Complete question-answer guide for Class 6 Science Chapter 4, ‘আঁহৰ পৰা কাপোৰলৈ’ (Part 2) in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
আঁহৰ পৰা কাপোৰলৈ
Class 6 Science Chapter 4 (Part 2) in Assamese Medium | আঁহৰ পৰা কাপোৰলৈ- Complete Question Answer in Assamese Medium
ষষ্ঠ শ্ৰেণী
বিজ্ঞান
আঁহৰ পৰা কাপোৰলৈ
অনুশীলনী
১। তলত দিয়া আহঁবোৰ প্ৰাকৃতিক নে সাংশ্লেষিক শ্ৰেণীবিভাগ কৰা।
নাইলন, ঊল, কপাহী, পাট, পলিয়েষ্টাৰ, মৰাপাট।
উত্তৰঃ প্ৰাকৃতিক আহঁবোৰ হ’ল – ঊল, কপাহী, পাট আৰু মৰাপাট।
সাংশ্লেষিক আহঁবোৰ হ’ল নাইলন আৰু পলিয়েষ্টাৰ।
২। তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা।
(ক) আঁহৰ পৰা সূতা তৈয়াৰ কৰা হয়।
উত্তৰঃ শুদ্ধ।
(খ) সূতাকটা হৈছে আঁহ প্ৰস্তুত কৰাৰ এটা প্ৰক্ৰিয়া।
উত্তৰঃ অশুদ্ধ।
(গ) মৰাপাট হৈছে নাৰিকলৰ ওপৰত থকা বাকলি।
উত্তৰঃ অশুদ্ধ।
(ঘ) কপাহৰ পৰা গুটি গুচোৱা প্ৰক্ৰিয়াটোক নেওঠনি বুলি কোৱা হয়।
উত্তৰঃ শুদ্ধ।
(ঙ) সূতা বৈ এটুকুৰা কাপোৰ তৈয়াৰ কৰা হয়।
উত্তৰঃ শুদ্ধ।
(চ) পাটৰ আঁহ এবিধ গছৰ কাণ্ডৰ পৰা আহৰণ কৰা হয়।
উত্তৰঃ অশুদ্ধ।
(ছ) পলিয়েষ্টাৰ হৈছে প্ৰাকৃতিক আঁহ।
উত্তৰঃ অশুদ্ধ।
৩। খালী ঠাই পূৰ কৰাঃ
(ক) উদ্ভিদজাত আঁহ _______ আৰু _______ ৰ পৰা আহৰণ কৰা হয়।
উত্তৰঃ (ক) উদ্ভিদজাত আঁহ কপাহ আৰু মৰাপাট ৰ পৰা আহৰণ কৰা হয়।
(খ) প্ৰণীজাত আঁহ হ’ল _______ আৰু _______।
উত্তৰঃ প্ৰণীজাত আঁহ হ’ল ঊন আৰু পাট।
৪। কপাহ আৰু মৰাপাটৰ আঁহ উদ্ভিদৰ কোন কোন অংশৰ পৰা আহৰণ কৰা হয়?
উত্তৰঃ কপাহ আহৰণ কৰা হয় ফল অংশৰ পৰা আৰু মৰাপাট আহৰণ কৰা হয় কাণ্ড অংশৰ পৰা।
৫। নাৰিকলৰ আঁহেৰে তৈয়াৰী ২টা সামগ্ৰীৰ নাম উল্লেখ কৰা।
উত্তৰঃ বস্তা, ৰছী।
৬। আঁহৰ পৰা সূতা তৈয়াৰ কৰা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা।
উত্তৰঃ আঁহৰ পৰা সূতা তৈয়াৰ কৰা পদ্ধতিটোক সূতাকটা বুলি কোৱা হয়। এই পদ্ধতিটোত এটা কপাহৰ জোলাৰ পৰা আঁহবোৰ টানি পকাই দিয়া হয়। পিছত এই আঁহবোৰ একেলগ কৰি সূতালৈ পৰিণত কৰা হয়।
Complete question-answer guide for Class 6 Science Chapter 4, ‘আঁহৰ পৰা কাপোৰলৈ’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
Class 6 Science All Question Answer- Click Here
Class 6 Science Chapter 4 আঁহৰ পৰা কাপোৰলৈ– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam