সমমিতি | Lesson 14 | Exercise 14.1 | Class 7 Maths Solution Assam | Class 7 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 7 | সপ্তম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution
অনুশীলনী 14.1
পাঠ 14
সমমিতি
অনুশীলনী 14.1
1. উদ্ভিদজগতত দেখিবলৈ পোৱা সমমিতিৰ পাঁচটা উদাহৰণ দিয়া।
সমাধান: জৱা ফুল, শেৱালী ফুলৰ পাত, আঁহত গছৰ পাত, অমিতা, কাঞ্চন গছৰ পাত।
2. তোমাৰ ঘৰত থকা সামগ্ৰীসমূহৰ পাঁচবিধৰ নাম উল্লেখ কৰা য‘ত সমমিতি দেখা যায়।
সমাধান: কাঁহী, বাতি, গিলাচ, প্লেট, খাৰু।
3. এটা সামন্তৰিকৰ সমমিতি ৰেখা আঁকি দেখুওৱা।
4. এটা জ্যামিতিক আকৃতিৰ উদাহৰণ দিয়া যাৰ কোনো সমমিতি ৰেখা নাই।
5. এটা সুষম ষড়ভুজৰ সমমিতি ৰেখাৰ সংখ্যা কিমান? ষড়ভুজ আঁকি সমমিতিৰ ৰেখা কেইটামান দেখুওৱা।
6. বৃত্ত এটাৰ সমমিতি ৰেখাৰ সংখ্যা কিমান?
সমাধান: অসংখ্য
সমাধান: দুডাল
8. তলত দিয়া চিত্ৰসমূহৰ পৰা সমমিত আৰু অসমমিত চিত্ৰবোৰ বাছি উলিওৱা-
সমাধান:
সমমিত চিত্ৰবোৰ: (ii), (iii), (iv), (v), (vii), (viii)
অসমমিত চিত্ৰবোৰ: (i), (vi), (ix)
Class 7 Mathematics Complete Solution- Click Here
সমমিতি | Lesson 14 | Exercise 14.1 | Class 7 Maths Solution Assam | Class 7 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 7 | সপ্তম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 7 Mathematics Exercise 14.1 Assamese Medium
For More details check our Youtube Channel Assam Board Exam
Jodhnbt