Assam Board Exam

Pedagogy MCQs Part 4 for Assamese Medium Candidates

For Assam GT & PGT TET , Asaam TET

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Welcome to our dedicated section for Pedagogy MCQs specially designed for Assamese medium candidates preparing for Assam GT and PGT TET exams, Assam TET. These questions focus on child psychology, teaching-learning processes, assessment, classroom management, and more, tailored for the TET exams.

Key Features:

  • Pedagogy MCQs in Assamese Language
  • Covers all important pedagogical concepts relevant for GT & PGT TET.
  • Includes questions on Child Development & Pedagogy, Educational Psychology, and Learning Theories.
  • Mock tests and practice papers to track your preparation.
  • Detailed explanations of answers for better understanding.

Pedagogy MCQs:

61) কৈশোৰ কালৰ লগত শিক্ষাৰ কোনটো স্তৰ জড়িত?

(a) প্রাথমিক স্তৰ

(c) প্রাক-প্রাথমিক স্তৰ

(b) উচ্চ স্তৰ

(d) মাধ্যমিক স্তৰ

Ans. (d)

62) ‘Personality’ শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে?

(a) গ্রীক

(b) আৰবী

(c) লেটিন

(d) ইংৰাজী

Ans. (c)

63) ‘Persona’ মানে কি?

(a) মুখা

(b) বুদ্ধি

(c) ব্যক্তিত্ব

(d) গুণ

Ans. (a)

64) ‘বিপৰীত লিংগকামিতা’ কোন কালৰ লগত জড়িত?

(a) শৈশৱ কাল

(b) প্রাপ্তবয়স্ক কাল

(c) কৈশোৰ কাল

(d) বাল্য কাল

Ans. (c)

65) আৱেগিক আতিশয্য কোন স্তৰত অধিক হয়?

(a) কৈশোৰ কাল

(b) শৈশৱ কাল

(c) বাল্য কাল

(d) প্রাপ্তবয়স্ক

Ans. (a)

66) কৈশোৰ কালত ভাষাৰ বিকাশৰ বাবে ছাত্র-ছাত্রীক

(a) গল্প ক’বলৈ দিব লাগে

(b) সৰৱ আৰু নীৰৱ পঠন কৰিবলৈ দিব লাগে

(c) হাতৰ আখৰ লিখিবলৈ দিব লাগে

(d) ওপৰৰ আটাইকেইটা প্রয়োজনীয়

Ans: d

67) কৈশোৰৰ দৈহিক বিকাশত পৰিয়ালৰ কাৰ ভূমিকা মুখ্য-

(a) মাতৃৰ

(b) পিতৃৰ

(c) পৰিয়ালৰ অন্যান্য ব্যক্তিসকলৰ

(d) ওচৰ-চুবুৰীয়াৰ

Ans: (a)

68) কৈশোৰৰ সামাজিক বিকাশ কৰিবলৈ

(a) অধ্যয়নত ব্যস্ত ৰখা

(b) খেল-ধেমালিত অংশগ্রহণ কৰিবলৈ সুবিধা দিয়া

(c) ঘৰৰ অনুশাসনৰ মাজত আবদ্ধ ৰখা

(d) ওপৰৰ এটাও নহয়

Ans: (b)

69) কৈশোৰৰ আৱেগিক বিকাশ কৰিবলৈ লগা প্রয়োজনবোৰ হ’ল-

(a) পুষ্টিকৰ খাদ্যৰ

(b)মৰম-চেনেহ, আদৰ-যত্ন

(c) খেল-ধেমালি

(d) ওপৰৰ আটাইবোৰ

Ans: (d)

70) কৈশোৰ বিকাশৰ অৰ্থ কি?

(a) মানসিক আৰু মেধা ক্ষমতাৰ বিকাশ

(b) শিশুৰ উচ্চতা, প্রস্থ আৰু মেদবহুলতাৰ বিকাশ

(c) কৈশোৰ সামগ্রিক বিকাশ

(d) শিশুৰ উন্নয়ন

Ans: (c)

71) সাধাৰণতে এটা শিশুৰ বুদ্ধ্যাংক 90ৰ পৰা 110 থাকিলে তাক-

(a) স্বাভাবিক শিশু

(b) প্রতিভাসম্পন্ন শিশু

(c) অনগ্ৰসৰ শিশু

(d) মানসিভাবে বাধাগ্রস্ত

Ans. (a)

72) ‘Psychology’ শব্দৰ উৎস হ’ল-

(a) Psyche আৰু Logos

(b) Psycho আৰু Logy

(c) Soul আৰু Psyche

(d) ওপৰৰ কোনোটোৱে নহয়

Ans.(a)

73) তলৰ কোনটো পাঠ পৰিকল্পনাৰ বৈশিষ্ট্য নহয়,

(a) শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বয়স, শ্রেণী, সংখ্যা, পাঠদান, তাৰিখ আদিৰ স্পষ্ট উল্লেখ থাকিব লাগে।

(b) পাঠ পৰিকল্পনাত শিক্ষাৰ্থীৰ পূৰ্বজ্ঞানৰ প্ৰয়োজন নাই।

(c) শিক্ষণীয় বিষয়বস্তুসমূহ পাঠ পৰিকল্পনাত স্পষ্ট আৰু সু সংগঠিত ৰূপত উল্লেখ থাকিব লাগে।

(d) এটাও নহয়

Ans. (b)

74) পাঠ পৰিকল্পনাৰ ক্ষেত্ৰত প্ৰস্তাৱনা বা অৱতাৰণা দিয়া হয়, যাতে –

(a) ছাত্ৰ-ছাত্ৰীৰ পূৰ্বজ্ঞান পৰীক্ষা কৰিব পাৰি।

(b) শিক্ষার্থীক পাঠগ্ৰহণৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ।

(c) শিক্ষনীয় বিষয়বস্তুৰ প্ৰতি শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণ কৰা।

(d) ওপৰৰ আটাইকেইটা

Ans. (d)

75) পাঠ পৰিকল্পনা হৈছে –

(a) পাঠদানৰ পূৰ্বে শিক্ষকে প্ৰস্তুত কৰা পূর্ব পৰিকল্পিত নক্সা বা পৰিকল্পনা।

(b) পাঠদানৰ পিছত প্ৰস্তুত কৰা নক্সা।

(c) শিক্ষার্থীয়ে বিষয়বস্তু কিমান আয়ত্ব কৰিব পাৰিলে তাক

(d) এটাও নহয়।

Ans. (a)

76) শিক্ষাদানৰ পিছত গৃহকৰ্মৰ দ্বাৰা শিক্ষাৰ্থীৰ কি চোৱা হয়?

(a) একো কথা চোৱা নহয়।

(b) কেৱল দিব লাগে কাৰণে দিয়া হয়।

(c) শিক্ষার্থীয়ে বিষয়বস্তু আয়ত্ব কৰিব পাৰিছেনে চোৱা হয়।

(d) এটাও নহয়

Ans. (c)

77) ভূগোল শিক্ষাৰ বাবে তলৰ কোনটো সজুলিৰ প্ৰয়োজন

(a) মেপ

(b) চিত্র

(c) চার্ট

(d) মডেল

Ans. (a)

78) শিক্ষণ পদ্ধতিত প্রাকৃতিক ভাষা আহৰণ হ’ল-

(a) কোরা, শুনা, পঢ়া, লিখা

(b) শুনা, কোৱা, পঢ়া, লিখা

(c) শুনা, কোৱা, লিখা, পঢ়া

(d) লিখা, পঢ়া, শুনা কোবা

Ans: (b)

79) কোনো জাননী নিদিয়াকৈ পৰীক্ষা পাতিলে কি লাভ হয়?

(a) দুর্বল ছাত্র-ছাত্রীক শাস্তি দিয়া হয়।

(b) ছাত্র-ছাত্রী সদায় অধ্যয়নৰ বাবে প্রস্তুত থাকে।

(c) ই ছাত্র-ছাত্রীক সদায়েই অধ্যয়নতৰত থাকিবলৈ সহায় কৰে।

(d) ইয়াৰ ফলত শ্রেণীটো সবল হয়।

Ans.c

80) শিকনৰ অর্থ কি?

(a) শ্রেণীত প্রথম হোৱা

(b) জ্ঞানী হোৱা

(c) অভিজ্ঞতাৰ দ্বাৰা ব্যৱহাৰ পৰিবৰ্তন

(d) কাম কৰিবৰ বাবে সক্রিয় হোৱা

Ans.(c)

More MCQs:

  • Assam General Knowledge MCQ
  • Indian History MCQ

Stay Updated
For the latest on Pedagogy and other study resources, keep visiting Assam Board Exam

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment