Assam Board Exam

Class 7 Social Science Chapter 14 | মধ্য যুগত ভাৰতবর্ষ

Class 7 Social Science Chapter 14 | মধ্য যুগত ভাৰতবর্ষ – সমাধান in Assamese Medium | All Question Answer

Class 7 Social Science Chapter 14 মধ্য যুগত ভাৰতবর্ষ – Complete Question Answer in Assamese Medium


মধ্য যুগত ভাৰতবর্ষ

অনুশীলনী

১। উত্তৰ দিয়া:

(ক) সমল বুলিলে কি বুজা?

উত্তৰঃ য’ৰপৰা আমি সঠিক শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্য আহৰণ কৰিব পাৰোঁ তাকেই সমল বুলি কোৱা হয়।

(খ) লিখিত সমল মানে কি?

উত্তৰঃ অধ্যয়ন কৰিব লগা সময়খিনিত ৰচিত গ্রন্থ, লিপিবদ্ধ ৰাজকীয় তথ্য, আন নথিভূক্ত তথ্য আদিক লিখিত সমল বোলা হয়।

(গ) তুর্কী-আফগানসকল ক’ৰপৰা ভাৰতলৈ আহিছিল?

উত্তৰঃ তুর্কী-আফগানসকল মধ্য এছিয়াৰ পৰা ভাৰতলৈ আহিছিল।

ঘ) UNESCO ৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা লিখা।

উত্তৰঃ UNESCO ৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা হ’ল- ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা।

ঙ) ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কোনে বিশেষ ভূমিকা পালন কৰি আহিছে?

উত্তৰঃ ভাৰত চৰকাৰৰ অধীনত থকা ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগ তথা চৰকাৰী যাদুঘৰসমূহে এনে ৰক্ষণাবেক্ষণত বিশেষ ভূমিকা পালন কৰে।


২। খালী ঠাই পূৰ কৰা–

(ক) আবুল ফজলে ______________ ৰচনা কৰিছিল।

উত্তৰঃ আবুল ফজলে আইন ই আকবৰী ৰচনা কৰিছিল।

(খ) ইবন বটুটা _________________ দেশৰ পৰিৱাজক আছিল।

উত্তৰঃ ইবন বটুটা মৰক্কো দেশৰ পৰিৱাজক আছিল।

(গ) প্রাচীন বিজয়নগৰৰ স্মৃতিচিহ্ন বৰ্তমান _________________ চহৰত আছে।

উত্তৰঃ প্রাচীন বিজয়নগৰৰ স্মৃতিচিহ্ন বৰ্তমান হাম্পী চহৰত আছে।

(ঘ) ৰংঘৰ _________________ জিলাত আছে।

উত্তৰঃ ৰংঘৰ শিৱসাগৰ জিলাত আছে।

(ঙ) ৰূপী নামৰ মুদ্ৰা চুলতান __________________ প্রচলন কৰিছিল।

উত্তৰঃ ৰূপী নামৰ মুদ্ৰা চুলতান ছেৰছাহে প্রচলন কৰিছিল।


৩। শুদ্ধনে অশুদ্ধ বিচাৰ কৰা–

(ক) জয়পুৰৰ দুৰ্গসমূহে ৰাজপুত ৰজাসকলৰ শৌর্য প্রকাশ নকৰে।

উত্তৰঃ অশুদ্ধ।

(খ) গুলবদন বেগমে হুমায়ুন নামা গ্ৰন্থৰ ৰচনা কৰিছিল।

উত্তৰঃ শুদ্ধ।

(গ) কানাই বৰশী শিলালিপি মিজোৰামত আছে।

উত্তৰঃ অশুদ্ধ।

(ঘ) মুদ্রা হ’ল এক প্রত্নতাত্বিক সমল।

উত্তৰঃ অশুদ্ধ।

(ঙ) ৰাইগড় দূৰ্গ মাৰাথাসকলৰ ঐতিহাসিক স্মৃতিচিহ্ন।

উত্তৰঃ অশুদ্ধ।


৪। পাঠৰ আলমত তলৰ তালিকাখন পূৰ কৰা–

উত্তৰঃ

তিনিজন বিদেশী পৰিব্ৰাজকৰ নামমধ্যযুগত নিৰ্মিত তিনিটা স্মৃতিচিহ্নতিনিজন দেশীয় লেখকৰ
 নাম
মৰক্কোৰ ইবন বটুটাস্মৃতিসৌধ        বাৰানী
উজবেকিস্তানৰ আলবেৰুনী     দিল্লীৰ কুটুবক্ষেত্ৰআবুল ফজল
ইউৰোপৰ মাৰ্ক পল’লোডী গাৰ্ডেনজাহাংগীৰ

৬। মধ্যযুগত নির্মিত পাচঁটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ মধ্যযুগত নির্মিত পাচঁটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম হ’ল–

১। আগ্ৰাৰ তাজমহল।

২। দিল্লীৰ লালকিল্লা।

৩। জামা মছজিদ।

৪। হুমায়ুনৰ সমাধি। আৰু

৫। ফাতেহপুৰ চিক্রি।

Social Science All Question Answer- Click Here


Class 7 Social Science Chapter 14 মধ্য যুগত ভাৰতবর্ষ– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment