Assam Board Exam

Class 6 Social Science Chapter 3 | ভূ-অৱয়ব আৰু মানুহ’ – সমাজ বিজ্ঞানৰ কৰ্মপুথি

Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় সমাজ বিজ্ঞানৰ কৰ্মপুথি Assamese medium question answer|| Class 6|| ভূ-অৱয়ব আৰু মানুহ’ || Class 6 social science chapter 3 Assamese Medium

Class 6 social science assamese medium question answer|| Class 6| ভূ-অৱয়ব আৰু মানুহ’ || Class 6 social science chapter 3 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam

১. তোমালোকে বাস কৰা অঞ্চলটো নিৰীক্ষণ কৰি নিম্নলিখিত প্রশ্নকেইটাৰ শুদ্ধ উত্তৰটো লিখা।

(ক) তোমালোকৰ অঞ্চলটোৰ ভূ-প্রকৃতি কেনেকুৱা?

  • সমতল
  • ঢৌৰ নিচিনা
  • ওখ-চাপৰ

উত্তৰ:- সমতল।

(খ) তোমালোকৰ ঘৰৰ ওচৰত থকা পথাৰৰ মাটিৰ ঢাল কেনেকুৱা?

  • ঢাল নায়েই
  • অলপ এঢলীয়া
  • থিয়

উত্তৰ:- ঢাল নায়েই।

(গ) তোমালোকৰ ওচৰে-পাজৰে পাহাৰ বা পর্বত আছেনে?

  • আছে
  • নাই

উত্তৰ:- আছে

(ঘ) তোমালোকৰ ওচৰে-পাজৰে নদী আছেনে?

  • আছে
  • নাই

উত্তৰ:- আছে

(ঙ) তোমালোকৰ অঞ্চলটোত ডাঙৰ অৰণ্য বা হাবি আছে নেকি?

  • আছে
  • নাই

উত্তৰ:- আছে

(চ) তোমালোকৰ অঞ্চলটোক কেনেকুৱা যেন লাগে?

  • পাহাৰীয়া অঞ্চল
  • মালভূমি অঞ্চল
  • সমভূমি

উত্তৰ:- সমভূমি


২. ‘ভূ-অৱয়ব আৰু মানুহ’ পাঠটোৰ পৰা পোৱা তথ্য আৰু ধাৰণাৰ ভিত্তিত তলৰ তালিকাখনৰ শুদ্ধ উত্তৰবোৰৰ কাষৰ ” চিনটো পুৰ কৰা-

মানুহৰ কাৰ্যকলাপ পার্বত্য অঞ্চলমালভূমি অঞ্চলসমভূমি
জীৱিকা কৃষি
পশুপালন
উদ্যোগ
ব্যৱসায় 
পর্যটন
কৃষি 
পশুপালন
উদ্যোগ
ব্যৱসায় 
পর্যটন
খনিজ উত্তোলন
কৃষি
পশুপালন
উদ্যোগ
ব্যৱসায় 
পর্যটন
যাতায়াত আৰু যোগাযোগ ব্যৱস্থাঅতি উন্নত
উন্নত
অনুন্নত
অতি উন্নত
উন্নত
অনুন্নত
অতি উন্নত
উন্নত
অনুন্নত
জনবসতিৰ ঘনত্বঘন
পাতল
মধ্যমীয়া
ঘন
পাতল
মধ্যমীয়া
ঘন
পাতল
মধ্যমীয়া
মানুহৰ জীৱনযাত্রাকষ্টকৰ 
সহজ
কষ্টকৰ 
সহজ
কষ্টকৰ 
সহজ

৩. পাঠটোত দিয়া তথ্যৰ ভিত্তিত তালিকাখন পূৰ কৰা।

প্রকাৰ  পৰ্বতমালভূমিসমভূমি
উচ্চতা  500 মিটাৰ ৰ পৰা কেইবা হাজাৰ মিটাৰ  300 মিটাৰৰ পৰা 1500 মিটাৰৰ ভিতৰত  200 মিটাৰ  
বৈশিষ্ট্য  অতি ওখ  বহল আৰু অসমান উচ্চ ভূমি  চাপৰ  
সর্বোচ্চ/সর্ববৃহৎ  হিমালয়  তিব্বত মালভূমি  ছাইবেৰিয়ান  
নাম/উদাহৰণ  হিমালয়  তিব্বত মালভূমি  গঙ্গা ব্ৰহ্মপুত্ৰ সমভূমি  

৪. ‘ভূ-অৱয়ব আৰু মানুহ’ পাঠটোৰ ওপৰত ভিত্তি কৰি তলৰ শব্দ-শৃংখলটো প্রস্তুত কৰা হৈছে। থিয়কৈ আক পথালিকৈ দিয়া আভাসৰ মতে শব্দ-শৃংখলটো পূৰ কৰা।

পথালিকৈ

(ক) এখন মহাদেশৰ নাম (৪)

(গ) পৃথিৱীৰ আটাইতকৈ গভীৰ হ্রদ (৩)

(ঙ) ব্রহ্মপুত্ৰৰ এখন উপনৈ (৩)

(চ) এখন মহাসাগৰৰ নাম (৪)

থিয়কৈ

(খ) দুলানি উচ্চভূমিৰ মাজত নদী বা হিমবাহে সৃষ্টি কৰা দীঘলীয়া নিম্নভূমি (৪)

(ঘ) ভাৰতৰ এটা উল্লেখযোগ্য হ্রদ (৪)

Class 6 Social Science Chapter 3 Q 4

৫. তলত পৃথিৱীৰ পাঁচখন মহাসাগৰৰ নাম দিয়া আছে। আকাৰ অনুযায়ী মহাসাগৰসমূহক ভাঙৰৰ পৰা সৰুলৈকে সজাই তলৰ খালী বাকচবোৰত লিখা।

ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ, আটলান্টিক মহাসাগৰ, দক্ষিণ মহাসাগৰ, প্রশান্ত মহাসাগৰ

উত্তৰ:- প্রশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ,দক্ষিণ মহাসাগৰ, উত্তৰ মহাসাগৰ।

.


৬। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’                                 ‘খ’ অংশ

 কাস্পিয়ান সাগৰ            পৰিভ্ৰমী চৰাইৰ আৱাসস্থল

আর্দ্রভূমি                        পর্যটন স্থল

ডেৰাডুন                         বৃহত্তম হ্রদ

তিব্বত                            জলপ্রপাত

হুন্দ্ৰু                                 উচ্চতম মালভূমি

উত্তৰ:-

‘ক’                                  ‘খ’ অংশ

 কাস্পিয়ান সাগৰ              বৃহত্তম হ্রদ

আর্দ্রভূমি                          পৰিভ্ৰমী চৰাইৰ আৱাসস্থল

ডেৰাডুন                           পর্যটন স্থল

তিব্বত                              উচ্চতম মালভূমি

হুন্দ্ৰু                                  জলপ্রপাত


৭. তলৰ অৱয়বসমূহ চিনাক্ত কৰি নামবোৰ তলৰ খালী বাকচবোৰত লিখা।

Class 6 Social Science Chapter 3 Q 7

উত্তৰ:-

পৰ্বতমৰুভূমিজলপ্ৰপাতউপত্যকা

🔗 Related Chapters

| Chapter 1: আমাৰ পৃথিৱী | Chapter 2: সময় মণ্ডল আৰু মানচিত্ৰ | Chapter 4: দেশ-মহাদেশৰ কথা: জাপান |


📚 Other Class 6 Subjects

| Class 6 Assamese | Class 6 Mathematics | Class 6 Science | Class 6 Social Science |


📲 Stay Updated

Follow us to get updates on new chapters and downloadable content:


Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় সমাজ বিজ্ঞানৰ কৰ্মপুথি assamese medium question answer|| Class 6|| ভূ-অৱয়ব আৰু মানুহ’ || Class 6 social science chapter 3 Assamese Medium

For More details check our Youtube Channel ExamPedia Assam

Class 6 Social Science All ChapterClick Here

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment