Assam Board Exam

পূৰ্ণ সংখ্যা | Lesson 4 | Exercise 4(A) | Class 6 Maths Solution Assam

পূৰ্ণ সংখ্যা ( Whole Number) | Chapter 4 | Exercise 4(A)| Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

পাঠ 4

পূৰ্ণ সংখ্যা

অনুশীলনী 4.(A)

1. 1, 10, 9999, 100000, 777779 সংখ্যাবোৰৰ উত্তৰ পদবোৰ লিখা।

উত্তৰঃ

 1 ৰ উত্তৰ পদ 2

10 ৰ উত্তৰ পদ 11

100000 ৰ উত্তৰ পদ 100001

777779 ৰ উত্তৰ পদ 777780

9999 ৰ উত্তৰ পদ 10000


2. এনে কোনো স্বাভাৱিক সংখ্যা আছেনে যাৰ উত্তৰ পদ নাই?

উত্তৰঃ নাই।


3. 5, 11, 7779, 1000, 10001 সংখ্যাবোৰৰ পূৰ্ব পদবোৰ লিখা।

উত্তৰঃ

5ৰ পূর্বপদ 4

11 ৰ পূৰ্বপদ 10

7779 ৰ পূৰ্বপদ 7778

1000 ৰ পূর্বপদ 999

10001 ৰ পূর্বপদ 10000


4. এনে কোনো স্বাভাৱিক সংখ্যা আছেনে যাৰ পূৰ্ব পদ নাই?

উত্তৰঃ আছে, যেনে 1 । ৰ 1 পূৰ্বপদ নাই।


5. বৃহত্তৰ স্বাভাৱিক সংখ্যা বুলি কোনো সংখ্যা আছেনে? তোমাৰ বন্ধু এজনে এটা বৃহৎ সংখ্যা লিখি তাক বৃহত্তৰ স্বভাৱিক সংখ্যা বুলি দাবী কৰিলে। তুমি বন্ধুজনক ভুল বুলি কেনেদৰে প্ৰমাণ কৰিব।

উত্তৰঃ বৃহত্তম স্বাভাৱিক সংখ্যা বুলি কোনো সংখ্যা নাই।

                বন্ধুজনে লিখা সংখ্যাটোৰ উত্তৰ পদ লিখি ভূল বুলি প্ৰমাণ কৰিব পাৰিম।


6. প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে?

উত্তৰঃ প্ৰতিটো পূর্ণসংখ্যা স্বাভাৱিক সংখ্যা নহয়। উদাহৰণস্বৰূপে ‘0’ এটা পূর্ণসংখ্যা যি স্বাভাৱিক সংখ্যা নহয়।


7. আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি?

উত্তৰঃ আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো ‘0’


8. পূৰ্ণ সংখ্যাৰ পৰা কোনটো সংখ্যা বাদ দিলে বাকী সংখ্যাবোৰৰ সংগ্ৰহটো স্বাভাৱিক সংখ্যা হৈ পৰিব?

উত্তৰঃ পূৰ্ণ সংখ্যাটোৰ পৰা ‘0’ সংখ্যা বাদ দিলে বাকী সংখ্যাবোৰৰ সংগ্ৰহটো স্বাভাৱিক সংখ্যা হৈ পৰিব।


9. আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো নিৰ্ণয় কৰিব পাৰিবনে?

উত্তৰঃ আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো নিৰ্ণয় কৰিব নোৱাৰি।


10. পূর্ণ সংখ্যাৰ সংগ্ৰহত 1 ৰ পূর্বপদ আছেনে? যদি আছে সংখ্যাটো কি?

উত্তৰঃ পূৰ্ণ সংখ্যাৰ সংগ্ৰহত 1 ৰ পূৰ্বপদ হ’ল ‘0’


Class 6 Mathematics Complete Solution- Click Here

Class 6 Mathematics Exercise 4(A) (Part -1) Assamese Medium


পূৰ্ণসংখ্যা ( Whole Number) | Lesson 4 | Exercise 4.(A) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6| ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 4(A) (Part -1) Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment