📚 Class 6 Mathematics Chapter 1 – গাণিতিক আৰ্হি (Solutions)
🔹 Class: 6
🔹 Subject: Mathematics
🔹 Chapter 1: গাণিতিক আৰ্হি (Mathematical Patterns)
🔹 Book Name: নতুন গণিত (New Mathematics)
🔹 Board: Assam Board (SCERT Assam)
In this chapter, we study mathematical patterns in numbers, figures, and sequences. Recognizing these patterns is important for logical thinking and problem-solving skills.
Here, we are providing complete, easy-to-understand solutions to every question from Chapter 1.
নতুন গণিত
ষষ্ঠ শ্ৰেণী
গাণিতিক আর্হি
কৰি চাওঁ আহা 1.1
1. তোমাৰ শ্ৰেণীকোঠা আৰু চৌপাশে কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা?
উত্তৰ: আমাৰ শ্ৰেণীকোঠা আৰু চৌপাশে থকা বিভিন্ন ধৰণৰ আৰ্হিবোৰ হৈছে- চকী, বৰ্ড, ফুল, ৰামধেনু, বিদ্যালয়ৰ ঘণ্টা ইত্যাদি।
2. সেই আৰ্হিবোৰত থকা নিয়মবোৰ পৰ্যবেক্ষণ কৰি চিনাক্ত কৰিব পাৰিবানে?
উত্তৰ: আৰ্হিবোৰত থকা নিয়মবোৰ হৈছে-
চকী- চাৰিটা খুটা আছে
বৰ্ড- আয়তাকাৰ
ফুল- পাহিবোৰ লগ লাগি আছে
ৰামধেনু- বিভিন্ন ৰঙ আছে
বিদ্যালয়ৰ ঘণ্টা- গোলাকাৰ
কৰি চাওঁ আহা 1.2

1. ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে?
উত্তৰ: হয়, প্রত্যেকটো সংখ্যাৰ আর্হিত পৰৱৰ্তী সংখ্যাটোক আমি পূর্ববর্তী সংখ্যাটোৰ পৰা উলিয়াব পাৰোঁ।
2. প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী পাঁচটা সংখ্যা লিখা।
উত্তৰ: প্রত্যেকটো সংখ্যাৰ আৰ্হিৰ পৰৱৰ্তী পাঁচটা সংখ্যা হৈছে-
(i) 1, 1, 1, 1, 1
(ii) 15, 17, 19, 21, 23
(iii) 16,18,20,22, 24
(iv) 36, 45, 55, 66, 78
(v) 49, 64, 81,100,121
(vi) 343, 512,729, 1000,1331
(vii) 34, 55, 89,144, 233
(viii) 64,128, 256, 512, 1024
(ix) 2187, 6561,19683, 59049, 177147
(x) 1000000, 10000000, 100000000, 1000000000, 10000000000
(xi) 21, 24, 27, 30, 33
3. সংখ্যাৰ আন কিছুমান আৰ্হি লিখিবলৈ চেষ্টা কৰা।
উত্তৰ: সংখ্যাৰ আন কিছুমান আৰ্হি হৈছে-
স্বাভাবিক সংখ্যা -1, 2, 3, 4, 5, 6, 7 …………………
মৌলিক সংখ্যা- 2, 3, 5, 7, 11, 13, 17, 19 ……………
1 ৰ গুণিতক- 1, 2, 3, 4, 5, 6, 7 …………………
11 ৰ গুণিতক- 11, 22, 33, 44, 55 ……………
4. আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি?
উত্তৰ: আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ’ল= 1
কৰি চাওঁ আহা 1.3


1. 2 নং তালিকাৰ পৰা সংখ্যাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্র অংকন কৰা।
উত্তৰ:


2. 1, 3, 6, 10, 15 …… আর্হিটোক কিয় ত্রিভুজীয় বোলা হয়?
উত্তৰ: 1, 3, 6, 10, 15 …… এই আৰ্হিৰ প্ৰত্যেকটো সংখ্যাই একো একোটা ত্ৰিভুজ আকৃতিৰ গঠন কৰিব পাৰে
3. এনেকুৱা এটা সংখ্যা লিখা, যিটো ত্রিভুজীয় আৰু বর্গ সংখ্যা।
উত্তৰ: 36
4. 1 ৰ বাহিৰে এনেকুৱা এটা সংখ্যা লিখা, যিটো বর্গ সংখ্যাও হয়, আৰু ঘন সংখ্যাও হয়?
উত্তৰ: 64 হৈছে 1 ৰ বাহিৰে এনেকুৱা এটা সংখ্যা, যিটো বর্গ সংখ্যাও হয়, আৰু ঘন সংখ্যাও হয়।
5. তলত দিয়া চিত্ৰৰ আৰ্হিটোৰ পৰা পৰৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰ বহীত চিত্ৰটো অংকন কৰা।


উত্তৰ:


কৰি চাওঁ আহা 1.4
1. ওপৰত দিয়া ধৰণে 1 + 2 + 3 + 4 + 5 + 6 + 7 + 6 + 5 + 4 + 3 + 2 + 1 =49 ক চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰা।
উত্তৰ:

2. একে ধৰণৰ চিত্ৰ 11 লৈ অংকন কৰিলে যোগফল কি পাবা?
উত্তৰ: 121
3. তলৰ আৰ্হিবোৰ চিনাক্ত কৰি পৰৱৰ্তী কেইটামান আৰ্হিৰ যোগফল উলিয়াবলৈ চেষ্টা কৰা।
1, 1+3, 1 + 3 + 5 1 + 3 + 5 + 7, 1+3+5+7+9, 1+3+5+7+9+11, ….
উত্তৰ: 1=1
1+3= 4
1+3+5= 9
1+3+5+7= 16
1+3+5+7+9= 25
1+3+5+7+9+11= 36
1+3+5+7+9+11+13= 49
1+3+5+7+9+11+13+15= 64
1+3+5+7+9+11+13+15+17= 81
4. ওপৰোক্ত আৰ্হি উপযুক্ত চিত্ৰৰ দ্বাৰা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা।
উত্তৰ:


কৰি চাওঁ আহা 1.5


ওপৰৰ ১নং তালিকাত দেখুওৱা আর্হিবোৰ লক্ষ্য কৰা আৰু তলৰ কথাখিনি মন কৰা।
1. আকৃতিৰ আৰ্হিবোৰ চাই প্ৰতিটো আৰ্হিৰ লগত জড়িত আন কিছুমান আৰ্হি আঁকিবলৈ চেষ্টা কৰা।
উত্তৰ:


2. ওপৰত থকা আকৃতিৰ আৰ্হিবোৰত কিবা লক্ষ্য কৰিছানে? ইয়াৰ পৰৱৰ্তী কেইটামান আকৃতি অংকন কৰা।
উত্তৰ:

3. 3নং তালিকাৰ আৰ্হিবোৰ চিনাক্ত কৰা।
উত্তৰ:
(i) প্ৰথমটো আকৃতিৰ আর্হিত ত্রিভুজৰ ঠাকৰ সংখ্যা হৈছে ক্রমান্বয়ে
1, 1+3, 1+3+5, 1+3+5+7, 1+3+5+7+9 …….
(ii) দ্বিতীয়টো আকৃতিৰ আৰ্হিত গছৰ শাখাৰ সংখ্যা হৈছে ক্রমান্বয়ে
1, 1+2, 1+2+4, 1+2+4+8, 1+2+4+8+16 …….
(iii) তৃতীয়টো আকৃতিৰ আর্হিত আকৃতিৰ সংখ্যা হৈছে ক্রমান্বয়ে
1+4, 1+4+4, 1+4+4+4, 1+4+4+4+4 ……..
(iv) চতুৰ্থটো আকৃতিৰ আর্হিত বাহুৰ সংখ্যা হৈছে ক্রমান্বয়ে
8, 8+8, 8+8+8, 8+8+8+8, 8+8+8+8+8 …….
(v) পঞ্চমটো আকৃতিৰ আৰ্হিত মৌচাকৰ সংখ্যা হৈছে ক্রমান্বয়ে
1, 1+6, 1+6+12, 1+6+12+18, 1+6+12+18+24 …….
4. প্রকৃতিৰ পৰা কিছুমান বিশেষ আর্হি উলিয়াবলৈ চেষ্টা কৰা।
উত্তৰ:

মৌচাক জৱা ফুলৰ পাহি
Class 6 Mathematics Complete Solution- Click Here
📘 Class 6 Mathematics Chapter 1 – গাণিতিক আৰ্হি | নতুন গণিত (New Mathematics) | Assam Board SCERT
🎯 Why Study Solutions from AssamBoardExam.com?
✅ Clear and Simple Language – Easy for Class 6 students to understand.
✅ Written by Experts – Following the SCERT Assam guidelines.
✅ Helps in Exam Preparation – Save time and learn faster.
✅ Free Access – No sign-up or payment required.
📢 Stay Updated with Assam Board Study Materials!
🔵 Join Our Telegram Channel: Click Here to Join
🔵 Follow Our WhatsApp Channel: Click Here to Follow
Get daily updates about latest notes, solutions, exam tips, and more! 🚀
💬 FAQs (Important for SEO)
📌 Where can I find Class 6 Mathematics Chapter 1 Solutions for Assam Board?
You can view or download complete solutions for Chapter 1 – গাণিতিক আৰ্হি at AssamBoardExam.com.
📌 Are these solutions based on the latest SCERT Assam syllabus?
Yes, all solutions are fully updated according to the latest SCERT Assam curriculum.
📌 Are these solutions available for free?
Yes! All solutions provided here are completely free for students.
For More details check our Youtube Channel Assam Board Exam