Assam Board Exam

Class 6 Social Science Chapter 1 | আমাৰ পৃথিৱী সমাজ বিজ্ঞানৰ কৰ্মপুথি

Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় সমাজ বিজ্ঞানৰ কৰ্মপুথি Assamese medium question answer|| Class 6|| আমাৰ পৃথিৱী || Class 6 social science chapter 1 Assamese Medium

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 6 social science assamese medium question answer|| Class 6| আমাৰ পৃথিৱী || Class 6 social science chapter 1 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam

১. বাকচৰ ভিতৰত থকা সংখ্যা/ শব্দবোৰ উপযুক্ত স্থানত বহুওৱা-

নিজ মেৰুদণ্ডক কেন্দ্র কৰি ঘূৰা কার্য  ৯০  মেৰুদণ্ড  ইয়াত জীৱ আছে  সূর্যৰ চাৰিওফালে ঘূৰে  

(ক) পৃথিৱীৰ এনে কি বিশেষত্ব আছে যিটো আন গ্রহত নাই?

উত্তৰ:- ইয়াত জীৱ আছে

(খ) উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত অক্ষৰেখাৰ মান কিমান?

উত্তৰ:- ৯০

(গ) পৃথিৱী আৰু অন্যান্য গ্রহবোৰে কি কৰে?

উত্তৰ:- সূর্যৰ চাৰিওফালে ঘূৰে

(ঘ) আৱর্তন মানে কি?

উত্তৰ:- নিজ মেৰুদণ্ডক কেন্দ্র কৰি ঘূৰা কার্য।

(ঙ) উত্তৰ-মেৰুৰপৰা দক্ষিণ-মেৰুলৈ পৃথিৱীৰ সোঁমাজেদি কল্পনা কৰা ৰেখাডালক কি বুলি কোৱা হয়?

উত্তৰ:- মেৰুদণ্ড


২. তলত দিয়া আভাস অনুসৰি শব্দ-শৃংখলটো পূৰ কৰা-

থিয়কৈ

(ক) পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা ৰেখা (৪)

(গ) সৌৰজগতৰ এটা গ্রহ (৪)

(ঙ) ২৩০°৩০′ উত্তৰ অক্ষাংশ (৫)

(ছ) উপগ্রহবোৰে নিজ নিজ গ্রহক প্রদক্ষিণ কৰা পথ (৪)

পথালিকৈ

(খ) ৬৬°৩০′ উত্তৰ অক্ষাংশ (৫)

(ঘ) পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰি কৰা গতি (৩)

(চ) ২৩°৩০′ দক্ষিণ অক্ষাংশ (৫)

Class 6 social Science chapter 1

৩. ‘আমাৰ পৃথিৱী’ পাঠটোৰ ২ নং পৃষ্ঠাত থকা চিত্র ১.২ চাই তলৰ প্রশ্নসমূহৰ উত্তৰ কৰা-

(ক) সূর্যৰ আটাইতকৈ ওচৰত থকা আৰু আটাইতকৈ দূৰত থকা গ্রহ দুটা কি কি?

উত্তৰ:- বুধ আৰু নেপচুন।

(খ) ছবিখনত কোনটো গ্রহ আটাইতকৈ ডাঙৰ দেখিছা?

উত্তৰ:- বৃহস্পতি

(গ) সূৰ্যৰ পৰা দূৰত্ব হিচাপত আমাৰ পৃথিৱীৰ স্থান কিমান?

উত্তৰ:- তৃতীয়

(ঘ) কোনটো গ্রহক আঙুঠিয়ে আগুৰি আছে?

উত্তৰ:- শনি

(ঙ) কোনটো গ্রহ দেখিবলৈ ৰঙা?

উত্তৰ:- মংগল


৪. তলত দিয়া পৃথিবীৰ মানচিত্ৰখনৰ লগতে অন্য মানচিত্র চাই নিম্নোক্ত প্রশ্নকেইটাৰ উত্তৰ দিয়া-

Class 6 social Science chapter 1 Q 4

ক) কোন কোন মহাদেশৰ মাজেৰে বিষুৱৰেখা পাৰ হৈ গৈছে?

উত্তৰ:- দক্ষিণ আমেৰিকা,আফ্ৰিকা, এছিয়া

(খ) ভাৰত কিমান ডিগ্রী অক্ষাংশ আৰু দ্রাঘিমাংশৰ মাজত অৱস্থিত?

উত্তৰ:- ৮ ৪/ উত্তৰ পৰা ৩৭ ৬/ উত্তৰ

(গ) মুখ্য দ্রাঘিমাৰেখা পাৰ হৈ যোৱা দেশ এখনৰ নাম লিখা।

উত্তৰ:- ইংলেণ্ড


৫. তলৰ তালিকাখনলৈ মন কৰা। ইয়াত চাৰিটা স্থানৰ অক্ষাংশ আৰু দ্রাঘিমাংশৰ মান দিয়া আছে। স্থানসমূহৰ অক্ষাংশ, দ্রাঘিমাংশ আৰু দিশলৈ লক্ষ্য কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

স্থান  অক্ষাংশ  দ্রাঘিমাংশ  
৬৫° উত্তৰ  ১০০° পশ্চিম  
১৫° উত্তৰ  ১৩০° পশ্চিম  
৬০° দক্ষিণ  ৩০° পূব  
২০° দক্ষিণ  ৯০°পূব

১. কোনটো স্থান মুখ্য দ্রাঘিমাৰেখাৰ আটাইতকৈ ওচৰত অৱস্থিত?

উত্তৰ:- গ

২. কোনটো স্থান বিষুবৰেখাৰ আটাইতকৈ ওচৰত আছে?

উত্তৰ:- খ

৩. সুমেৰুৰ ওচৰত অৱস্থিত স্থান কোনটো?

উত্তৰ:- ক

৪. কুমেৰুৰ ওচৰত অৱস্থিত স্থান কোনটো?

উত্তৰ:- গ

৫. মকৰ ক্ৰান্তিৰ ওচৰত থকা স্থান কোনটো?

উত্তৰ:- ঘ


৬. তলৰ খালী ঠাইত গোলক এটা আঁকি নিম্নোক্ত স্থান আৰু ৰেখাসমূহ চিহ্নিত কৰা-

(ক) মেৰুদণ্ড

(খ) উত্তৰ- মেৰু

(গ) দক্ষিণ মেৰু

(ঘ) বিষুৱৰেখা

(ঙ) মুখ্য দ্রাঘিমাৰেখা

Class 6 social science chapter 1 Q 6

Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় সমাজ বিজ্ঞানৰ কৰ্মপুথি assamese medium question answer|| Class 6|| আমাৰ পৃথিৱী || Class 6 social science chapter 1 Assamese Medium

For More details check our Youtube Channel ExamPedia Assam

Class 6 Social Science All ChapterClick Here

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment