Class 6 social science assamese medium question answer|| Class 6|| সৌৰজগতত আমাৰ পৃথিৱী || Class 6 social science chapter 1 Assamese Medium||
সৌৰজগতত আমাৰ পৃথিৱী
class 6 social science assamese medium question answer|| Class 6|| সৌৰজগতত আমাৰ পৃথিৱী || Class 6 social science chapter 1 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam||
অনুশীলনী
(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা —
(ক) সৌৰজগত বুলিলে কি বুজা?
উত্তৰ:- সূৰ্যক কেন্দ্ৰ কৰি অৱস্থান কৰা গ্ৰ্হ, উপগ্ৰ্হ, ধূমকেতু, উল্কা আৰু গ্ৰহনুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোক সৌৰজগত বোলা হয়।
(খ) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা।
উত্তৰ:-বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন।
(গ) সূৰ্য কি ? সূৰ্যৰ বিষয়ে চমুকৈ লিখা ?
উত্তৰ:- সূৰ্য এটা নক্ষত্ৰ ।
সূৰ্যৰ ওপৰিভাগৰ উত্তাপ প্ৰায় 6000 ডিগ্ৰী চেলচিয়াছ । সূৰ্যৰ বয়স প্ৰায় 500 কোটি । সূৰ্য প্ৰ্ৰচুৰ তাপ আৰু পোহৰ শক্তিৰ বাবেই পৃথিৱী গ্ৰহত জীৱন ধাৰণ সম্ভব হৈছে । পৃথিৱীত হোৱা দিন ৰাতি, ঋতু পৰিবৰ্তন, বতৰৰ সালসলনি এই সকলোৰে প্ৰধান কাৰন হৈছে সূৰ্য ।
(২) উত্তৰ দিয়া —
(ক) নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক কি বুলি কোৱা হয়?
উত্তৰ:- নক্ষত্ৰ।
(খ) ৰাতিৰ আকাশত গ্ৰহবোৰক কিহে পোহৰাই ৰাখে?
উত্তৰ:- নক্ষত্ৰ।
(গ) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি?
উত্তৰ:- সূৰ্য।
(ঘ) ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা পিণ্ডবোৰক কি বুলি জনা যায়?
উত্তৰ:- উল্কাপিণ্ড ।
(৩) পাঠৰ চিত্ৰ- ১.৩ ত থকা সৌৰজগতৰ চিত্ৰখন পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা —
(ক) সূৰ্যৰপৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?
উত্তৰ:- নেপচুন।
(খ) ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত?
উত্তৰ:- শনি আৰু নেপচুন।
(গ) সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত?
উত্তৰ:- তৃতীয় ।
(ঘ) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?
উত্তৰ:- বৃহস্পতি।
(ঙ) গ্ৰহানুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায়?
উত্তৰ:- মঙ্গল আৰু বৃহস্পতিৰ মাজত।
(৪) শুদ্ধ উত্তৰটো লিখা —
(ক) পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়?
(১) বুধ
(২) শুক্ৰ
(৩) মঙ্গল
(৪) শনি
উত্তৰ:- (২) শুক্ৰ।
(খ) সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্বল পদাৰ্থ পিণ্ডবোৰ হ’ল —
(১) ধূমকেতু
(২) গ্ৰহানুপুঞ্জ
(৩) উপগ্ৰহ
(৪) নক্ষত্ৰ
উত্তৰ:- (১) ধূমকেতু।
Class 6 Social Science
Class 6 Social Science Chapter 1 Asaamese Medium
For More details check our Youtube Channel Assam Board Exam
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মৌৰ্য সাম্ৰাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |