Assam Board Exam

পৰিমেয় সংখ্য়া | Lesson 9 | Exercise 9.1 | Class 7 Maths Solution Assam

পৰিমেয় সংখ্য়া | Lesson 9 | Exercise 9.1 | Class 7 Maths Solution Assam | Class 7 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 7 | সপ্তম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

পাঠ 9

পৰিমেয় সংখ্য়া

অনুশীলনী 9.1

1. তলত দিয়া বাক্য়বিলাকৰ কোনকেইটা শুদ্ধ বাছনি কৰা

(i) সকলো স্বাভাৱিক সংখ্য়াই অখণ্ড সংখ্য়া।

উত্তৰঃ শুদ্ধ।

(ii) এটা অখণ্ড সংখ্য়া স্বাভাৱিক সংখ্য়া নহ’বও পাৰে।

উত্তৰঃ শুদ্ধ।

(iii) এটা সংখ্য়া যদি পৰিমেয় হয়, তেন্তে সেই সংখ্য়াটো অখণ্ড সংখ্য়া হ’বই।

উত্তৰঃ অশুদ্ধ।

(iv) দুটা অখণ্ড সংখ্য়াৰ মাজত অসংখ্য় পৰিমেয় সংখ্য়া থাকে।

উত্তৰঃ শুদ্ধ।

(v) সকলো ভগ্নাংশই অখণ্ড সংখ্য়া।

উত্তৰঃ অশুদ্ধ।

(vi) সকলো ভগ্নাংশই পৰিমেয় সংখ্য়া।

উত্তৰঃ শুদ্ধ।

(vii) 0 সংখ্য়াটো পৰিমেয় সংখ্য়া।

উত্তৰঃ শুদ্ধ।

(viii) প্ৰত্য়েকটো অখণ্ড সংখ্য়াই পৰিমেয় সংখ্য়া।

উত্তৰঃ শুদ্ধ।

2. তলৰ প্ৰতিটোৰ বাবে 3 টাকৈ সমতুল্য় পৰিমেয় সংখ্য়া লিখা (মনত ৰাখিবা যে তলৰ প্ৰতিটো পৰিমেয় সংখ্য়াৰ সমতুল্য় অসংখ্য় পৰিমেয় সংখ্য়া আছে।)

Exercise 9.1 Question No 2
Exercise 9.1 Question No 2 (ii)

3. তলৰ যোৰকেইটা সমতুল্য হয়নে?

Exercise 9.1 Question No 3

4. সমতুল্য হ’বলৈ x আৰু y ৰ ঠাইত কি বহুৱাব লাগিব?

Exercise 9.1 Question No 4

5. আদৰ্শ ঠাঁচ (বা প্ৰামাণিক আৰ্হিত) প্ৰকাশ কৰা

Exercise 9.1 Question No 5

6. প্ৰতিযোৰৰ কোনটো পৰিমেয় সংখ্য়া সৰু নিৰ্ণয় কৰা।

Exercise 9.1 Question No 6
Exercise 9.1 Question No 6

7. তলৰ পৰিমেয় সংখ্য়াবিলাকৰ মাজত থকা 5 টা পৰিমেয় সংখ্য়া লিখা। ( মনত ৰাখিবা তলৰ প্ৰতিযোৰ পৰিমেয় সংখ্য়াৰ মাজত বহুতবোৰ পৰিমেয় সংখ্য়া আছে।)

Exercise 9.1 Question No 7
Exercise 9.1 Question No 7

8. সংখ্য়াৰেখাত তলত দিয়া পৰিমেয় সংখ্য়াকেইটা বহুওৱা

Exercise 9.1 Question No 8
Exercise 9.1 Question No 8
Exercise 9.1 Question No 8
Exercise 9.1 Question No 9
Exercise 9.1 Question No 10

Class 7 Mathematics Complete Solution- Click Here


পৰিমেয় সংখ্য়া | Lesson 9 | Exercise 9.1 | Class 7 Maths Solution Assam | Class 7 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 7 | সপ্তম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 7 Mathematics Exercise 9.1 Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment