Assam Board Exam

Class 6 Science Chapter 6 | পোহৰ, ছাঁ আৰু প্ৰতিফলন- Complete Question-Answer Guide (Assamese Medium)

Complete question-answer guide for Class 6 Science Chapter 6, ‘পোহৰ, ছাঁ আৰু প্ৰতিফলন(Part 1) in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 6 Science Chapter 6 (Part-1) in Assamese Medium | পোহৰ, ছাঁ আৰু প্ৰতিফলন– Complete Question Answer in Assamese Medium

ষষ্ঠ শ্ৰেণী

বিজ্ঞান 

পোহৰ, ছাঁ আৰু প্ৰতিফলন

1। অস্বচ্ছ বস্তুৰ বিষয়ে বুজি পাবলৈ তলৰ বাকচৰ আখৰবোৰ পুনৰ সজাই এটা বাক্য় বনোৱা।

স্বৰে ৰেছাঁসৃ স্তুবো ষ্টিচ্ছ

উত্তৰঃ 

স্বচ্ছ ব স্তুবো

ৰেছাঁসৃ ষ্টিৰে

2)  তলত দিয়া বস্তু বা সঁজুলিবোৰ অস্বচ্ছ , স্বচ্ছ বা ঈষৎ স্বচ্ছ আৰু উজ্জ্বল বা অনুজ্জ্বল এইদৰে শ্ৰেণীবিভাগ কৰা :

বায়ু, পানী, এটুকুৰা শিলগুটি, এচটা এলুমিনিয়াম, এখন দাপোণ, এখন কাঠৰ ব’ৰ্ড, এচটা পলিথিন, এখন চি.ডি., ধোৱা, এখন সমতল আইনা, কুঁৱলী, ৰঙাকৈ গৰম কৰা এটুকুৰা লো, এটা ছাতি, এটা জ্বলি থকা টিউব লাইট, এখন বেৰ, এখিলা কাৰ্বন পেপাৰ, গেছ বাৰ্ণাৰৰ শিখা, এখন কাৰ্ডব’ৰ্ড, এটা জ্বলি থকা টৰ্চ, এখন ছে’লফেন (পেপাৰ), এখন তাঁৰৰ জালি, কেৰাচিনৰ ষ্ট’ভ, সূৰ্য, জোনাকী পৰুৱা, চন্দ্ৰ।

উত্তৰঃ 

অস্বচ্ছঃ- এটুকুৰা শিলগুটি, এচটা এলুমিনিয়াম, এখন কাঠৰ ব’ৰ্ড, এখন চি.ডি, এখন বেৰ, এখিলা কাৰ্বন পেপাৰ।

স্বচ্ছঃ- বায়ু, পানী, এখন দাপোণ, এখন সমতল আইনা।

ঈষৎ স্বচ্ছঃ- এচটা পলিথিন, ধোঁৱা, পলিথিন।

দীপ্তিমানঃ- ৰঙাকৈ গৰম কৰা এটুকুৰা লো, এটা জ্বলি থকা টিউব লাইট, গেছ বাৰ্ণাৰৰ শিখা, এটা জ্বলি থকা টৰ্চ, কেৰাচিনৰ ষ্ট’ভ, সূৰ্য, জোনাকী পৰুৱা, চন্দ্ৰ।

দীপ্তিহীনঃ- এটা ছাতি, এখন কাৰ্ডব’ৰ্ড, এখন তাঁৰৰ জালি, এখন ছেলফেন(পেপাৰ), এটুকুৰা শিলগুটি, এচটা এলুমিনিয়াম, এখন কাৰ্ডব’ৰ্ড, এখন চি.ডি, এখন বেৰ, এখিলা কাৰ্বন পেপাৰ।


3। এনে এটা আকৃতিৰ বস্তু তৈয়াৰ কৰাৰ কথা ভাবিব পাৰিনে যিটো এটা দিশত ৰাখিলে ঘূৰণীয়া ছাঁৰ সৃষ্টি কৰে আৰু আন এটা দিশত ৰাখিলে আয়তাকাৰ ছাঁৰ সৃষ্টি কৰে?

উত্তৰ— এটা দিশত ৰাখিলে ঘূৰণীয়া ছাঁ আৰু আনটো দিশত ৰাখিলে আয়তাকৰ ছাঁৰ সৃষ্টি কৰা এটা বস্তু হৈছে এটা চিলিণ্ডাৰ।


4। এটা সম্পূৰ্ণ আন্ধাৰ কোঠাত যদি তুমি তোমাৰ সন্মুখত দাপোনখন ধৰা তেতিয়া তোমাৰ প্ৰতিবিম্ব দেখা পাবানে?

উত্তৰ— এটা সম্পূর্ণ অন্ধকাৰ কোঠাত দাপোনৰ সমুখত থাকিলে আমাৰ প্রতিম্বিব দেখা নাপাওঁ কাৰণ দাপোনত পোহৰ নপৰাৰ বাবে দাপোনত প্ৰতিবিম্ব গঠন নহয়।


Complete question-answer guide for Class 6 Science Chapter 6, ‘পোহৰ, ছাঁ আৰু প্ৰতিফলন’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!


Class 6 Science All Question Answer- Click Here


Class 6 Science Chapter 6 পোহৰ, ছাঁ আৰু প্ৰতিফলন– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment