Assam Board Exam

Pedagogy MCQs Part 3 for Assamese Medium Candidates

For Assam GT & PGT TET , Asaam TET

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Welcome to our dedicated section for Pedagogy MCQs specially designed for Assamese medium candidates preparing for Assam GT and PGT TET exams, Assam TET. These questions focus on child psychology, teaching-learning processes, assessment, classroom management, and more, tailored for the TET exams.

Key Features:

  • Pedagogy MCQs in Assamese Language
  • Covers all important pedagogical concepts relevant for GT & PGT TET.
  • Includes questions on Child Development & Pedagogy, Educational Psychology, and Learning Theories.
  • Mock tests and practice papers to track your preparation.
  • Detailed explanations of answers for better understanding.

Pedagogy MCQs:

41) অধ্যয়নৰ সময়ত ল’ৰা-ছোৱালীৰ উপযুক্ত মনোযোগ পাবলৈ শিক্ষকে-

(a) পঢ়াৰ সময়ত হাঁহিৰ খোৰাক দিব

(b) পাঠাদান বন্ধ কৰি কাহিনী ক’ব

(c) তেওঁলোকক শ্ৰেণীৰ পৰা পঠিয়াই দিব

(d) পাঠটো উপভোগ্য কৰিবলৈ চেষ্টা কৰিব

Ans: (d)

42) শিশুৱে শ্রেণীকোঠাত মনোযোগ দিবলৈ হ’লে শিক্ষকে-

(a) শিক্ষণৰ সময়ত আর্হি, চার্ট আৰু অন্য উপযোগী সামগ্ৰী ব্যৱহাৰ কৰিব লাগে।

(b) শিক্ষণৰ সময়ত তেওঁলোকক কাহিনী ক’ব লাগে।

(c) শিক্ষণৰ সময়ত কৌতুক অথবা আমোদজনক কথা পাতিব লাগে।

(d) পঢ়াৰ সময়ত মাজে মাজে গালি-গালাজ কৰিব লাগে।

Ans: (a)

43) কৈশোৰ কাল হ’ল-

(a) স্বৰতিমূলক

(b) কৌতূহল প্ৰৱণতাৰ

(c) ধুমুহা আৰু পীড়নৰ কাল

(d) এটাও নহয়

Ans. (c)

44) তলৰ কোনটো দৃশ্য-শ্রাব্য সঁজুলি?

(a) মেপ

(b) টেলিভিছন

(c) ৰেডিঅ’

(d) গোলক

Ans. (b)

45) তলৰ কোনটো মানসিক ৰোগৰ লক্ষণ নহয়—

(a) নিদ্ৰাৰ অস্বাভাৱিকতা

(b) শিক্ষণ অক্ষমতা

(c) কথা মনত ৰাখিব নোৱাৰা

(d) পেটৰ বিষ

Ans. d

46) কৈশোৰ কালৰ এটা উল্লেখনীয় বিকাশ হ’ল-

(a) ভাষা বিকাশ

(b) দৈহিক বিকাশ

(c) বৌদ্ধিক বিকাশ

(d) সংগতিমূলক বিকাশ

Ans. (b)

47) অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন কৰাই হ’ল শিক্ষণ- উক্তিটো আগবঢ়াইছিল-

(a) গেইটে

(b) পেভলভে

(c) কহলাৰে

(d) থ’র্নডাইকে

Ans. (a)

48) শিক্ষা মনোবিজ্ঞান অধ্যয়ন কাৰ বাবে অধিক জৰুৰী-

(a) ছাত্র-ছাত্রী

(b) পৰিচালক

(c) অভিভাৱক

(d) শিক্ষক

Ans. (d)

49) মনোবিজ্ঞানক কিহৰ বিজ্ঞান বোলা হয়?

(a) মনৰ

(c) সচেতনতাব,

(b) আচৰণৰ

(d) ব্যৱহাৰৰ

Ans. (b)

50) শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়?

(a) কছো

(c) পেষ্টালজী

(b) মন্টেছৰী

(d) পেভলভ

Ans. (c)

51) দলগত কার্য প্রণালীত শিক্ষাৰ্থীৰ জ্ঞানৰ পৰিসৰ-

(a) একে থাকে

(b) বৃদ্ধি পায়

(c) কমি যায়

(d) এটাও নহয়

Ans. (b)

52) Motivation’ শব্দটো কোন ভাষাৰ পৰা আহিছে?

(a) পাৰ্চী

(b) ফৰাচী

(c) গ্রীক

(d) লেটিন

Ans. (d)

53) কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ কাল বুলি অভিহিত কৰিছিল-

(a) কার্ল মার্ক্সে

(b) মণ্টেছৰীয়ে

(c) ষ্টেনলি হলে

d) পেভলভে

Ans c

54) অপৰাধ-প্রবণতা কোন কালৰ সমস্যা?

(a) কৈশোৰ কাল

(b) শৈশৱ কাল

(c) বাল্য কাল

(d) বয়ঃপ্রাপ্তি

Ans. a

55) প্রশ্নকৰণৰ কৌশলটোক কেইটা ভাগত ভগাব পাৰি?

(a) 2টা

(b) 3টা

(b) 7টা

(d) 8টা

Ans: a

56) Interest’ শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে?

(a) গ্রীক

(b) ইংৰাজী

(c) লেটিন

(d) ফৰাচী

Ans: c

57) শিশুৰ জীৱনৰ 12ৰ পৰা 18 বছৰলৈ সময়ছোৱাক কোৱা হয়-

(a) কৈশোৰ কাল

(c) বাল্য কাল

(b) শৈশৱ কাল

(d) বয়ঃপ্রাপ্তি

Ans. (a)

58) মূল্যবোধ গঠন কোনটো ক্ষেত্ৰৰ অন্তর্ভুক্ত?

(a) মনোপেশীয়

(b) প্রজ্ঞানাত্মক

(c) আনুভূতিক

(d) আটাইবোৰ

Ans. (c)

59) পাঠ পৰিকল্পনা প্রস্তুত কৰা হয়-

(a) পাঠদানৰ পূৰ্বতে

(b) পাঠদানৰ পিছত

(c) পাঠদানৰ মাজত

(d) এটাও নহয়

Ans. (a)

60) ‘Adolescer’ শব্দৰ অৰ্থ কি?

(a) কৈশোৰ

(b) বর্ধন হোৱা

(c) যৌৱন

(d) বাল্য

Ans. (b)

More MCQs:

  • Assam General Knowledge MCQ
  • Indian History MCQ

Stay Updated
For the latest on Pedagogy and other study resources, keep visiting Assam Board Exam

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment