Assam Board Exam

সংখ্যাৰ গঠন | Lesson 1 | Exercise 1 (d) | Class 6 Maths Solution Assam

সংখ্যাৰ গঠন ( Structure of Number) | Chapter 1 | Exercise 1 (d) | Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

পাঠ 1

সংখ্যাৰ গঠন

অনুশীলনী 1 (d)

1. আখৰেৰে লিখাঃ ভাৰতীয় পদ্ধতিত আৰু আন্তর্জাতিক পদ্ধতিত

(a) 87595762

উত্তৰঃ

 ভাৰতীয় পদ্ধতিতঃ

আঠ কোটি পয়সত্তৰ লাখ পছান্নব্বৈ হাজাৰ সাতশ বাষষ্টি।

আন্তর্জাতিক পদ্ধতিতঃ

সাতাশী মিলিয়ন পাঁচশ পছান্নব্বৈ হাজাৰ সাতশ বাষষ্টি।

(b) 48049831

উত্তৰঃ 

ভাৰতীয় পদ্ধতিতঃ

চাৰি কোটি আশী লাখ ঊনপঞ্চাছ হাজাৰ আঠশ একত্রিশ।

আন্তর্জাতিক পদ্ধতিতঃ

 আঠচল্লিছ মিলিয়ন ঊনপঞ্চাছ হাজাৰ আঠশ একত্রিশ।


 2. উপযুক্ত স্থানত কমা ব্যৱহাৰ কৰি তলৰ সংখ্যাবোৰ ভাৰতীয় আৰু আন্তর্জাতিক প্রণালীত লিখা।

3018982, 82160000, 58042513

উত্তৰঃ ভাৰতীয় পদ্ধতিতঃ 

30,18,982;

8,21,60,000,

5,80,42,513

আন্তর্জাতিক পদ্ধতিতঃ 

3,018,982;

 82,160,000;

 58,042,513


3. সংখ্যাত প্ৰকাশ কৰা-

(a) তেসত্তৰ লাখ পয়সত্তৰ হাজাৰ তিনিশ সাত

উত্তৰঃ 73,75,307

(b) তেইছ লাখ ত্ৰিছ হাজাৰ দহ

উত্তৰঃ 23,30,010

(c) ছয় মিলিয়ন ছশ আঠাশী হাজাৰ সাত শ নব্বৈৰ

উত্তৰঃ 6,688,797

(d) এক মিলিয়ন নশ চৈধ্য হাজাৰ দুশ ন

উত্তৰঃ 1,914,209


4. 1991 চনত এখন চহৰৰ জনসংখ্যা আছিল 2,35,471 জন আৰু 2001 চনত ইয়াৰ জনসংখ্যা 72,958 জন বৃদ্ধি পালে। 2001 চনত চহৰখনৰ জনসংখ্যা কিমান হ’ব?

উত্তৰঃ

1991 চনত জনসংখ্যা আছিল = 2,35,471 জন

2001 চনত ইয়াৰ জনসংখ্যা =  72,958 জন

∴ 2001 চনত মুঠ জনসংখ্যা হ’ব = (2,35,471+72,958) = 3,08,429 জন


5. কোনো এখন ৰাজ্যত 2002-2003 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা আছিল 7,43,000 খন। 2003-2004 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা আছিল 8,00,100 খন। কোন বছৰত বেছি চাইকেল বিক্ৰী হৈছিল? আৰু কিমান বেছি বিক্ৰী হৈছিল?

উত্তৰঃ

2002-2003 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা আছিল =7,43,000 খন

2003-2004 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা আছিল = 8,00,100 খন

2003-2004 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা (8,00,100 – 7,43,000) = 57100 খন বেছি বিক্ৰী হৈছিল।


6. দৈনিক বাতৰি কাকত এখনৰ মুঠ পৃষ্ঠা 12 খন। প্রতিদিনে ছপা হয় 11,980 খন। প্রতিদিনে কিমান পৃষ্ঠা ছপা কৰা হয়, নিৰ্ণয় কৰা।

উত্তৰঃ

বাতৰি কাকত খনৰ মুঠ পৃষ্ঠা = 12 খন।

প্রতিদিনে ছপা হয় = 11,980 খন।

প্রতিদিনে ছপা হোৱা মুঠ পৃষ্ঠা = (11,980 x 12)= 143760 খন।


7. তলৰ আঁচটনা অংকবোৰৰ স্থানীয় মান লিখা-

(a) 45367

উত্তৰঃ 5 ৰ স্থানীয় মান 5 হাজাৰ = 5 × 1000 = 5000

(b) 708453

উত্তৰঃ ৪ ৰ স্থানীয় মান ৪ হাজাৰ = 8 × 1000 = 8000

(c) 27636708

উত্তৰঃ 0 ৰ স্থানীয় মান 0 দহ = 0 × 10 = 0

7 ৰ স্থানীয় মান 7 লাখ /7 নিযুত = 7 × 1000000 = 7000000

(d) 614001

উত্তৰঃ 1 ৰ স্থানীয় মান 1 একক = 1

1 ৰ স্থানীয় মান = 1 দহ হাজাৰ /1 অযুত


8. উপযুক্ত স্থানত ভাৰতীয় পদ্ধতিত কমা ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰাঃ (লগতে >, =, < ব্যৱহাৰ কৰিবা)

(a) 124051 ________________ 2140589

উত্তৰঃ 124054 < 2140589

(b) 24456122 ________________ 34547892

উত্তৰঃ 24456122 < 34547892

(c) 90000001 ________________ 90000001

উত্তৰঃ 90000001 > 90000001

(d) 111111 ________________ 111111

উত্তৰঃ 111111 = 111111


9. বিস্তৃত ৰূপত লিখা।

(a) 792456

উত্তৰঃ 792456 = 7 × 100000 + 9 × 10000 + 2 × 1000 + 4 × 100 + 5 × 10 + 6 × 1

(b) 8000670

উত্তৰঃ 8000670 = 8 × 1000000 + 0 × 100000 + 0 × 10000 + 0 × 1000 + 6 × 100 + 7 × 10 + 0 × 1

(c) 4279034

উত্তৰঃ 4279034 = 4 × 1000000 + 2× 100000 + 7 × 10000 + 9 × 1000 + 0 × 100 + 3 × 10 + 4 × 1


10. মনীষাই দোকানৰ পৰা 12 কিলোগ্রাম 250 গ্রাম চেনী, 25 কিলোগ্রাম 750 গ্রাম চাউল, 2 কিলোগ্রাম নিমখ আৰু 350 গ্রাম জিৰা কিনিলে। তেওঁ মুঠ কিমান ওজনৰ বস্তু কিনিলে?

উত্তৰঃ 

মনীষাই চেনী কিনিলে = 12.250 কিলোগ্রাম

                চাউল কিনিলে =25.750 কিলোগ্রাম

            নিমখ কিনিলে = 2.000 কিলোগ্রাম

        জিৰা কিনিলে = 0.350 কিলোগ্রাম

            মুঠ বস্তু ওজন = ( 12.250 + 25.750 + 2.000 + 0.350 ) = 40.350 কিলোগ্রাম


11. এটা টেংকীত 200 কিলোলিটাৰ পানী ধৰে। প্ৰথম দিনত 84 কিলোলিটাৰ 950 লিটাৰ পানী ওলাই গ’ল। টেংকীটোত কিমান পানী বাকী থাকিল? (লিটাৰত প্ৰকাশ কৰা)

উত্তৰঃ 

টেংকীত পানী ধৰে = 200 কিলোলিটাৰ = 2,00,000 লিটাৰ

পানী ওলাই গ’ল = 84 কিলোলিটাৰ 950 লিটাৰ = 84950 লিটাৰ

টেংকীত পানী বাকী থাকিল = ( 2,00,000 –   84950) =1,15,050 লিটাৰ


12. তলত দিয়াবোৰৰ নিকতম স্থানলৈ আসন্নমান নিৰ্ণয় কৰা।

(i) 59, 72, 64, 135, 4931, 51630 (নিকটতম দহলৈ)

উত্তৰ

59 → 60

72 →70

64 → 60

135 → 140

4931 → 4930

51630 → 51630


(ii) 555, 839, 281, 2457, 6666, 615320 (নিকটতম শতকলৈ)

উত্তৰ

555 → 600

839 → 800

281 → 300

2457 → 2500

6666 → 6700

615320 → 615300


(iii) 9300, 6630, 5295, 4444, 61620 (নিকটতম হাজাৰলৈ)

উত্তৰ

9300 → 9000

6630 → 7000

5295 → 5000

4444 → 4000

61620 → 62000


13. 640 আৰু 740 ৰ মাজৰ নিকটতম শতকলৈ 700 হোৱা যিকোনো 5 টা সংখ্যা লিখা।

উত্তৰ 651, 678, 712, 735 , 674


14. তলৰ সংখ্যাবোৰ ৰোমান সংখ্যাত লিখা।

(a) 225 = CCXXV

(b) 600 = DC

(c) 906 = CMVI

(d) 598 = DXCVIII

(e) 2100 = MMC

(f) 555 = DLV

(g) 99 = XCIX

(h) 1345 = MCCCXLV


15. তলৰ ৰোমান সংখ্যাবোৰ হিন্দু আৰবিক পদ্ধতিত লিখা।

(a) CMXCIV = 994

(b) CLXX = 170

(c) CDX =410

(d) DCXLIX = 649

(e) CCCXXV =325

(f) DCCCLXXXVIII = 888

(g) XLV =45

(h) XCVIII =98


16. যোগফল ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰা-

(a) (7296325 + 4173243) + 45639

উত্তৰঃ (7296325 + 4173243) + 45639

= 11,469,568 + 45639

= 11,515,207


(b) (7281639 + 568548) + 4251408

উত্তৰঃ (7281639 + 568548) + 4251408

= 7850187 + 421408

= 12101595


17. পূৰণফল ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰা-

(i) 6250 × 625

উত্তৰঃ 6250 × 625 = 39,06,250

ii) 39625 × 75

উত্তৰঃ 39625 × 75 = 29,71,875


18. মোটামুটি যোগ কৰা–

(a) 5672 + 536

উত্তৰঃ

5672 ৰ শতকৰ নিকটতম আসন্ন মান =5700

536 ৰ শতকৰ নিকটতম আসন্ন মান = 500

∴ 5700 + 500 = 6200


(b) 439+ 334 + 4317

উত্তৰঃ

439ৰ শতকৰ নিকটতম আসন্ন মান = 400

334 ৰ শতকৰ নিকটতম আসন্ন মান = 300

4317 ৰ শতকৰ নিকটতম আসন্ন মান = 4300

∴ 400+ 300+ 4300 =5000


(c) 7245506 + 1068297

উত্তৰ

7245506 ৰ দহ লাখৰ নিকটতম আসন্ন মান = 70,00,000

1068297 ৰ দহ লাখৰ নিকটতম আসন্ন মান = 10,00,000

∴ 70,00,000 + 10,00,000 = 80,00,000


18. মোটামুটি বিয়োগ কৰা–

(a) 798 – 232

উত্তৰঃ

798 ৰ শতকৰ নিকটতম আসন্ন মান = 800

232 ৰ শতকৰ নিকটতম আসন্ন মান = 200

∴ 800- 200 =600


(b) 489348 – 48365

 উত্তৰঃ

489348 ৰ দহ হাজাৰৰ নিকটতম আসন্ন মান = 4,90,000

48365  ৰ দহ হাজাৰৰ নিকটতম আসন্ন মান = 50,000

∴ 4,90,000 – 50,000 = 4,40,000


(c) 107634 – 67599

উত্তৰঃ

107634 ৰ দহ হাজাৰৰ নিকটতম আসন্ন মান = 1,10,000

67599 ৰ দহ হাজাৰৰ নিকটতম আসন্ন মান = 70,000

∴ 1,10,000 – 70,000 = 40,000


18. মোটামুটি পূৰণ  কৰা–

(a) 38 × 9

উত্তৰঃ

38 ৰ নিকটতম দহকৰ আসন্ন মান = 40

9 ৰ নিকটতম দহকৰ আসন্ন মান = 10

∴ 40 × 10 = 400


(b) 42 × 67

উত্তৰঃ

42 ৰ নিকটতম দহকৰ আসন্ন মান = 40

67 ৰ নিকটতম দহকৰ আসন্ন মান =70

∴ 40 × 70 = 2800


(c) 215 × 58

উত্তৰঃ

215 ৰ নিকটতম দহকৰ আসন্ন মান = 220

58  ৰ নিকটতম দহকৰ আসন্ন মান = 60

∴ 220 × 60 = 13200


21. এজন মানুহে ঘৰ সাজিবৰ কাৰণে 1263501 টকাৰে এটুকুৰা মাটি কিনিলে। ঘৰ সাজিবৰ কাৰণে কিছু টকা তেওঁ খৰচ কৰিলে। তেওঁৰ মুঠ খৰচ হ’ল 1860257 টকা। তেওঁ ঘৰ সাজিবৰ কাৰণে কিমান টকা খৰচ কৰিলে?

উত্তৰঃ 

তেঁও মুঠ খৰচ হ’ল = 18,60,257 টকা

মাটি কিনোতে খৰচ হ’ল = 12,63,501 টকা

 ঘৰ সাজিবলৈ খৰচ হ’ল =(18,60,257 + 12,63,501 ) = 5,96,756 টকা


22. এখন মটৰ চাইকেল ব্যৱসায়ীৰ 85 খন মটৰ চাইকেল আছে। প্ৰতিখন মটৰ চাইকেলৰ দাম 57690 টকা। 85 খন মটৰ চাইকেলৰ মুঠ দাম নিৰ্ণয় কৰা।

উত্তৰঃ 

মটৰ চাইকেলৰ দাম = 57690 টকা

85 খন মটৰ চাইকেলৰ দাম =( 57690 × 85) টকা = 4,903,650 টকা

                


23. এখন বাছৰ গুৱাহাটীৰ পৰা যোৰহাটলৈ প্ৰতিটো টকিটৰ দাম 403 টকা। বাছখনৰ মুঠ আসনৰ বিপৰীতে টিকটৰ দাম 24180 টকা বাছখনৰ মুঠ আসনৰ সংখ্যা উলিওৱ

উত্তৰঃ 

মুঠ টিকটৰ দাম = 24180 টকা

এটা টিকটৰ দাম = 403 টকা

∴ মুঠ আসনৰ সংখ্যা = ( 24180 ÷ 403) = 60 খন


24. এজন দোকানীয়ে প্রথম দিনা প্রতি কিলোত 35 টকাকৈ 25 কিলোগ্রাম, দ্বিতীয় দিনা প্রতি কিলোত 30 টকাকৈ 40 কিলোগ্ৰাম আৰু তৃতীয় দিনা 25 টকাকৈ 30 কিলোগ্রাম চাউল বেচিলে। তিনিও দিনৰ ভিতৰত দোকানীজনে মুঠ কিমান কিলোগ্রাম চাউল কিমান টকাত বেচিলে?

উত্তৰঃ 

প্ৰথম দিনা বেচা চাউলৰ মূল্য = 35 × 2000  = 70,000 টকা

দ্বিতীয় দিনা বেচা চাউলৰ মূল্য = 30 × 1325 = 39,750 টকা

তৃতীয় দিনা বেচা চাউলৰ মূল্য = 32 × 1550 =49600 টকা

চাউল বেচি তেঁও মুঠ টকা পালে = ( 70,000+   39,750 + 49600) =  1,59,350 টকা


25. এজন গুৱালে প্রতিদিনে 3 খন হোটেলত গাখীৰ দিয়ে। প্ৰথমখনত 13 লিটাৰ, দ্বিতীয়খনত 15 লিটাৰ 250 মিলিলিটাৰ, তৃতীয়খনত 17 লিটাৰ 750 মিলিলিটাৰ গাখীৰ দিয়ে। গুৱালজনে দৈনিক কিমান লিটাৰ গাখীৰ দিয়ে।

উত্তৰঃ 

 প্ৰথম হোটেলত গাখীৰ বিক্ৰী কৰে = 13.00 লিটাৰ

দ্বিতীয় হোটেলত গাখীৰ বিক্ৰী কৰে =15.250 লিটাৰ

তৃতীয় হোটেলত গাখীৰ বিক্ৰী কৰে = 17.750 লিটাৰ

তেঁও মুঠ গাখীৰ বিক্ৰী কৰে ( 13.00 + 15.250 + 17.750)    = 46.00 লিটাৰ


26. 35 খন কিতাপৰ ওজন 10 কেজি। জাহ্নক 42 খন কঢ়িয়াই নিব কোৱা হ’ল। যদি বন্ধুয়ে আধা কিতাপ কঢ়িওৱাত সহায় কৰে তেন্তে প্রতিজনে কিমান ওজন কঢ়িয়াব লাগিব?

উত্তৰ

35 খন কিতাপৰ ওজন = 10 কেজি

1 খন কিতাপৰ ওজন = 10/35 কেজি

42 খন কিতাপৰ ওজন = 10/35 × 42 = 12 কেজি

এজন বন্ধুয়ে আধা কিতাপ ললে প্ৰতিজন কঢ়িয়া লগা ওজন হ’ব = 12/2 = 6 কেজি


Class 6 Mathematics Complete Solution- Click Here


সংখ্যাৰ গঠন ( Structure of Number) | Lesson 1 | Exercise 1 (d) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 1 (d) (Part -1) Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment