Assam Board Exam

Pedagogy MCQs Part 2 for Assamese Medium Candidates

For Assam GT & PGT TET , Asaam TET

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Welcome to our dedicated section for Pedagogy MCQs specially designed for Assamese medium candidates preparing for Assam GT and PGT TET exams, Assam TET. These questions focus on child psychology, teaching-learning processes, assessment, classroom management, and more, tailored for the TET exams.

Key Features:

  • Pedagogy MCQs in Assamese Language
  • Covers all important pedagogical concepts relevant for GT & PGT TET.
  • Includes questions on Child Development & Pedagogy, Educational Psychology, and Learning Theories.
  • Mock tests and practice papers to track your preparation.
  • Detailed explanations of answers for better understanding.

Pedagogy MCQs:

21) ভগ্ন গৃহ কি?

(a) পিতৃ-মাতৃৰ মাজত দ্বন্দ্ব আৰু অসুস্থ সম্বন্ধ

(b) পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা-প্রীতিৰ অভাৱ

(c) মাদকদ্রব্য সেৱন আৰু হাই-কাজিয়া

(d) ওপৰৰ আটাইকেইটা

Ans: d

22) এখন আদর্শ স্কুল হ’বলৈ-

(a) ছাত্র-ছাত্রীৰ বৌদ্ধিক বিকাশ কৰা

(b) খেলা-ধূলাৰ উপযুক্ত ব্যৱস্থা থকা

(c) শিক্ষক-অভিভাৱক সম্মিলনৰ ব্যৱস্থা থকা

(d) ওপৰৰ আটাইকেইটা

Ans: d

23) শিক্ষণ আৰু শিক্ষক-ছাত্ৰৰ যোগাযোগ কেতিয়া বিফল হয়-

(a) ছাত্র-ছাত্রী অমনোযোগী হ’লে

(b) শিক্ষকে বুজাবলৈ বিচৰা পাঠটোৰ গতানুগতিক বুজনি দিলে

(c) শ্রেণীকোঠাত অতি মাত্রা চিঞৰ-বাখৰ কৰিলে

(d) ওপৰৰ আটাইকেইটা

Ans: d

24) এজন শিক্ষকে ছাত্ৰৰ উত্তৰ বহী মূল্যয়ন কৰোঁতে তেওঁ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব-

(a) কৰ্তব্যৰ প্ৰতি নিষ্ঠা দেখুৱায়

(b) ছাত্ৰৰ প্ৰতি নিৰপেক্ষতা দেখুৱায়

(c) উত্তৰ বহীত মতামত ব্যক্ত কৰি

(d) ওপৰৰ এটাও নহয়

Ans: b

25) আপুনি শ্রেণীকোঠাত পাঠদান কৰিবলৈ আহি দেখা পালা সেই নির্দিষ্ট পিৰিয়ডটোত ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰাৰ প্ৰতি বিশেষ আগ্রহ দেখুওৱা নাই। তেতিয়া আপুনি কি কৰিব?

(a) ছাত্র-ছাত্রীৰ শিক্ষা লাভৰ সময়ক মূল্য দি আপোনাৰ পৰিকল্পনা মতে পঢ়ুৱাই যাব

(b) ছাত্র-ছাত্রীসকলক মনোযোগ দিবলৈ আহ্বান জনাব

(c) ছাত্র-ছাত্রীসকলৰ সৈতে সহযোগ কৰিব আৰু লাহে লাহে তেওঁলোকৰ মনোযোগ আকর্ষণ কৰিব

(d) ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্তব্য সম্বন্ধে সোঁৱৰাই দিব

Ans: c

26) মাধ্যমিক স্তৰত পৰিৱেশ শিক্ষাই ছাত্র-ছাত্রীক সহায় কৰে-

(a) প্রাকৃতিক সম্পদৰ ব্যৱহাৰ, সংৰক্ষণ আৰু পৰিৱেশ সচেতনতা বৃদ্ধি কৰা

(b) সমাজৰ বিভিন্ন ব্যক্তিৰ সৈতে সান্নিধ্য লাভ কৰা

(c) ভৱিষ্যতে পৰিৱেশ কর্মী হ’বলৈ শিক্ষা দিয়া

(d) ঘৰখনৰ পৰিৱেশ অটুট ৰখাৰ জ্ঞান দিয়া

Ans: a

27) স্কুলত কটকটীয়া অনুশাসন থকা উচিত-

(a) স্কুলত সহ-শিক্ষা পদ্ধতি থাকে

(b) অনুশাসন মানি চলা শিশুৱে হুলস্থূল নকৰে

(c) অনুশানত ভাল ধৰণে শিশুৱে পঢ়িব পাৰে

(d) অনুশাসনে ছাত্র-ছাত্ৰীক সু-নাগৰিক কৰি তোলে

Ans:(d)

28) ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্বৰ পাৰ্থক্য দেখা পোৱাৰ কাৰণ হ’ল-

(a) বংশগতিৰ কাৰণত

(b) বিভিন্ন পৰিয়ালৰ নিজা নিজা পৰিৱেশৰ বাবে

(c) ওপৰৰ a আৰু ৮ দুয়োটা

(d) ওপৰৰ আটাইকেইটা

Ans: (c)

29) ছাত্র-ছাত্রীৰ নৈতিক জ্ঞানৰ বিকাশ ঘটোৱাটো অতি প্রয়োজনীয় কাম। ইয়াৰ বিকাশ কৰিবলৈ আপুনি কি কৰিব?

(a) নৈতিক জ্ঞানসম্বন্ধীয় কিতাপ-পত্র পঢ়িবলৈ উৎসাহিত কৰিম

(b) এই সন্দৰ্ভত বক্তৃতাৰ ব্যৱস্থা কৰিম

(c) নৈতিক জ্ঞান সন্নিৱিষ্ট কাহিনীৰ অৱতাৰণা কৰিম

(d) নিজকে নৈতিকতাৰ এক আৰ্হি ৰূপে প্রদর্শন কৰিম

Ans: (d)

30) কৈশোৰৰ বিকাশৰ ক্ষেত্ৰত বিদ্যালয়ে কৰিব লগা মুখ্য কাম হ’ল-

(a) কিশোৰৰ জ্ঞান প্রাপ্তি নিশ্চিত কৰা

(b) কিশোৰৰটোৰ সামগ্রিক প্রতিভা প্রাপ্তিৰ সুযোগ দিয়া

(c) এটা নিৰোগী কিশোৰ হ’বলৈ শিক্ষা দিয়া

(d) দেশ বা জাতিৰ বাবে প্রয়োজনীয় দক্ষতা প্রাপ্তিৰ ব্যৱস্থা কৰা

Ans: (b)

31) যদি এজন ছাত্রই অনুমতি নোলোৱাকৈ দীর্ঘদিন আঁতৰি থাকে, তেতিয়া তুমি-

(a) তেওঁক বহিষ্কাৰ কৰাৰ কথা ভাবিবা

(b) এই কথাত গুৰুত্ব নিদিবা

(c) অভিভাৱকলৈ জাননী প্ৰেৰণ কৰিবা

(d) তেওঁৰ বিষয়ে অনা ছাত্র-ছাত্রীক ক’বা

Ans: (c)

32) আপোনাৰ শ্ৰেণীৰ কিছুমান ছাত্র দুর্বল। আপুনি

(a) আপুনি দিনে দহ ঘণ্টাকৈ পঢ়িবলৈ ক’ব

(b) মেধাৱী ছাত্ৰবোৰৰ সম্মুখত তেওঁক লাজ দিব

(c) তেওঁৰ সমস্যা বুজিবলৈ চাব

(d) তেওঁক পুনৰ পুনৰ অনুশীলন কৰিবলৈ ক’ব

Ans: (c)

33) যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে কম নম্বৰ পায়, আপুনি-

(a) তেওঁৰ বাবে অন্য সুযোগ উলিওৱাৰ চেষ্টা কৰিব

(b) তেওঁক ঘৰুৱা শিক্ষকৰ পৰা শিক্ষা ল’বলৈ ক’ব

(c) পুৱাৰ সভাত তেওঁক শাস্তি দিব

(d) কাৰণ জনাৰ পাছত তেওঁক আৱশ্যকীয় সহায় কৰিব

Ans: (d)

34) দক্ষতাভিত্তিক শিক্ষণে শিক্ষকসকলৰ-

(a) অকল বিষয়বস্তুৰ জ্ঞানক বুজায়

(b) অকল বিষয়বস্তুৰ জ্ঞানক নুবুজায়

(c) অকল বিষয়বস্তুৰ দখলক বুজায

(d) এটাও নহয়

Ans: b

35) দক্ষতাভিত্তিক শিক্ষণ বুলিলে এগৰাকী শিক্ষকৰ বিষয়বস্তুৰ জ্ঞানৰ বাহিৰেও থাকিব লাগিব-

(a) শিক্ষণ পদ্ধতি আৰু প্রয়োগ কৌশলৰ ব্যৱহাৰ

(b) প্রশ্নকৰণ, শিক্ষা সঁজুলিৰ উপযুক্ত ব্যৱহাৰ

(c) ছাত্র-ছাত্রীক অংশ গ্রহণ কৰোৱাৰ সামৰ্থ

(d) আটাইকেইটা শুদ্ধ

Ans: (d)

35) দক্ষতাভিত্তিক শিক্ষণ বুলিলে এগৰাকী শিক্ষকৰ বিষয়বস্তুৰ জ্ঞানৰ বাহিৰেও থাকিব লাগিব-

(a) শিক্ষণ পদ্ধতি আৰু প্রয়োগ কৌশলৰ ব্যৱহাৰ

(b) প্রশ্নকৰণ, শিক্ষা সঁজুলিৰ উপযুক্ত ব্যৱহাৰ

(c) ছাত্র-ছাত্রীক অংশ গ্রহণ কৰোৱাৰ সামৰ্থ

(d) আটাইকেইটা শুদ্ধ

Ans: (d)

36) শিক্ষার্থীক শিক্ষাদান কৰাৰ অন্তত যি পৰীক্ষা কাৰ্য্য সম্পাদন কৰা হয় তাকেই-

(a) পৰিকল্পনা বোলে

(b) কার্য সম্পাদন বোলে

(c) পাঠদান বোলে

(d) মূল্যায়ন বোলে

Ans: (d)

37) শিক্ষাদানৰ বেলিকা শিক্ষার্থীসকল কিমানখিনি উপকৃত হয় বা পাঠ আয়ত্ব কৰিব পাৰে এইবোৰৰ সামূহিকভাৱে পৰীক্ষা কৰাৰ বাবে-

(a) প্রশ্ন সোধা হয

(b) মূল্যয়ন ব্যৱস্থা কৰা হয়

(c) পাঠ পৰিকল্পনা কৰা হয়

(d) শ্রবণ সঁজুলি ব্যৱহাৰ কৰা হয়

Ans: (b)

38) মূল্যায়ন ব্যৱস্থাত অধিক গুৰুত্ব প্ৰদান কৰা হয়-

(a) ব্যক্তিনিষ্ঠ প্রশ্নৰ ওপৰত

(b) বস্তুনিষ্ঠ প্রশ্নৰ ওপৰত

(c) ৰচনাধৰ্মী প্ৰশ্নৰ ওপৰত

(d) আটাইকেইটা শুদ্ধ

Ans: (b)

39) শ্রেণীকোঠাত শিক্ষণৰ বাবে কি প্রয়োজন?

(a) অভিজ্ঞ শিক্ষক

(b) উপযুক্ত শৈক্ষিক পৰিবেশ

(c) ছাত্ৰ-ছাত্ৰীৰ অনুসন্ধিৎসা

(d) ওপৰৰ সকলো

Ans: (d)

40) পাঠ এটা শিকোৱাৰ আগতে শিক্ষকে কি কৰিব?

(a) এজন ছাত্ৰৰ দ্বাৰা পাঠ পঢ়ুৱাব।

(b) পাঠটোৰ মূল বৈশিষ্ট্যবোৰ তেওঁ কৈ দিব।

(c) প্রথমে তেওঁ পাঠটোৰ টান শব্দবোৰৰ অৰ্থ আঙুলিয়াই দিব।

(d) তেওঁ প্রথমে পাঠটোৰ প্ৰশ্নবোৰৰ উত্তৰ কৈ দিব।

Ans: (b)

More MCQs:

  • Assam General Knowledge MCQ
  • Indian History MCQ

Stay Updated
For the latest on Pedagogy and other study resources, keep visiting Assam Board Exam

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment