📚 Chapter Overview:
Welcome to the question-answer section of Chapter 4 – দেশ-মহাদেশৰ কথা: জাপান from the Class 6 Social Science (সমাজ বিজ্ঞানৰ কৰ্মপুথি) textbook under the SCERT Assam syllabus. This chapter introduces students to the fascinating geography, culture, and society of Japan.
We’ve compiled all the important short and long answer-type questions in Assamese to help Class 6 students easily prepare for school exams and beyond.
দেশ-মহাদেশৰ কথা জাপান
Class 6 social science assamese medium question answer|| Class 6| দেশ-মহাদেশৰ কথা জাপান‘ || Class 6 social science chapter 4 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam
অনুশীলনী – ১
১. মাটিকালিৰ ভিত্তিত সৰুৰ পৰা ডাঙৰলৈ একাদিক্রমে মহাদেশবোৰৰ নাম লিখোঁ আহা-
উত্তৰ :- এছিয়া ,ইউৰোপ , আফ্ৰিকা , উত্তৰ আমেৰিকা , দক্ষিণ আমেৰিকা , ওচেনিয়া, এন্টাকর্টিকা বা কুমেৰু।
২. তলত দিয়া মানচিত্রখনত মহাদেশসমূহ চিনাক্ত কৰি নামবোৰ লিখা-

উত্তৰ :-

৩. তলৰ বিন্দুসমূহ সংযোগ কৰি জাপানৰ মানচিত্রখন সম্পূর্ণ কৰা-

উত্তৰ :-

৪. জাপান সম্পর্কে তলত দিয়া শুদ্ধ উক্তিবোৰৰ কাষৰ ‘O’ চিনটো পূৰ কৰা-
(ক) জাপান এখন কৃষি প্রধান দেশ।
(খ) জাপান সম্পূর্ণভাৱে দ্বীপ দেশ।
(গ) জাপানত বৰষুণ একেবাৰে নহয়।
(ঘ) জাপানত অৰণ্য দেখা নাযায়।
(ঙ) জাপান ভূমিকম্পপ্রৱণ দেশ।
উত্তৰ:- (খ) জাপান সম্পূর্ণভাৱে দ্বীপ দেশ।
(ঙ) জাপান ভূমিকম্পপ্রৱণ দেশ।
৫. তলত দিয়া খালী ঠাইত জাপানৰ প্রধান বৈশিষ্ট্যবোৰ লিখা।
উত্তৰ :- ১. ই এখন সম্পূর্ণভাৱে দ্বীপ-দেশ । প্রায় ১৪,০০০ দ্বীপৰ সমষ্টি জাপান। ইয়াৰে প্রায় ২৫০ টা দ্বীপত জনবসতি আছে।
২. বহুতো দ্বীপৰ সমষ্টি হোৱাৰ কাৰণে দেশখনৰ উপকূলৰ দৈৰ্ঘ্য প্রায় ২৯,৭৫১ কিলোমিটাৰ। কেউদিশে সাগৰ-মহাসাগৰ থকাৰ কাৰণে জাপান সামুদ্রিক সম্পদত চহকী।
৩. জাপান এখন পর্বত-পাহাবে আগুৰা দেশ। দেশখনত সমতলৰ পৰিমাণ মুঠ মাটিকালিৰ মাত্র ১৫ শতাংশ। সেয়েহে কৃষিভূমি তেনেই কম।
৪. দেশখনৰ মুঠ মাটিকালিৰ প্রায় ৬৫ শতাংশ অৰণ্যই আৱৰি আছে।
৫. জাপান এখন ভূমিকম্প-প্রৱণ দেশ। দেশখনত ১০০ ৰো অধিক জাগ্রত আগ্নেয়গিৰি আছে। মাজে সময়ে ছুনামি অর্থাৎ অতি উচ্চ সাগৰৰ টৌ আৰু প্রৱল ঘূর্ণীবতাহেও দেশখনক আক্রান্ত কৰে।
🎯 Why Use Our Notes?
✅ SCERT Based Content
✅ Written in Simple Assamese
✅ Exam-Oriented Approach
✅ Free and Easy to Access
🔗 Related Study Materials:
- Class 6 Social Science Full Notes – Assamese Medium
- Class 6 Science Notes – Assamese Medium
- Class 6 Assamese Book Question Answer
Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় সমাজ বিজ্ঞানৰ কৰ্মপুথি assamese medium question answer|| Class 6|| দেশ-মহাদেশৰ কথা জাপান‘ || Class 6 social science chapter 4 Assamese Medium
For More details check our Youtube Channel ExamPedia Assam
Class 6 Social Science All Chapter – Click Here