

সংখ্যাৰ বিভিন্ন প্ৰকাৰ | Lesson 2 | Exercise 2(A) | Class 6 Maths Solution Assam

সংখ্যাৰ বিভিন্ন প্ৰকাৰ ( Types of Numbers) | Chapter 2 | Exercise 2(A)| Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution of Exercise 2(A)

1. তলত দিয়াবোৰৰ প্ৰত্যেকৰে উৎপাদকবোৰ লিখা

(a) 45

উত্তৰ (a) 45

=1 x 45

=3 x 15

=5 x 9

⸫ 45 ৰ উৎপাদকবোৰ হৈছে = 1, 3, 5 , 9, 15, 45


(b) 60

উত্তৰ (b) 60

=1 x60

=2 x 30

= 3 x 20

= 4 x 15

= 5 x 12

= 6 x 10

⸫ 60 ৰ উৎপাদকবোৰ হৈছে = 1, 2, 3, 4, 5, 6, 10, 12, 15, 20, 30, 60


2. তলত দিয়াবোৰৰ প্ৰত্যেকৰে 4 টাকৈ গুণিতক লিখা

(a) 6

উত্তৰ 6 ৰ 4 টা গুণিতক হ’ল = 6, 12, 18, 24

(b) 11

উত্তৰ 11 ৰ 4 টা গুণিতক হ’ল =11, 22, 33, 44

(c) 73

উত্তৰ 73 ৰ 4 টা গুণিতক হ’ল =73, 146, 219,


3. তলৰ সংখ্যাকেইটা 3 টা উৎপাদকৰ পূৰণফল হিচাপে লিখা।

(a) 288

উত্তৰ 288= 2 x 6 x 24

(b) 384

উত্তৰ 384 = 2 x 4 x 48

(c) 480

উত্তৰ 480= 2 x 4 x 60


4. 30 আৰু 100ৰ মাজত থকা 7 ৰ গুণিতকবোৰ লিখা।

উত্তৰ 30 আৰু 100ৰ মাজত থকা 7 ৰ গুণিতকবোৰ হ’ল = 35, 42, 49, 56, 63, 70, 77, 84, 91, 98


5. 80 আৰু 170ৰ মাজত থকা 17ৰ গুণিতকবোৰ লিখা।

উত্তৰ 80 আৰু 170ৰ মাজত থকা 17ৰ গুণিতকবোৰ হ’ল = 85, 102, 119, 136, 153


6. 50 আৰু 190ৰ মাজত থকা 19ৰ গুণিতকবোৰ লিখা।

উত্তৰ 50 আৰু 190ৰ মাজত থকা 19ৰ গুণিতকবোৰ হ’ল = 57, 76, 95, 114, 133, 152, 171


7. তলত দিয়া প্রশ্নবোৰৰ প্ৰতিটোতে চাৰিটাকৈ উত্তৰ আছে। শুদ্ধ উত্তৰটোত (✔) দিয়া

(i) 5 ৰ প্ৰথম চাৰিটা গুণিতক হ’ল

(a) 10, 15, 20, 25

(b) 30, 35, 40, 45

(c) 5, 15, 25, 35

(d) 5, 10, 15, 20

উত্তৰ (d) 5, 10, 15, 20


ii) 25 ৰ মুঠ উৎপাদকৰ সংখ্যা

(a) 2

(b) 3

(c) 4

(d) 5

উত্তৰ (b) 3


(iii) ৪ ৰ গুণিতকৰ সংখ্যা

(a) 3

(b) 4

(c) 10

(d) অসংখ্য

উত্তৰ (d) অসংখ্য


iv) 6 ৰ উৎপাদক কেইটা হ’ল

(a) 1,6

(b) 2, 3

(c) 2, 3, 6

(d) 1, 2, 3, 6

উত্তৰ (d) 1, 2, 3, 6


৪. তলৰ কোনবোৰ সংখ্যা পৰস্পৰ মৌলিক?

(a) 15 আৰু 17

উত্তৰ 15 ৰ উৎপাদক = 1,3, 5, 15

17 ৰ উৎপাদক = 1, 17

সাধাৰণ উৎপাদক নাই

⸫ সংখ্যা দুটা পৰস্পৰ মৌলিক


(b) 18 আৰু 81

উত্তৰ 18 ৰ উৎপাদক = 1, 2, 3, 6, 9, 18

81 ৰ উৎপাদক = 1, 3, 9, 27, 81

সাধাৰণ উৎপাদক = 3, 9

⸫ সংখ্যা দুটা পৰস্পৰ মৌলিক নহয়।


(c) 30 আৰু 415

উত্তৰ 30 ৰ উৎপাদক= 1, 2, 3, 5, 6, 10, 15, 30

415 ৰ উৎপাদক= 1, 5, 83, 415

সাধাৰণ উৎপাদক =5

⸫ সংখ্যা দুটা পৰস্পৰ মৌলিক নহয়।


(d) 112 আৰু 113

উত্তৰ 112 ৰ উৎপাদক= 1, 2, 4, 8, 14, 28, 56, 112

113ৰ উৎপাদক= 1, 113

1 বাহিৰে বেলেগ সাধাৰণ উৎপাদক নাই

⸫ সংখ্যা দুটা পৰস্পৰ মৌলিক হয়।


9. এটা সংখ্যা 3 আৰু ৪ ৰে বিভাজ্য। আন কোনটো সংখ্যাৰে সেই সংখ্যাটো বিভাজ্য হ’ব?

উত্তৰ আনসংখ্যা কেইটা হ’ব = 1, 2, 4, 24


10. এটা সংখ্যা 15 ৰে বিভাজ্য। আন কি কি সংখ্যাৰ দ্বাৰা সেই সংখ্যাটো বিভাজ্য হ’ব?

উত্তৰ আনসংখ্যা কেইটা হ’ব = 1, 3, 5


11. মৌলিক সংখ্যা হয়নে নহয় পৰীক্ষা কৰা:

a) 101

উত্তৰ 101= 1 x  101

⸫ সংখ্যা মৌলিক সংখ্যা


(b) 117

উত্তৰ 117= 1 x 117

= 3 x 99

= 9 x 13

সাধাৰণ উৎপাদক = 1, 3, 9, 13, 39, 117

⸫ সংখ্যা মৌলিক সংখ্যা নহয়


(c) 233

উত্তৰ 233= 1 x 233

সাধাৰণ উৎপাদক = 1, 233

⸫ সংখ্যা মৌলিক সংখ্যা


Class 6 Mathematics Complete Solution- Click Here


সংখ্যাৰ বিভিন্ন প্ৰকাৰ ( Types of Numbers) | Lesson 2 | Exercise 2(A) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6| ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 2(A) (Part -1) Assamese Medium

For More details check our Youtube Channel Assam Board Exam


  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment