অখণ্ড সংখ্যা ( Structure of Number) | Chapter 1 | Exercise 1.1 | Class 7 Maths Solution Assam | Class 7 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 7 | সপ্তম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution
অনুশীলনী 1.1
পাঠ 1
অখণ্ড সংখ্যা
অনুশীলনী 1.1
1) 5 আৰু (-13) ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে?
উত্তৰ 17 টা।
2) 13 আৰু (-13) ৰ মাজৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা দুটা লিখা।
উত্তৰ আটাইতকৈ সৰু অখণ্ড সংখ্যা = -12
আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা = 12
3) তলত দিয়া অখণ্ড সংখ্যাবোৰ সংখ্যাৰেখাত বহুওৱা-
-6, 4 ,-10, 5,-1
উত্তৰ
4) -15 তকৈ ডাঙৰ 5 টা ঋণাত্মক অখণ্ড সংখ্যা লিখা।
উত্তৰ -13, -9, -7, -5 , -2
5) সত্য নে অসত্য কোৱা
(i) ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়।
উত্তৰ সত্য
(ii) আটাইবোৰ অখণ্ড সংখ্যাই পূর্ণ সংখ্যা।
উত্তৰ অসত্য
(iii) সংখ্যাৰেখাডাল ‘0’ (শূন্য) ৰ দুয়োফালে অসীমলৈ বিস্তাৰিত।
উত্তৰ সত্য
(iv) ‘0’ আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰেৰে পূৰ্ণর্ণ সংখ্যাৰ থুপটো গঠিত।
উত্তৰ অসত্য
(v) যদি a + b = 0 তেন্তে ইহঁতৰ এটা আনটোৰ যোগাত্মক বিপৰীত।
উত্তৰ সত্য
6) এযোৰ অখণ্ড সংখ্যা লিখা যাৰ-
(i) যোগফল – 3
উত্তৰ (6, -9)
(ii) বিয়োগফল – 5
উত্তৰ (-10, -5)
(iii) যোগফল 0
উত্তৰ (5, -5)
(iv) বিয়োগফল 2
উত্তৰ (7, 5)
7) এযোৰ ঋণাত্মক অখণ্ড সংখ্যা লিখা যাৰ বিয়োগফল 6।
উত্তৰ ( -10 , -16)
৪) অখণ্ড সংখ্যা ৫ আৰু ৮ নির্ণয় কৰা যাতে
(i) a + b ধনাত্মক
উত্তৰ a= 5, b=2
(ii) a≠b
উত্তৰ a = 5, b= -5
(iii) a – b = 0
উত্তৰ a=6, b= 6
9) বাকচৰ ভিতৰৰ খালী ঠাই পূৰ কৰা –
উত্তৰ

10) এজন মানুহে A স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ’ল। কিন্তু আন এজন মানুহে A স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমে গ’ল। তেতিয়া তেওঁলোকৰ দূৰত্বৰ অন্তৰ কি হ’ব?
উত্তৰ তেওঁলোকৰ দূৰত্বৰ অন্তৰ হ’ব
= 14-(-6)= 14+6=20 কি. মি
11) এজন মানুহৰ হাতত 35 টকা জমা আছে কিন্তু আন এজনৰ 40 টকা ধাৰ আছে। প্রথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী?
উত্তৰ প্রথমজন মানুহ দ্বিতীয়জন মানুহজনতকৈ 35-( -40) = 35+40=75 টকা চহকী।
12) কোনো এটা মঙলবাবে পুৱা 5 বজাত গুৱাহাটীত তাপমাত্রা আছিল 25°C | কিন্তু বিয়লি 2 বজাত তাপমাত্রা ৪°C বাঢ়িল আৰু ৰাতি 10 বজাত 3°C কমি তাপমাত্রা কমিল। বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্রা পুনৰ 5°C বাঢ়িলে। এই সময়ত তাপমাত্রা কিমান হ’ল?
উত্তৰ বুধবাৰে তাপমাত্রা হ’ব
= ( 25+8-3+5)° c
=35° c
13) অনুৰাধাই বেংকত 3,200 টকা জমা থলে আৰু পিছদিনা তাৰে 2,540 টকা উলিয়াই আনিলে। টকাখিনি উলিয়াই অনাৰ পিছত বেংকত অনুৰাধাৰ কিমান টকা জমা থাকিব?
উত্তৰ বেংকত মুঠ টকা জমা থাকিল = (3200 – 2540)
=660 টকা
14) দুটা সংখ্যাৰ যোগফল-5। যদি এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান হ’ব?
উত্তৰ আনটো সংখ্যা হ’ব = (-5) -18= -23
15) -23 ৰ লগত কি যোগ কৰিলে যোগফল 0 হ’ব?
উত্তৰ 23
16) দুটা অখণ্ড সংখ্যাৰ যোগফল -48 তাৰে এটা-20 হ’লে আনটো কিমান হ’ব?
উত্তৰ আনটো সংখ্যা হব = -48 -(-20)= -28
17) সংখ্যাৰেখা ব্যৱহাৰ কৰি মান নির্ণয় কৰাঃ
i) (+5) – (+3)

(ii) (+6) + (- 5)

(iii) (- 6) – (+5)

(iv) (- 8) + (- 3)

18. তলৰ উক্তিসমূহৰ শুদ্ধ অশুদ্ধ বিচাৰ কৰাঃ
(i) (- 6) + 23 + (- 2) = (- 2) + (- 6) + 23
উত্তৰ শুদ্ধ
(ii) (16 – 15) + (- 7) = 16 – {15 + (- 7)}
উত্তৰ অশুদ্ধ
(iii) স্বাভাৱিক সংখ্যা সমূহ বিয়োগত আৱদ্ধ।
উত্তৰ অশুদ্ধ
(iv) 0 আৰু -670 ৰ ভিতৰত-670 সংখ্যাটো ডাঙৰ।
উত্তৰ অশুদ্ধ
(v) বিয়োগত ক্রম বিনিময় আৰু সহযোগ ধর্ম প্রযোজ্য নহয়।
উত্তৰ শুদ্ধ
Class 7 Mathematics Complete Solution- Click Here
অখণ্ড সংখ্যা ( Structure of Number) | Lesson 1 | Exercise 1.1 | Class 7 Maths Solution Assam | Class 7 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 7 | সপ্তম
শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 7 Mathematics Exercise 1.1 (Part -1) Assamese Medium
For More details check our Youtube Channel Assam Board Exam