Assam Board Exam

অখণ্ড সংখ্যা| Lesson 5 | Exercise 5(A) | Class 6 Maths Solution Assam

Exercise 5(A) Class 6 Maths

অখণ্ড সংখ্যা ( Integers) | Chapter 5 | Exercise 5(A) | Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution

1. -2 আৰু 1 ৰ মাজত থকা অখণ্ড সংখ্যাটো হ’ব

(a)-4

(b) 0

(c) 2

(d) 3

উত্তৰ:- (b) 0


2. -6 তকৈ ডাঙৰ অখণ্ড সংখ্যাটো হ’ব

(a)-7

(b)-9

(c) 0

(d)-10

উত্তৰ:- (c) 0


3. সংখ্যাৰেখা ডালত      চিনটোৱে কি কি সংখ্যা নির্দেশ কৰিব লিখা

Exercise 5(A) Q 3

উত্তৰ -4,-1, 4


4. তলৰ সংখ্যাবোৰ সংখ্যাৰেখাত বহুওৱা

(a) 7

উত্তৰ:-

Exercise 5(A) Q 4a

(b)-5

উত্তৰ:-

Exercise 5(A) 4b

(c)-3 আৰু 3

উত্তৰ:-

Exercise 5(A) Q 4c

(d)-5, 0, 5, 4

উত্তৰ:-

Exercise 5(A) Q 4d

5.

Exercise 5(A) Q 4e

ওপৰৰ সংখ্যাৰেখাডাল লক্ষ্য কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া

(a) যদি A বিন্দুটো +3 হয় তেন্তে -3 টো কোনটো বিন্দুত হ’ব?

উত্তৰ:- B ত হ’ব।

(b) C বিন্দুটোৰ অখণ্ড সংখ্যাটো লিখা।

উত্তৰ:- 6

(c) D বিন্দুটোৰ অখণ্ড সংখ্যাটো ধনাত্মক নে ঋণাত্মক।

উত্তৰ:- ঋণাত্মক।

(d) নামকৰণ কৰা বিন্দুবোৰৰ ভিতৰত কোনটোৱে আটাইতকৈ সৰু অখণ্ড সংখ্যাটোক বুজায়?

উত্তৰ:- F

(e) বিন্দুবোৰে নিৰ্দেশ কৰা সংখ্যাবোৰ ঊর্ধ্বক্ৰমত সজোৱা।

উত্তৰ:- -6, -5, -3, 3, 6, 8


6. সংখ্যাবোৰ তুলনা কৰি খালী বাকচত > আৰু < চিন ব্যৱহাৰ কৰা।

(i) 0 ………-4

উত্তৰ:- 0 > -4

(ii) 0 …….4

উত্তৰ:- 0 < 4

(iii) -3 …….. 3

উত্তৰ:- -3 < 3

(iv) 7…….. -6

উত্তৰ:- 7 > -6

v) -1 …….-3

উত্তৰ:- -1 > -3

(vi) -8 …….. -1

উত্তৰ:- -8 < -1


7. অখণ্ড সংখ্যাবোৰ ঊর্ধ্বক্রমত সজোৱা

(i)-1, 6, 0, 3,-3,-2,-7,5

উত্তৰ: -7, -3, -2, -1, 0, 3, 5, 6

(ii)-20, -30,-10, 0, 10, 30, 20

উত্তৰ: -30, -20, -10, 0, 10, 20, 30


৪. তলত দিয়া সংখ্যাবোৰৰ মাজত থকা আটাইবোৰ অখণ্ড সংখ্যা লিখা।

(i) 0 আৰু 6

উত্তৰ: 1, 2, 3, 4, 5

(ii) -6 আৰু 6

উত্তৰ: -5, -4, -3, -2, -1, 0, 1, 2, 3, 4, 5


9. -7 আৰু 2 ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ ঊর্ধ্বক্রমত লিখা। ইহঁতৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যাটো লিখা।

উত্তৰ: -6, -5, -4, -3, -2, -1, 0, 1

ডাঙৰ অখণ্ডসংখ্যাটো = 1

সৰুঅখণ্ডসংখ্যাটো = -6


10.-12 তকৈ ডাঙৰ 5 টা ঋণাত্মক অখণ্ড সংখ্যা লিখা।

উত্তৰ: -11, -10, -7, -5, -2


11. সংখ্যাৰেখা ব্যৱহাৰ কৰি উত্তৰ লিখা:

(i)-3 ৰ ঠিক বাওঁফালে আৰু ঠিক সোঁফালে থকা অখণ্ড সংখ্যা দুটা লিখা।

উত্তৰ:

Exercise 5(A) Q 11

সোঁফালে থকা অখণ্ড সংখ্যাটো = -2 , 3

বাওঁফালেথকা অখণ্ড সংখ্যাটো = -5, -7


(ii) -2 স্থানৰ পৰা 5 একক দূৰত্বত সোঁফালে থকা অখণ্ড সংখ্যাটো কি?

উত্তৰ:

Exercise 5(A) 11 ii

অখণ্ড সংখ্যাটো = 3


(iii)-3 স্থানৰ পৰা 3 একক সমদূৰত্বত থকা দুয়োফালৰ অখণ্ড সংখ্যা দুটা লিখা?

উত্তৰ:

Exercise 5(A) Q 11 iii

অখণ্ড সংখ্যা দুটা= 0 আৰু-6


Class 6 Mathematics Complete Solution- Click Here


অখণ্ড সংখ্যা ( Integers) | Lesson 5 | Exercise 5(A) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6| ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 5(A) (Part -1) Assamese Medium

For More details check our Youtube Channel Assam Board Exam

প্ৰাথমিক আকৃতিসমূহ | Lesson 6 | Exercise 6(C) | Class 6 Maths Solution Assam

Class 6 Maths Exercise 6(C)

প্ৰাথমিক আকৃতিসমূহ ( Elementary Shapes) | Chapter 6 | Exercise 6(C)| Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution

1. তলৰ উক্তিবোৰৰ শুদ্ধটোত শুদ্ধ আৰু অশুদ্ধটোত  অশুদ্ধ  লিখা।

(i) আয়তৰ চাৰিওটা বাহু সমান।

উত্তৰ অশুদ্ধ

(ii) সামান্তৰিকৰ দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল।

উত্তৰ শুদ্ধ

(iii) ৰম্বাছৰ প্ৰতিটো কোণেই 90°।

উত্তৰ অশুদ্ধ

(iv) সকলো আয়তেই সামান্তৰিক।

উত্তৰ শুদ্ধ

(v) সকলো সামান্তৰিকেই বম্বাছ।

উত্তৰ অশুদ্ধ

(vi) সকলো বর্গই আয়ত।

উত্তৰ শুদ্ধ

(vii) এটা আয়তৰ চাৰিওটা বাহু সমান হ’লে সি এটা বর্গ হ’ব।

উত্তৰ শুদ্ধ

(viii) এটা বৰ্গৰ চাৰিওটা বাহু সমান দৈৰ্ঘ্যৰ হয়।

উত্তৰ শুদ্ধ

(ix) ট্রেপিজিয়ামৰ আন যোৰ বাহু সমান্তৰাল হ’লে, ই সামান্তৰিক হ’ব।

উত্তৰ শুদ্ধ

(x) সামান্তৰিকৰ এটা কোণ সমকোণ হ’লে, সামান্তৰিকটো আয়ত হ’ব।

উত্তৰ শুদ্ধ


2. এটা সামান্তৰিক এটা বিশেষ ধৰণৰ ট্রেপিজিয়াম বুলি ক’ব পাৰিনে? কাৰণ লিখা।

উত্তৰ  এযোৰ বিপৰীত বাহু সমান্তৰাল হ’লেই ট্রেপিজিয়াম বুলি কোৱা হয়। যিহেতু সামন্তৰিকৰ দুযোৰ বাহুৱেই সমান্তৰাল গতিকে এটা সামন্তৰিকক বিশেষ ধৰণৰ ট্রেপিজিয়াম বুলি কোৱা হয়।


3. সকলো বর্গই ৰম্বাছ। কাৰণ দর্শোৱা।

 উত্তৰ ৰম্বাছৰ আটাইকেইটা বাহু সমান গতিকে সকলো বৰ্গই ৰম্বাছ হ’ব।


4. সকলো  ৰম্বাছেই সামান্তৰিক, কিন্তু সকলো সামান্তৰিক ৰম্বাছ নহয়। কাৰণ লিখা।

উত্তৰ ৰম্বাছৰ দুযোৰ বাহু সমান্তৰাল গতিকে সকলো ৰম্বাছ সমান্তৰাল হ’ব। কিন্তু কিছুমান সমান্তৰালৰ আটাইকেইটা বাহু সমান নহয়। গতিকে সকলো সমান্তৰাল ৰম্বাছ নহয়।


Class 6 Mathematics Complete Solution- Click Here


প্ৰাথমিক আকৃতিসমূহ ( Elementary Shapes) | Lesson 6 | Exercise 6(C) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6| ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 6(C) (Part -1) Assamese Medium

For More details check our Youtube Channel Assam Board Exam

প্ৰাথমিক আকৃতিসমূহ | Lesson 6 | Exercise 6(B) | Class 6 Maths Solution Assam

Class 6 Maths Exercise 6(B)

প্ৰাথমিক আকৃতিসমূহ ( Elementary Shapes) | Chapter 6 | Exercise 6(B)| Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution

1. তলত কিছুমান ত্রিভুজৰ বাহুৰ জোখ (চেমিত) দিয়া আছে। ত্রিভুজবোৰ সমবাহু, সমদ্বিবাহু নে বিষমবাহু উল্লেখ কৰা

Exercise 6(B) Q1

উত্তৰ (i) সমবাহু ত্রিভুজ।

(ii) সমদ্বিবাহু ত্রিভুজ।

 (iii) বিষমবাহু ত্রিভুজ।


2. তলত কিছুমান ত্রিভুজৰ কোণবোৰৰ জোখ দিয়া আছে। ত্রিভুজবোৰ সূক্ষ্মকোণী, সমকোণী নে স্থুলকোণী উল্লেখ কৰা।

Exercise 6(B) Q2

উত্তৰ (i) সমকোণী ত্রিভুজ।

(ii) স্থুলকোণী ত্রিভুজ।

(iii) সূক্ষ্মকোণী ত্রিভুজ।

(iv) সূক্ষ্মকোণী ত্রিভুজ।

(v) সমকোণী ত্রিভুজ।


3. তলৰ উক্তিবোৰৰ শুদ্ধটোত শুদ্ধ আৰু অশুদ্ধটোত অশুদ্ধ লিখা

(i) এটা ত্রিভুজত দুটা সমকোণ থাকিব পাৰে।

উত্তৰ অশুদ্ধ

(ii) সমদ্বিবাহু ত্রিভুজৰ দুটা বাহু সমান।

উত্তৰ শুদ্ধ

(iii) এটা ত্রিভুজৰ এডালহে মধ্যমা থাকে।

উত্তৰ অশুদ্ধ

(iv) সূক্ষ্মকোণী ত্রিভুজৰ তিনিওটা কোণেই সুক্ষ্মকোণ।

উত্তৰ শুদ্ধ

(v) স্থুলকোণী ত্রিভুজৰ তিনিওটা কোণেই স্থুলকোণ।

উত্তৰ অশুদ্ধ

(vi) এটা ত্রিভুজৰ তিনিডাল উন্নতি থাকে।

উত্তৰ শুদ্ধ


Class 6 Mathematics Complete Solution- Click Here


প্ৰাথমিক আকৃতিসমূহ ( Elementary Shapes) | Lesson 6 | Exercise 6(B) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6| ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 6(B) (Part -1) Assamese Medium

For More details check our Youtube Channel Assam Board Exam

প্ৰাথমিক আকৃতিসমূহ | Lesson 6 | Exercise 6(A) | Class 6 Maths Solution Assam

Class 6 Maths Exercise 6(A)

প্ৰাথমিক আকৃতিসমূহ ( Elementary Shapes) | Chapter 6 | Exercise 6(A)| Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution

1. সাধাৰণ পৰ্যবেক্ষৰ সহায়ত < বা > চিন বহুৱাই খালী ঠাই পূৰ কৰা।

(i) AB ________________ PQ

উত্তৰঃ  AB  <  PQ

(ii) CD ________________ XY

উত্তৰঃ  CD  >  XY

(iii) PQ‌ ________________ CD

উত্তৰঃ PQ ‌ <  CD

(iv) AB _______________ XY

উত্তৰঃ  AB <  XY

(v) PQ _________________ XY

উত্তৰঃ PQ  =  XY

(vi) AB __________________ CD

উত্তৰঃ AB <  CD.


2. তলৰ কেইটামান কোণৰ জোখ (ডিগ্রীত) দিয়া আছে। কোণবোৰক সূক্ষ্মকোণ, স্থুলকোণ আৰু প্রবৃদ্ধ কোণ হিচাপে শ্ৰেণীবিভাজন কৰা।

1320   471120    2350    770   3100    1700   790   1050    47 1/20   1850

উত্তৰ

সূক্ষ্মকোণ =470, 770 , 790, 47 1/20

স্থুলকোণ= 1320 , 1120 ,1050, 1700

প্রবৃদ্ধ কোণ= 2350, 3100, 1850


3. তলৰ উক্তিবোৰৰ শুদ্ধটোত (√) আৰু অশুদ্ধটোত (×) চিন দিয়া-

(i) 1 সৰলকোণ = 3 সমকোণ।

উত্তৰঃ ×

(ii) প্রবৃদ্ধ কোণবোৰ সৰলকোণতকৈ ডাঙৰ।

উত্তৰঃ √

(iii) 90° তকৈ ডাঙৰ কোণবোৰক সূক্ষ্মকোণ বোলে।

উত্তৰঃ ×

(iv) 101° কোণৰ এটা স্হূলকোণ।

উত্তৰঃ √

(v) 180° তকৈ ডাঙৰ স্হূকোণ থাকিব পাৰে।

উত্তৰঃ ×


4. কোণমাপকৰ সহায়ত তলৰ কোণবোৰৰ জোখ নিৰ্ণয় কৰা।

Exercise 6(A) Q 4

উত্তৰঃ (i) 50° 

(ii) 50°

(iii) 115°

(iv) 99°


Class 6 Mathematics Complete Solution- Click Here


প্ৰাথমিক আকৃতিসমূহ ( Elementary Shapes) | Lesson 6 | Exercise 6(A) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6| ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 6(A) (Part -1) Assamese Medium

For More details check our Youtube Channel Assam Board Exam

পূৰ্ণ সংখ্যা | Lesson 4 | Exercise 4(d) | Class 6 Maths Solution Assam

Class 6 Maths Exercise 2 4(D)

পূৰ্ণ সংখ্যা ( whole Number) | Chapter 4 | Exercise 4(d)| Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution

1. খালী ঠাই পূৰ কৰা-

(a) এটা পূৰ্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল ________________ হয়।

উত্তৰঃ সেই সংখ্যাটোৱেই হয়।

(b) এটা পূৰ্ণ সংখ্যাক 0 ৰে হৰণ কৰিলে হৰণফল ________________ হয়।

উত্তৰঃ অনিৰ্ণেয়।

(c) এটা পূৰ্ণ সংখ্যাক 1 ৰে পূৰণ কৰিলে পূৰণফল _________________ হয়।

উত্তৰঃ সেই সংখ্যাটোৱেই হয়।

(d) এটা পূর্ণ সংখ্যাক 0 ৰে পূৰণ কৰিলে পূৰণফল __________________ হয়।

উত্তৰঃ 0

(e) এটা পূৰ্ণ সংখ্যাক 1 ৰে হৰণ কৰিলে হৰণফল _________________ হয়।

উত্তৰঃ সেই সংখ্যাটোৱেই হয়।


2. তলৰ কোনটো শুদ্ধ।

(a) 4 ÷ 2 = 2 ÷ 4

(b) 99 × 77 = 77 × 99

(c) 9 – 8 = 8 – 9

(d) 0 ÷ 3 = 3 ÷ 3

উত্তৰঃ (b) 99 × 77 = 77 × 99


3.  তলৰ কোনটো মান অনির্ণেয়?

(a) 0 ÷ 9999

(b) 0 × 0

(c) 1 ÷ 100000

(d) 1 ÷ 0

উত্তৰঃ (d) 1 ÷ 0  মান  অনির্ণেয়।


4. তলৰ কোনটো শুদ্ধ আৰু ব্যৱহাৰ হোৱা বিধিটোৰ নাম কি?

(a) 2 × (3 + 5) = 2 × 3 + 5

(b) 4 × (7 × 0) = 4 × 7

(c) 3 + (1 + 2) = (3 + 1) + (3 + 2)

(d) 123 × (500 + 123) = 123 × 500 + 123 × 123

উত্তৰঃ (d) 123 × (500 + 123) = 123 × 500 + 123 × 123;         শুদ্ধ

ব্যৱহাৰ হোৱা বিধিটোৰ  হৈছে বিতৰণ বিধি।


5. উপযুক্ত বিধি প্রয়োগ আৰু উল্লেখ কৰি সহজ উপায়েৰে সমাধান কৰা।

(a) 737 + 263 + 234

উত্তৰঃ 737 + 263 + 234

= (737 + 263) + 234

= 1000 + 234 (সহযোগ বিধি)

= 1234


(b) 968 × 5 × 200

উত্তৰঃ 968 × 5 × 200

= 968 × (5 × 200)

= 968 × 1000 (সহযোগ বিধি)

= 96800


(c) 45 × 85 + 45 × 15

উত্তৰঃ 45 × 85 + 45 × 15

= 45 × (85 + 15)  (বিতৰণ বিধি)

= 45 × 100

= 4500


(d) 999 + 876 + 1

উত্তৰঃ 999 + 876 + 1

= (999 + 1) + 876               ( ক্ৰম বিনিময় বিধি)

= 1000 + 876                       (সহযোগ বিধি)

= 1876


(e) 125 × 576 × 8

উত্তৰঃ 125 × 576 × 8

= (125 × 8) × 576               ( ক্ৰম বিনিময় বিধি)

= 1000 × 576                       (সহযোগ বিধি)

= 576000


(f) 397 × 75 + 25 × 397

উত্তৰঃ 397 × 75 + 25 × 397

= 397 × (75 + 25)               (বিতৰণ বিধি)

= 397 + 100         

= 39700


6. (a) পূর্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আৱদ্ধ হয়নে? এটা উদাহৰণ দিয়া।

উত্তৰঃ পূর্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আৱদ্ধ হয়।

উদাহৰণস্বৰূপে, 5 + 3 = 8

এটা পূর্ণ সংখ্যা।

(b) পূর্ণ সংখ্যাবোৰ বিয়োগ প্রক্রিয়াত আৱদ্ধ হয়নে? এটা উদাহৰণ দিয়া।

উত্তৰঃ পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়াত আৱদ্ধ নহয়।

কাৰণ  4 – 9= -5, যিটো পূৰ্ণ সংখ্যা নহয়।


7.(a) পূৰ্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়াৰ সাপেক্ষে আবদ্ধ হয়নে? এটা উদাহৰণ দিয়া।

উত্তৰঃ পূর্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়াৰ সাপেক্ষে আৱদ্ধ হয়।

উদাহৰণস্বৰূপে  7 × 2 = 14 এটা পূৰ্ণ সংখ্যা।

(b) পূর্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আৱদ্ধ হয়নে? এটা উদাহৰণ দিয়া।

উত্তৰঃ পূর্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আৱদ্ধ নহয়।

কাৰণ 5 ÷ 0  ৰ উত্তৰটো পূর্ণসংখ্যা নহয়।


8. পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদটো 0 কাৰণ (শুদ্ধ  / অশুদ্ধ লিখা)

(a) যিকোনো পূর্ণ সংখ্যাক 0 ৰে পূৰণ কৰিলে পূৰ্ণফল 0 হয়।

উত্তৰ অশুদ্ধ  

(b) যিকোনো পূর্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল পুনৰ সেই পূৰ্ণ সংখ্যাটো হয়।

উত্তৰঃ শুদ্ধ  

(c) এটা পূৰ্ণ সংখ্যাক 0 ৰে হৰণ কৰিলে হৰণফল অনির্ণেয় হয়।

উত্তৰঃ অশুদ্ধ  


9. এখন বহীত যদি 178 পৃষ্ঠা থাকে তেলেহ’লে 150 খন বহীত কিমান পৃষ্ঠা থাকিব? ( বিতৰণ বিধি ব্যৱহাৰ কৰিবা)

উত্তৰঃ

এখন বহীত পৃষ্ঠা আছে = 178 টা

মুঠ বহী= 150

    মুঠ পৃষ্ঠা হ’ব =150 × 178

                                = 150 × (100+78)

                                =15000+11700

                                =26700 টা


Class 6 Mathematics Complete Solution- Click Here

Class 6 Mathematics Exercise 4(d) (Part -1) Assamese Medium


পূৰ্ণসংখ্যা ( Whole Number) | Lesson 4 | Exercise 4(d) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6| ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 4(d) (Part -1) Assamese Medium

For More details check our Youtube Channel Assam Board Exam

পূৰ্ণ সংখ্যা | Lesson 4 | Exercise 4(C) | Class 6 Maths Solution Assam

Class 6 Maths Exercise 2 4(C)

পূৰ্ণ সংখ্যা ( Whole Number) | Chapter 4 | Exercise 4(C)| Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution

1. মুখে মুখে পূৰণফল উলিয়াবলৈ চেষ্টা কৰা। পূৰণফলটো শুদ্ধ পালানে? পূৰণ কৰি পৰীক্ষা কৰা।

(a) 99 x 25 x 4

উত্তৰ  99 x 25 x 4 = 99000

(b) 25 x 8 x 5

উত্তৰ  25 x 8 x 5 = 1000

(c) 4 x 45 x 50

উত্তৰ  4 x 45 x 50 = 9000


2. খালী ঠাইত উপযুক্ত সংখ্যা বহুওৱা

(a) 2 x (5 + 7) =2 x ….. +2 x …….

উত্তৰ  2 x (5 + 7) = 2 x 5 + 2 x 7

(b) 3 x (6 + 8) =…..x ….. +….x…….

উত্তৰ  3 x (6 + 8) = 3 x 6 + 3 x 8

(c) …. x (3 + 10) =2 x…..+…. x……..

উত্তৰ  2 x (3 + 10) = 2 x 3 + 2 x 10


3. 2, 3 আৰু 4 সংখ্যাকেইটা ব্যৱহাৰ কৰি যোগৰ সহযোগ বিধি খটুৱাই পৰীক্ষা কৰা।

উত্তৰঃ

LHS = 2+(3 + 4)                                                  RHS =(2+3)+4

=2+7                                                                      =5+4

=9                                                                           =9

LHS= RHS

প্ৰমাণিত হ’ল।


Class 6 Mathematics Complete Solution- Click Here


পূৰ্ণসংখ্যা ( Whole Number) | Lesson 4 | Exercise 4(C) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6| ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 4(C) (Part -1) Assamese Medium

For More details check our Youtube Channel Assam Board Exam


পূৰ্ণ সংখ্যা | Lesson 4 | Exercise 4(B) | Class 6 Maths Solution Assam

Class 6 Maths Exercise 2 4(B)

পূৰ্ণ সংখ্যা ( whole Number) | Chapter 4 | Exercise 4(B)| Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution

1. সংখ্যা ৰেখাত যোগ কৰা

(i) 3+7

Exercise 4(B) Q1 Class 6 Maths Solution Assam

(ii) 4+8

Exercise 4(B) Q 1.1 Class 6 Maths Solution Assam

(iii) 4+3

Exercise 4(B) Q1.2 Class 6 Maths Solution Assam

2. সংখ্যা ৰেখাত বিয়োগফল উলিওৱা

(i) 5-2

Exercise 4(B) Q 2.1 Class 6 Maths Solution Assam

(ii) 8-7

Exercise 4(B) Q 2.2 Class 6 Maths Solution Assam

(iii) 6-6

Class 6 Maths Solution Assam Q 2.3

3. সংখ্যা ৰেখাৰ সহায়ত পূৰণফল নিৰ্ণয় কৰা-

(i) 3 × 2

উত্তৰঃ 3 × 2

Class 6 Maths Solution Assam Q 3.1

(ii) 2 × 4

উত্তৰঃ 2 × 4

Class 6 Maths Solution Assam Q 3.2

(iii) 5 × 1

উত্তৰঃ 5 × 1

Class 6 Maths Solution Assam Q 3.3

4.শুদ্ধ উত্তৰটোত (√) আৰু অশুদ্ধটোত (×) চিন দিয়া।

পূৰ্ণ সংখ্যাৰ কাৰণে অংকণ কৰা সংখ্যা ৰেখাত যিকোনো দুটা পূৰ্ণ সংখ্যাৰ।

(i) যোগফল পাব পাৰি/নোৱাৰি।

উত্তৰঃ যোগফল পাব পাৰি ।

(ii) বিয়োগফল পাব পাৰি/নোৱাৰি।

উত্তৰঃ বিয়োগফল পাব নোৱাৰি ।

(iii) পূৰণফল পাব পাৰি/নোৱাৰি।

উত্তৰঃ পূৰণফল পাব পাৰি ।

(iv) হৰণফল পাব পাৰি/নোৱাৰি।

উত্তৰঃ হৰণফল পাব পাৰি।


5. 100 তকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে?

উত্তৰঃ 100 তকৈ সৰু 100 টা পূর্ণ সংখ্যা আছে।


6. তিনিটা অংকৰে গঠিত কোনটো পূৰ্ণসংখ্যাৰ পূর্ব পদ দুটা অংক বিশিষ্ট হয়?

উত্তৰঃ তিনিটা অংকৰে গঠিত 100 ৰ পূৰ্বপদ দুটা অংক বিশিষ্ট হয়।


7. তলৰ প্ৰতিযোৰ পূৰ্ণ সংখ্যাৰ সংখ্যা ৰেখাত কোনটো কাৰ সোঁফালে বহিব লিখা আৰু সংখ্যা দুটাৰ মাজত উপযুক্ত চিন (> , <) বহুৱাই তুলনা কৰা।

(a) 100, 99

উত্তৰঃ 100 > 99                               

100, 99সোঁফালে বহিব

(b) 911, 899

উত্তৰঃ 911 > 899                              

911, 899 সোঁফালে বহিব

(c) 0, 1

উত্তৰঃ (c) 0 < 1                                 

0, 1 সোঁফালে বহিব

(d) 9999, 10000

উত্তৰঃ 9999 < 10000                       

9999, 10000 সোঁফালে বহিব

(e) 2111, 1222

উত্তৰঃ 2111 > 1222                         

2111, 1222 সোঁফালে বহিব


Class 6 Mathematics Complete Solution- Click Here

Class 6 Mathematics Exercise 4(B) (Part -1) Assamese Medium


পূৰ্ণসংখ্যা ( whole Number) | Lesson 4 | Exercise 4.(B) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6| ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 4(B) (Part -1) Assamese Medium

For More details check our Youtube Channel Assam Board Exam


পূৰ্ণ সংখ্যা | Lesson 4 | Exercise 4(A) | Class 6 Maths Solution Assam

Class 6 Maths Exercise 2 4(A)

পূৰ্ণ সংখ্যা ( Whole Number) | Chapter 4 | Exercise 4(A)| Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution

পাঠ 4

পূৰ্ণ সংখ্যা

অনুশীলনী 4.(A)

1. 1, 10, 9999, 100000, 777779 সংখ্যাবোৰৰ উত্তৰ পদবোৰ লিখা।

উত্তৰঃ

 1 ৰ উত্তৰ পদ 2

10 ৰ উত্তৰ পদ 11

100000 ৰ উত্তৰ পদ 100001

777779 ৰ উত্তৰ পদ 777780

9999 ৰ উত্তৰ পদ 10000


2. এনে কোনো স্বাভাৱিক সংখ্যা আছেনে যাৰ উত্তৰ পদ নাই?

উত্তৰঃ নাই।


3. 5, 11, 7779, 1000, 10001 সংখ্যাবোৰৰ পূৰ্ব পদবোৰ লিখা।

উত্তৰঃ

5ৰ পূর্বপদ 4

11 ৰ পূৰ্বপদ 10

7779 ৰ পূৰ্বপদ 7778

1000 ৰ পূর্বপদ 999

10001 ৰ পূর্বপদ 10000


4. এনে কোনো স্বাভাৱিক সংখ্যা আছেনে যাৰ পূৰ্ব পদ নাই?

উত্তৰঃ আছে, যেনে 1 । ৰ 1 পূৰ্বপদ নাই।


5. বৃহত্তৰ স্বাভাৱিক সংখ্যা বুলি কোনো সংখ্যা আছেনে? তোমাৰ বন্ধু এজনে এটা বৃহৎ সংখ্যা লিখি তাক বৃহত্তৰ স্বভাৱিক সংখ্যা বুলি দাবী কৰিলে। তুমি বন্ধুজনক ভুল বুলি কেনেদৰে প্ৰমাণ কৰিব।

উত্তৰঃ বৃহত্তম স্বাভাৱিক সংখ্যা বুলি কোনো সংখ্যা নাই।

                বন্ধুজনে লিখা সংখ্যাটোৰ উত্তৰ পদ লিখি ভূল বুলি প্ৰমাণ কৰিব পাৰিম।


6. প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে?

উত্তৰঃ প্ৰতিটো পূর্ণসংখ্যা স্বাভাৱিক সংখ্যা নহয়। উদাহৰণস্বৰূপে ‘0’ এটা পূর্ণসংখ্যা যি স্বাভাৱিক সংখ্যা নহয়।


7. আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি?

উত্তৰঃ আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো ‘0’


8. পূৰ্ণ সংখ্যাৰ পৰা কোনটো সংখ্যা বাদ দিলে বাকী সংখ্যাবোৰৰ সংগ্ৰহটো স্বাভাৱিক সংখ্যা হৈ পৰিব?

উত্তৰঃ পূৰ্ণ সংখ্যাটোৰ পৰা ‘0’ সংখ্যা বাদ দিলে বাকী সংখ্যাবোৰৰ সংগ্ৰহটো স্বাভাৱিক সংখ্যা হৈ পৰিব।


9. আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো নিৰ্ণয় কৰিব পাৰিবনে?

উত্তৰঃ আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো নিৰ্ণয় কৰিব নোৱাৰি।


10. পূর্ণ সংখ্যাৰ সংগ্ৰহত 1 ৰ পূর্বপদ আছেনে? যদি আছে সংখ্যাটো কি?

উত্তৰঃ পূৰ্ণ সংখ্যাৰ সংগ্ৰহত 1 ৰ পূৰ্বপদ হ’ল ‘0’


Class 6 Mathematics Complete Solution- Click Here

Class 6 Mathematics Exercise 4(A) (Part -1) Assamese Medium


পূৰ্ণসংখ্যা ( Whole Number) | Lesson 4 | Exercise 4.(A) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6| ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 4(A) (Part -1) Assamese Medium

For More details check our Youtube Channel Assam Board Exam

সংখ্যাৰ বিভিন্ন প্ৰকাৰ | Lesson 2 | Exercise 2(B) | Class 6 Maths Solution Assam

Class 6 Maths Exercise 2(B)

সংখ্যাৰ বিভিন্ন প্ৰকাৰ ( Types of Numbers) | Chapter 2 | Exercise 2(B)| Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution

 1. তলৰ কোনবোৰ সংখ্যা (i) 2 ৰে (ii) 5 ৰে (iii) 10 ৰে বিভাজ্য?

(a) 3656

উত্তৰ (i)সংখ্যাটো 2 বিভাজ্য হয়।

(ii)সংখ্যাটো 5 ৰে  বিভাজ্য নহয়।

(iii)সংখ্যাটো 10 ৰে বিভাজ্য নহয়।


(b) 4,608

উত্তৰ (i)সংখ্যাটো 2 বিভাজ্য হয়।

(ii)সংখ্যাটো 5 ৰে  বিভাজ্য নহয়।

(iii)সংখ্যাটো 10 ৰে বিভাজ্য নহয়।


(c) 23,040

উত্তৰ (i)সংখ্যাটো 2 বিভাজ্য হয়।

(ii)সংখ্যাটো 5 ৰে  বিভাজ্য হয়।

(iii)সংখ্যাটো 10 ৰে বিভাজ্য হয়।


(d) 47215

উত্তৰ (i)সংখ্যাটো 2 বিভাজ্য নহয়।

(ii)সংখ্যাটো 5 ৰে  বিভাজ্য হয়।

(iii)সংখ্যাটো 10 ৰে বিভাজ্য নহয়।


2. তলৰ কোনবোৰ সংখ্যা 4 ৰে বিভাজ্য?

(a) 7004

উত্তৰ ⸫ 04, 4 ৰে বিভাজ্য হয় গতিকে 7004 সংখ্যাটো 4 ৰে বিভাজ্য ।

(b) 9208

উত্তৰ ⸫ 08, 4 ৰে বিভাজ্য হয় ,গতিকে 9208 সংখ্যাটো 4 ৰে বিভাজ্য ।

(c) 7218

উত্তৰ ⸫ 18, 4 ৰে বিভাজ্য নহয় ,গতিকে 7218 সংখ্যাটো 4 ৰে বিভাজ্য নহয়।

(d) 3,000

উত্তৰ ⸫ শেষৰ অংক দুটা 0 (শূণ্য) হয়,গতিকে 3000 সংখ্যাটো 4 ৰে বিভাজ্য হয়।


3. তলৰ কোনবোৰ সংখ্যা 8 ৰে বিভাজ্য ?

(a) 1238

উত্তৰ 238/8 = 29.75, 8 ৰে বিভাজ্য নহয়।

⸫ সংখ্যাটো 8 ৰে বিভাজ্য নহয়।


(b) 2,408

উত্তৰ 408/8 = 51, 8 ৰে বিভাজ্য হয়।

⸫ সংখ্যাটো 8 ৰে বিভাজ্য হয়।


(c) 4316

উত্তৰ 316/8 = 39.5, 8 ৰে বিভাজ্য নহয়।

⸫ সংখ্যাটো 8 ৰে বিভাজ্য নহয়।


(d) 4,000

উত্তৰ ইয়াত শেষৰ তিনিটা অংকত  0 (শূণ্য) আছে।

⸫ সংখ্যাটো 8 ৰে বিভাজ্য হয়।


4. তলৰ কোনবোৰ সংখ্যা 3 ৰে বিভাজ্য ?

(a)780

উত্তৰ 7+8+0=15

15, 3 ৰে  বিভাজ্য

⸫ সংখ্যাটো 3 ৰে বিভাজ্য হয়।


(b) 4,752

উত্তৰ 4+7+5+2=18

18, 3 ৰে  বিভাজ্য

⸫ সংখ্যাটো 3 ৰে বিভাজ্য হয়।


(c) 3576

উত্তৰ 3+5+7+6=21

21, 3 ৰে  বিভাজ্য

⸫ সংখ্যাটো 3 ৰে বিভাজ্য হয়।


(d) 86732

উত্তৰ 8+6+7+3+2=26

26, 3 ৰে  বিভাজ্য নহয়

⸫ সংখ্যাটো 3 ৰে বিভাজ্য নহয়।


5. তলৰ কোনবোৰ সংখ্যা 9 ৰে বিভাজ্য ?

(a) 2300

উত্তৰ 2+3+0+0=5

5, 9 ৰে  বিভাজ্য নহয়

⸫ সংখ্যাটো 9 ৰে বিভাজ্য নহয়।


(b) 9,126

উত্তৰ 9+1+2+6=18

18, 9 ৰে  বিভাজ্য হয়

⸫ সংখ্যাটো 9 ৰে বিভাজ্য হয়।


(c) 8001

উত্তৰ 8+0+0+1=9

9, 9 ৰে  বিভাজ্য হয়

⸫ সংখ্যাটো 9 ৰে বিভাজ্য হয়।


(d) 1234

উত্তৰ 1+2+3+4=10

10, 9 ৰে  বিভাজ্য নহয়

⸫ সংখ্যাটো 9 ৰে বিভাজ্য নহয়।


6. তলৰ কোনবোৰ সংখ্যা 11 ৰে বিভাজ্য ?

(a) 7,007

উত্তৰ :-  অযুগ্ম স্থানত থকা অংকৰ যোগফল = 7+0=7

যুগ্ম স্থানত থকা অংকৰ যোগফল = 0+7 =7

পাথৰ্ক্য = 7-7=0

⸫ সংখ্যাটো 11 ৰে বিভাজ্য হয়।


(b) 7,7987

উত্তৰ :-  অযুগ্ম স্থানত থকা অংকৰ যোগফল = 7+9+7=23

যুগ্ম স্থানত থকা অংকৰ যোগফল = 8+7 =15

পাথৰ্ক্য = 23-15=8,   11 ৰে বিভাজ্য নহয়।

⸫ সংখ্যাটো 11 ৰে বিভাজ্য নহয়।


(c) 94,325

উত্তৰ :-  অযুগ্ম স্থানত থকা অংকৰ যোগফল = 5+3+9=17

যুগ্ম স্থানত থকা অংকৰ যোগফল = 2+4 =6

পাথৰ্ক্য = 17-6=11 যি 11 ৰে বিভাজ্য হয়।

⸫ সংখ্যাটো 11 ৰে বিভাজ্য হয়।


(d) 8,09,391

উত্তৰ :-  অযুগ্ম স্থানত থকা অংকৰ যোগফল = 1+3+0=4

যুগ্ম স্থানত থকা অংকৰ যোগফল = 9+9+8 =26

পাথৰ্ক্য = 26-4=22 যি 11 ৰে বিভাজ্য হয়।

⸫ সংখ্যাটো 11 ৰে বিভাজ্য হয়।


7. তলৰ কোনবোৰ সংখ্যা 6 ৰে বিভাজ্য ?

(a) 3,484

উত্তৰ সংখ্যাটো 2 ৰে বিভাজ্য

3+4+8+4=19,  যি 3 ৰে বিভাজ্য নহয়

⸫ সংখ্যাটো 6 ৰে বিভাজ্য নহয়।


(b) 30,282

উত্তৰ সংখ্যাটো 2 ৰে বিভাজ্য

3+0+2+8+2=15,  যি 3 ৰে বিভাজ্য হয়

⸫ সংখ্যাটো 6 ৰে বিভাজ্য হয়।


(c) 72,006

উত্তৰ সংখ্যাটো 2 ৰে বিভাজ্য

7+2+0+0+6=15,  যি 3 ৰে বিভাজ্য হয়

যিহেতু সংখ্যাটো 2 আৰু 3 ৰে প্ৰতিটো বিভাজ্য গতিকে সংখ্যাটো 6 ৰে বিভাজ্য হয়।


(d) 34,560

উত্তৰ সংখ্যাটো 2 ৰে বিভাজ্য

3+4+5+6+0=18,  যি 3 ৰে বিভাজ্য হয়

যিহেতু সংখ্যাটো 2 আৰু 3 ৰে প্ৰতিটো বিভাজ্য গতিকে সংখ্যাটো 6 ৰে বিভাজ্য হয়।


Class 6 Mathematics Complete Solution- Click Here

সংখ্যাৰ বিভিন্ন প্ৰকাৰ ( Types of Numbers) | Lesson 2 | Exercise 2(B)


সংখ্যাৰ বিভিন্ন প্ৰকাৰ ( Types of Numbers) | Lesson 2 | Exercise 2(B) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6| ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 2(B) (Part -1) Assamese Medium

For More details check our Youtube Channel Assam Board Exam

সংখ্যাৰ বিভিন্ন প্ৰকাৰ | Lesson 2 | Exercise 2(A) | Class 6 Maths Solution Assam

Class 6 Maths Exercise 2(A)

সংখ্যাৰ বিভিন্ন প্ৰকাৰ ( Types of Numbers) | Chapter 2 | Exercise 2(A)| Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution of Exercise 2(A)

1. তলত দিয়াবোৰৰ প্ৰত্যেকৰে উৎপাদকবোৰ লিখা

(a) 45

উত্তৰ (a) 45

=1 x 45

=3 x 15

=5 x 9

⸫ 45 ৰ উৎপাদকবোৰ হৈছে = 1, 3, 5 , 9, 15, 45


(b) 60

উত্তৰ (b) 60

=1 x60

=2 x 30

= 3 x 20

= 4 x 15

= 5 x 12

= 6 x 10

⸫ 60 ৰ উৎপাদকবোৰ হৈছে = 1, 2, 3, 4, 5, 6, 10, 12, 15, 20, 30, 60


2. তলত দিয়াবোৰৰ প্ৰত্যেকৰে 4 টাকৈ গুণিতক লিখা

(a) 6

উত্তৰ 6 ৰ 4 টা গুণিতক হ’ল = 6, 12, 18, 24

(b) 11

উত্তৰ 11 ৰ 4 টা গুণিতক হ’ল =11, 22, 33, 44

(c) 73

উত্তৰ 73 ৰ 4 টা গুণিতক হ’ল =73, 146, 219,


3. তলৰ সংখ্যাকেইটা 3 টা উৎপাদকৰ পূৰণফল হিচাপে লিখা।

(a) 288

উত্তৰ 288= 2 x 6 x 24

(b) 384

উত্তৰ 384 = 2 x 4 x 48

(c) 480

উত্তৰ 480= 2 x 4 x 60


4. 30 আৰু 100ৰ মাজত থকা 7 ৰ গুণিতকবোৰ লিখা।

উত্তৰ 30 আৰু 100ৰ মাজত থকা 7 ৰ গুণিতকবোৰ হ’ল = 35, 42, 49, 56, 63, 70, 77, 84, 91, 98


5. 80 আৰু 170ৰ মাজত থকা 17ৰ গুণিতকবোৰ লিখা।

উত্তৰ 80 আৰু 170ৰ মাজত থকা 17ৰ গুণিতকবোৰ হ’ল = 85, 102, 119, 136, 153


6. 50 আৰু 190ৰ মাজত থকা 19ৰ গুণিতকবোৰ লিখা।

উত্তৰ 50 আৰু 190ৰ মাজত থকা 19ৰ গুণিতকবোৰ হ’ল = 57, 76, 95, 114, 133, 152, 171


7. তলত দিয়া প্রশ্নবোৰৰ প্ৰতিটোতে চাৰিটাকৈ উত্তৰ আছে। শুদ্ধ উত্তৰটোত (✔) দিয়া

(i) 5 ৰ প্ৰথম চাৰিটা গুণিতক হ’ল

(a) 10, 15, 20, 25

(b) 30, 35, 40, 45

(c) 5, 15, 25, 35

(d) 5, 10, 15, 20

উত্তৰ (d) 5, 10, 15, 20


ii) 25 ৰ মুঠ উৎপাদকৰ সংখ্যা

(a) 2

(b) 3

(c) 4

(d) 5

উত্তৰ (b) 3


(iii) ৪ ৰ গুণিতকৰ সংখ্যা

(a) 3

(b) 4

(c) 10

(d) অসংখ্য

উত্তৰ (d) অসংখ্য


iv) 6 ৰ উৎপাদক কেইটা হ’ল

(a) 1,6

(b) 2, 3

(c) 2, 3, 6

(d) 1, 2, 3, 6

উত্তৰ (d) 1, 2, 3, 6


৪. তলৰ কোনবোৰ সংখ্যা পৰস্পৰ মৌলিক?

(a) 15 আৰু 17

উত্তৰ 15 ৰ উৎপাদক = 1,3, 5, 15

17 ৰ উৎপাদক = 1, 17

সাধাৰণ উৎপাদক নাই

⸫ সংখ্যা দুটা পৰস্পৰ মৌলিক


(b) 18 আৰু 81

উত্তৰ 18 ৰ উৎপাদক = 1, 2, 3, 6, 9, 18

81 ৰ উৎপাদক = 1, 3, 9, 27, 81

সাধাৰণ উৎপাদক = 3, 9

⸫ সংখ্যা দুটা পৰস্পৰ মৌলিক নহয়।


(c) 30 আৰু 415

উত্তৰ 30 ৰ উৎপাদক= 1, 2, 3, 5, 6, 10, 15, 30

415 ৰ উৎপাদক= 1, 5, 83, 415

সাধাৰণ উৎপাদক =5

⸫ সংখ্যা দুটা পৰস্পৰ মৌলিক নহয়।


(d) 112 আৰু 113

উত্তৰ 112 ৰ উৎপাদক= 1, 2, 4, 8, 14, 28, 56, 112

113ৰ উৎপাদক= 1, 113

1 বাহিৰে বেলেগ সাধাৰণ উৎপাদক নাই

⸫ সংখ্যা দুটা পৰস্পৰ মৌলিক হয়।


9. এটা সংখ্যা 3 আৰু ৪ ৰে বিভাজ্য। আন কোনটো সংখ্যাৰে সেই সংখ্যাটো বিভাজ্য হ’ব?

উত্তৰ আনসংখ্যা কেইটা হ’ব = 1, 2, 4, 24


10. এটা সংখ্যা 15 ৰে বিভাজ্য। আন কি কি সংখ্যাৰ দ্বাৰা সেই সংখ্যাটো বিভাজ্য হ’ব?

উত্তৰ আনসংখ্যা কেইটা হ’ব = 1, 3, 5


11. মৌলিক সংখ্যা হয়নে নহয় পৰীক্ষা কৰা:

a) 101

উত্তৰ 101= 1 x  101

⸫ সংখ্যা মৌলিক সংখ্যা


(b) 117

উত্তৰ 117= 1 x 117

= 3 x 99

= 9 x 13

সাধাৰণ উৎপাদক = 1, 3, 9, 13, 39, 117

⸫ সংখ্যা মৌলিক সংখ্যা নহয়


(c) 233

উত্তৰ 233= 1 x 233

সাধাৰণ উৎপাদক = 1, 233

⸫ সংখ্যা মৌলিক সংখ্যা


Class 6 Mathematics Complete Solution- Click Here


সংখ্যাৰ বিভিন্ন প্ৰকাৰ ( Types of Numbers) | Lesson 2 | Exercise 2(A) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6| ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 2(A) (Part -1) Assamese Medium

For More details check our Youtube Channel Assam Board Exam