Assam Board Exam

Class 6 Social Science Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ

Class 6 social science Chapter 23 in assamese medium question answer|| Class 6|| কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ || Class 6 social science chapter 23 Assamese Medium||

Class 6 Social Science Chapter 23

class 6 social science assamese medium question answer|| Class 6|| কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ || Class 6 social science chapter 23 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam|

অৰ্থনীতি আৰু ৰাজনীতি খণ্ড

কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ

অনুশীলনী

১। উত্তৰ লিখা

() কেন্দ্ৰীয় চৰকাৰৰ অংগ কেইটা আৰু কি কি?

উত্তৰ:- কেন্দ্ৰীয় চৰকাৰৰ অংগ তিনিটা হ’ল – বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা ।

() লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম কি ?

উত্তৰ :- লোকসভাক নিম্নসদন আৰু ৰাজ্যসভাক উচ্চসদন বুলি কোৱা হয়।

(গ) লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান?

উত্তৰ:- লোকসভাৰ সদস্যৰ সংখ্যা ৫৪৫ আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা ২৫০ জন ।

() প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক কোনে নিয়োগ কৰে?

উত্তৰ:- প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে ।

() কেন্দ্ৰীয় মন্ত্ৰীসকলক দপ্তৰসমূহ কোনে বিতৰণ কৰে?

উত্তৰ:- কেন্দ্ৰীয় মন্ত্ৰীসকলক দপ্তৰসমূহ প্ৰধানমন্ত্ৰীয়ে বিতৰণ কৰে ।

(চ) ন্যায়পালিকাৰ কাম কি?

উত্তৰ:- ন্যায়পালিকৰ কাম হ’ল ন্যায় আৰু অন্যায় বিচাৰ কৰা ।

() ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি?

উত্তৰ:- ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ তিনিটা । যেনে – বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা।

() বিধানসভালৈ নিৰ্বাচিত সদস্যজনক কি বুলি কোৱা হয়?

উত্তৰ:- বিধানসভালৈ নিৰ্বাচিত সদস্যজনক বিধায়ক বুলি কোৱা হয় ।

() ৰাজ্যৰ মূৰব্বীজন কোন?

উত্তৰ:- ৰাজ্যৰ মূৰব্বীজন হ’ল – ৰাজ্যপাল ।

() মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে

উত্তৰ:- মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক ৰাজ্যপালে নিযুক্তি দিয়ে ।

() অসমৰ উচ্চ ন্যায়লয় অৱস্থিত?

উত্তৰ:- অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত।

২। খালী ঠাই পূৰ কৰা

() বিধান মণ্ডলে ………………………. প্ৰস্তুত কৰে।

উত্তৰ:- আইন।

() কাৰ্যপালিকাই আইনসমূহ …………………… কৰে।

উত্তৰ:- কাৰ্যকৰী।

() ন্যায়পালিকাই ………………………. বিচাৰ কৰে।

উত্তৰ:- ন্যায়

() বিধানসভাৰ কাৰ্যকাল …………………….. বছৰ।

উত্তৰ:- ৫ 

() ৰাজ্যপালই ৰাজ্যৰ………………………….

উত্তৰ:- মুৰব্বী।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা

() অসমৰ বিধানসভাৰ সমষ্টি                  ১১৬/১২৬/১৩৬ টা

উত্তৰ:- ১২৬ টা।

() বৰ্তমান ভাৰতত ৰাজ্য                          ২৫/২৩/২৯ খন আছে

উত্তৰ :- ২৯ খন।

() লোকসভাৰ কাৰ্যকাল                           ৪/৫/৬ বছৰ

উত্তৰ:- ৫ বছৰ।

() উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ থাকে           ১/২/৬ জন

উত্তৰ:- ১ জন।

() ৰাজ্যসভাৰ সদস্য সংখ্যা                      ৫৪৫/২৫০/১২৬ জন

উত্তৰ:- ২৫০ জন।


Class 6 Social Science Chapter 23 Question Answer

Class 6 Social Science Chapter 23 Asaamese Medium

For More details check our Youtube Channel Assam Board Exam


Class 6 Social Science Content

Sl. No.Contents
Chapter 1সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3পৃথিৱীৰ গতি
Chapter 4পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ
Chapter 6পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ
Chapter 7অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি 
Chapter 8আমাৰ ভাৰত
Chapter 9কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10আদি প্ৰস্তৰ যুগ
Chapter 11আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12প্ৰাচীন নগৰীয়া সভ্যতা 
Chapter 13বৈদিক সভ্যতা 
Chapter 14মহাজনপদ
Chapter 15নতুন ভাবৰ উত্থান 
Chapter 16মৌৰ্য সাম্ৰাজ্য
Chapter 17আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ
Chapter 23কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment