Assam Board Exam

Pedagogy MCQs Part 1 for Assamese Medium Candidates

For Assam GT & PGT TET , Asaam TET

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Welcome to our dedicated section for Pedagogy MCQs specially designed for Assamese medium candidates preparing for Assam GT and PGT TET exams, Assam TET. These questions focus on child psychology, teaching-learning processes, assessment, classroom management, and more, tailored for the TET exams.

Key Features:

  • Pedagogy MCQs in Assamese Language
  • Covers all important pedagogical concepts relevant for GT & PGT TET.
  • Includes questions on Child Development & Pedagogy, Educational Psychology, and Learning Theories.
  • Mock tests and practice papers to track your preparation.
  • Detailed explanations of answers for better understanding.

Pedagogy MCQs:

1) মনোবিজ্ঞানক কিহৰ বিজ্ঞান বোলা হয়?

(a) মনৰ

(b) সচেতনতাৰ

(c) আচৰণৰ

(d) ব্যৱহাৰৰ

Ans. (c)

2) ‘Psychology’ শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে?

(a) গ্রীক

(b) আৰবী

(c) ফৰাচী

(d) ইংৰাজী

Ans. (a)

3) শিক্ষণৰ প্ৰধান নীতি কেইটা?

(a) 3 টা

(b) 7 টা

(c) 4 টা

(d) 6 টা

Ans. (a)

4) সমস্যাজনিত শিশুৰ মাজত কি লক্ষণ দেখা যায়-

(a) সমাধানহীন সমস্যা

(b) ৰক্ষণশীল অভিভাৱক

(c) নিম্ন ঘৰুৱা পৰিৱেশ

(d) আচৰণৰ সমস্যা

Ans. (d)

5) যদি চোকা বুদ্ধিৰ ছাত্র এজনে শ্রেণীত বিশৃংখলতাৰ সৃষ্টি কৰে, তেতিয়া আপুনি

(a) তেওঁৰ কামলৈ মন নিদিব

(b) তেওঁক শাস্তি দিব

(c) তেওঁৰ সমস্যাটো বুজিবলৈ চেষ্টা কৰিব

(d) প্রধান শিক্ষকৰ ওচৰত অভিযোগ কৰিব

Ans. (c)

6) অসাধাৰণ শিশু বুলি কোনবোৰ শিশুক বুজোৱা হয়

(i) অত্যাধিক প্রতিভাশালী শিশু

(ii) সৃজনীশীল শিশু

(iii) শিক্ষাগ্রহণত অনগ্ৰসৰ শিশু

(iv) শাৰীৰিকভাৱে প্রতিবন্ধী

(a) (i) আৰু (ii)

(b) (i)

(c) (iii) আৰু (iv)

(d) এটাও নহয়

Ans. (a)

7) ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ সৰ্বপ্ৰথম ক্ষেত্রখন হৈছে –

(a) ঘৰ বা পৰিয়াল

(b) বিদ্যালয়

(c) সমাজ

(d) সম্প্রদায়

Ans. (a)

8) মাক দেউতাকৰ অতিমাত্রা যত্ন, তৎপৰতা আৰু আবদাৰে শিশুৰ ব্যক্তিত্বৰ

(a) ক্ষতিসাধন কৰিব পাৰে

(b) শিশুক আত্মনিৰ্ভৰশীল কৰি তোলে

(c) সুস্থ ৰূপত গঢ় দিব পাৰে

(d) এটাও নহয়

Ans. (a)

9) এজন ব্যক্তিৰ শৰীৰৰ গঠন, আচৰণ, বিভিন্ন দিশত থকা প্ৰৱণতা, আগ্রহ, মনোভাব, বৌদ্ধিক সামর্থ আদি লক্ষণসমূহৰ একগোট হোৱা ধাৰণাটোৱেই হ’ল

(a) আৱেগ

(b) মনোযোগ

(c) মানসিক অৱস্থা

(d) ব্যক্তিত্ব

Ans. (d)

10) মানসিকভাবে বাধাগ্রস্ত শিশুক শিক্ষা দিয়াৰ ক্ষেত্রত

(a) শ্রেণীকোঠা সৰু হ’ব লাগে

(b) বিশেষভাৱে প্ৰস্তুত কৰা পাঠ্যক্ৰম হ’ব লাগে

(c) বিশেষ শিক্ষা কৌশল আয়ও কৰিব লাগে

(d) ওপৰৰ সকলো

Ans. (d)

11) এজন শিক্ষকৰ বাবে আৰ্হিস্বৰূপ কি?

(a) সাধাৰণ জীৱন-যাপন, উচ্চ চিন্তা-চর্চা

(b) অধিকৰ পৰা অধিক কাম কৰা

(c) অকলশৰীয়াকৈ জীয়াই থকা

(d) খাদ্য খোৱা আৰু আনন্দ কৰা

Ans: (a)

12) নিয়মানুবর্তিতাই শিক্ষাত কিদৰে সহায় কৰে-

(a) ইয়াৰ দ্বাৰা শ্ৰেণীটো সহজে নিয়ন্ত্রিত হয়

(b) ইয়াৰ ফলত ব্যৱহাৰ-পাতিৰ সাদৃশ্য দেখা যায়

(c) আভ্যন্তৰীণ মনৰ উন্নয়ন হয়

(d) নিয়ম অনুসৰণৰ জৰিয়তে সাংস্কৃতিক জীৱন আৰম্ভ হয়

Ans: c

13) শিক্ষকৰ প্ৰধান ভূমিকা কি?

(a) শ্ৰেণীৰ কাম-কাজ কৰা

(b) বিষয়ৰ শিক্ষাদান কৰা

(c) শিক্ষণ পদ্ধতি অব্যাহত ৰখা

(d) নিৰক্ষৰতা বিলোপ কৰা

Ans: (c)

14) এজন আকর্ষণীয় শিক্ষক সেইজন, যিজনে-

(a) তেওঁৰ বিষয় জানে

(b) শিক্ষণ আকর্ষণীয়কৈ দিব পাৰে

(c) ছাত্র-ছাত্রীক সর্বাধিক গুৰুত্ব দিয়ে

(d) শ্রেণীত নিয়মানুবর্তিতা বজাই বাখে

Ans: b

15) সৃষ্টিশীল শিক্ষক সেইজন, যিজনে-

(a) কাহিনী লিখে

(b) কবিতা লিখে

(c) পাঠ্যপুথিৰ বাবে প্রবন্ধ লিখে

(d) শিশুৰ সৃষ্টিশীলতাৰ উন্নয়ন ঘটায়

Ans: d

16) ছাত্র-ছাত্রীয়ে পঢ়াত মনোযোগ তেতিয়া দিয়ে, যেতিয়া-

(a) শিক্ষকে তেওঁলোকৰ লগত বন্ধুসুলভ ব্যৱহাৰ কৰে

(b) তেওঁলোকে বিচৰা মতে শিক্ষকে তেওঁলোকক আৱশ্যকীয় জ্ঞান দিয়ে

(c) ভিডিঅ’ প্ৰ’গ্ৰেমৰ সৈতে শিক্ষকে শিকায়

(d) শিক্ষকে তেওঁলোকক কয় যে শিকিবৰ বাবে এইটো আৱশ্যকীয়

Ans: d

17) স্কুলত নির্বাচন পতা উচিত-

(a) কাৰণ ভাৰতবৰ্ষ গণতান্ত্রিক দেশ

(b) নির্বাচনত শিক্ষকে মুখ্য ভূমিকা পালন কৰে

(c) তেওঁলোকে দায়িত্ব উপলব্ধি কৰিব

(d) ডাঙৰ শিশুবোৰে নিৰ্বাচনত অংশ ল’ব

Ans: c

18) স্কুলৰ পৰিৱেশ ভাল কৰিবলৈ আপুনি কি কৰিব?

(a) খেলপথাৰ আৰু স্কুলখন সজাই তুলিব

(b) নিয়মানুবর্তিতা বজাই ৰাখিবলৈ উদ্‌গনি জনাব

(c) অভিভাৱকসকলৰ সৈতে পৰামৰ্শ কৰিব

(d) সকলো শিক্ষকৰ সৈতে পৰামৰ্শ কৰিব

Ans: (b)

19) দুজন ছাত্ৰৰ মাজত কাজিয়া লাগিলে শিক্ষকৰ মূল ভূমিকা হ’ব

(a) তেওঁ নৈতিকতাৰ পাঠটো পঢ়াব

(b) তেওঁ ওচৰৰ আৰক্ষী থানাত জনাব

(c) তেওঁ কাজিয়াৰ কাৰণ জানিবলৈ চেষ্টা কৰিব আৰু ইয়াক সমাধান কৰিবলৈ চেষ্টা কৰিব

(d) দোষী ছাত্রক তেওঁ শাস্তি দিব

Ans: c

20) এজন আদর্শ শিক্ষক-

(a) ছাত্ৰৰ প্ৰতি মৰমিয়াল আৰু সহানুভূতিশীল

(b) শিক্ষকতা বৃত্তিৰ প্ৰতি একাগ্ৰতাৰ ভাব

(c) অনুশাসনৰ প্ৰতি নিষ্ঠাৰ মনোভাব

(d) ওপৰৰ আটাইকেইটা

Ans: d

More MCQs:

  • Assam General Knowledge MCQ
  • Indian History MCQ

Stay Updated
For the latest on Pedagogy and other study resources, keep visiting Assam Board Exam

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

1 thought on “Pedagogy MCQs Part 1 for Assamese Medium Candidates”

Leave a Comment