Assam Board Exam

Pedagogy MCQs Part 5 for Assamese Medium Candidates

For Assam GT & PGT TET , Asaam TET

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Welcome to our dedicated section for Pedagogy MCQs specially designed for Assamese medium candidates preparing for Assam GT and PGT TET exams, Assam TET. These questions focus on child psychology, teaching-learning processes, assessment, classroom management, and more, tailored for the TET exams.

Key Features:

  • Pedagogy MCQs in Assamese Language
  • Covers all important pedagogical concepts relevant for GT & PGT TET.
  • Includes questions on Child Development & Pedagogy, Educational Psychology, and Learning Theories.
  • Mock tests and practice papers to track your preparation.
  • Detailed explanations of answers for better understanding.

Pedagogy MCQs:

81) মনোবিজ্ঞানক ‘আচৰণৰ বিজ্ঞান’ আখ্যা দিছিল-

(a) মেকডুগালে

(c) ফ্রয়ডে

(b) ৱাটছনে

(d) আলেকজেণ্ডাৰে

Ans: (a)

82) কাক শিক্ষা মনোবিজ্ঞানীকৰণ গুৰি ধৰোতা হিচাপে স্বীকৃতি দিয়া হয়-

(a) পেষ্টাল’জিক

(c) মেকডুগালক

(b) ৰুছোক

(d) ৱাকটছনক

Ans: (a)

83) শিক্ষণৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয়-

(a) শিক্ষণ হৈছে আচৰণ সংশোধন কৰা কাৰ্য

(b) আকস্মিকভাৱে উপায় উদ্ভাৱন কৰে

(c) অংশগ্ৰহণকাৰীৰ মাজত সমন্বয় সাধন কৰে

(d) সকলো জীৱৰে সমান শিক্ষণ ক্ষমতা থাকে

Ans.(d)

84) শিক্ষণৰ ভিত্তি হ’ল-

(a) অভিৰোচন

(b) অভ্যাস

(c) কৌশল

(d) আচৰণ

Ans.(a)

85) শিক্ষাত ‘পুৰস্কাৰ আৰু শাস্তিৰ নীতি’ৰ ভিত্তি হ’ল-

(a) প্ৰস্তুতিৰ নীতি

(b) ফলাফলৰ নীতি

(c) অনুশীলন নীতি

(d) ব্যৱহাৰৰ নীতি

Ans.(b)

86) প্রচেষ্টা আৰু ভুল’ শিক্ষণ তত্ত্ব কোনে উদ্ভাবন কৰিছিল।

(a) জেমছ

b) ক’হলাৰ

(c) থ’র্নডাইক

(d) কফকা

Ans.(c)

87) ব্যক্তি বৈষম্য নির্ধাৰণত তলৰ কোনটো জড়িত-

(a) পৰিৱেশৰ পাৰ্থক্য

(b) বংশানুক্রমিক পার্থক্য

(c) পৰিৱেশ আৰু বংশানুক্রমিক পার্থক্য

(d) কাৰকসমূহৰ মাজত হোৱা সংযোগকৰণ

Ans.(c)

88) মনোবিজ্ঞানে প্রথমে হেৰুৱালে ইয়াৰ আত্মাক, তাৰ পিছত হেৰুৱালে মনক, তাৰ পিছত হেৰুৱালে সজ্ঞনতা, কিন্তু এতিয়াও ইয়াৰ আচৰণ বিদ্যমান’ এই উক্তিটো আগবাঢ়িছিল-

(a) পেষ্টালজীয়ে

(b) উডৱৰ্থে

(c) স্কীনাৰে

d) পাস্কেল

Ans.(a)

89) শিক্ষাদান কাৰ্যৰ প্ৰকৃত সফলতা নিৰ্ভৰ কৰে-

(a) শিক্ষার্থীৰ সন্তুষ্টিৰ ওপৰত

(b) শিক্ষার্থীয়ে পোৱা নম্বৰৰ ওপৰত

(c) দ্রুত গতিত নিৰ্ধাৰিত পাঠ্যক্ৰমখন সমাপ্তি ঘটোৱাৰ ওপৰত

(d) ওপৰৰ সকলোবোৰ

Ans. (a)

90) বক্তৃতা পদ্ধতিৰ এটা সুবিধা হ’ল-

(a) একে সময়তে বহু শিক্ষার্থীক শিকাব পাৰি

(b) অভিভাৱকক শিকাব পাৰি

(c) শিশুৰ সোনকালে মনত থাকে

(d) শিশুকেন্দ্রিক

Ans. (a)

91) যিবিলাক প্রতিক্ৰিয়াৰ বাবে শিক্ষাৰ্থীক পুৰস্কৃত কৰা হয় সেইবোৰে তৃপ্তি দিয়ে আৰু সেই প্রক্ৰিয়াবোৰে শিক্ষাৰ্থীৰ আচৰণত স্থায়ী হৈ পৰে। কথাখিনি শিকনৰ কোনটো সূত্ৰৰ লগত জড়িত।

(a) প্ৰস্তুতিৰ সূত্র

(b) ফলাফলৰ সূত্র

(c) অনুশীলনৰ সূত্র

(d) ব্যৱহাৰৰ সূত্র

Ans. (b)

92) পুথিভঁৰালে সমূহ হ’ল শিক্ষার্থীৰ-

(a) জ্ঞান অভিজ্ঞতা আহৰণ উৎস

(b) নম্বৰ আহৰণৰ উৎস

(c) বৃত্তি আহৰণৰ উৎস

(d) শাৰীৰিক উৎকৰ্ষ সাধনৰ উৎস

Ans: a

93) শিক্ষকে প্রশ্ন কৰোঁতে সদায়-

(a) বিষয়বস্তুৰ লগত সংগতি ৰাখি প্রশ্নকৰা উচিত

(b) প্রশ্নসমূহ শিক্ষার্থীৰ বৌদ্ধিক স্তৰৰ তুলনাত অধিক সহজ হ’ব লাগে

(c) প্রশ্ন সমূহ শিক্ষার্থীৰ বৌদ্ধিক স্তৰৰ তুলনাত অধিক জটিল হ’ব লাগে

(d) এটাও নহয়।

Ans. (a)

94) মূল্যায়নৰ বাবে এটা উল্লেখযোগ্য আহিলা হৈছে-

(a) প্রশ্ন উত্তৰ

(b) পাঠ্য পুথি

(c) পুথি ভঁৰাল

(d) এটাও নহয়

Ans. (a)

95) তলৰ কোনটো প্রশ্নকৰণ কৌশলৰ এটা ভাগ-

(a) উচ্চ স্তৰৰ প্ৰশ্ন

(b) নিম্ন স্তৰৰ প্ৰশ্ন

(c) প্রশ্নকৰণ সাৱলীলতা

(d) এটাও নহয়

Ans. (c)

96) অত্যন্ত প্রতিভাশালী শিশুৰ বাবে কেনেধৰণৰ শিক্ষা আঁচনি প্রস্তুত কৰিব লাগে-

(a) পৃথক বিদ্যালয়

(b) সামর্থ্য অনুযায়ী পৃথক গোট গঠন

(c) উন্নত শিক্ষা ব্যৱস্থা

(d) ওপৰৰ সকলো

Ans. (d)

97) সকলো শিশুবে সমানভাবে শিকিব নোৱাৰে। ইয়াৰ বাবে শিক্ষকে

(a) একো কৰিব নালাগে

(b) প্ৰতিকাৰমূলক শিক্ষা দিব লাগে

(c) নির্দিষ্ট সময়ত শিক্ষক গুচি যাব লাগে

(d) তেনে শিশুক আঁতৰাই ৰাখিব লাগে

Ans. (b)

98) ‘Psyche’ৰ ইংৰাজী প্রতিশব্দ হৈছে

(a) Soul

(b) Science

(c) Knowledge

(d) Philosophy

Ans: (a)

99) পুৰণিকালত মনোবিজ্ঞানক কোৱা হৈছিল-

(a) আত্মাৰ বিজ্ঞান

(b) জীৱনৰ বিজ্ঞান

(c) ধনৰ বিজ্ঞান

(d) শিশুৰ বিজ্ঞান

Ans: (a)

100) আধুনিক শিক্ষা পদ্ধতিৰ এটা প্রধান বিশেষত্ব হ’ল-

(a) ছাত্ৰ-ছাত্ৰীৰ সামাজিকীকৰণ

(b) মানৱ প্ৰকৃতিৰ পৰিবৰ্তে প্ৰকৃতিক গুৰুত্ব দিয়া

(c) খেলা-ধূলাৰ জৰিয়তে শিক্ষাদান

(d) ল’ৰা-ছোৱালীয়ে যিকোনো সময়ত যিকোনো শ্রেণীত যিকোনো বিষয় শিকিব পাৰে।

Ans: (a)

More MCQs:

  • Assam General Knowledge MCQ
  • Indian History MCQ

Stay Updated
For the latest on Pedagogy and other study resources, keep visiting Assam Board Exam

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment